সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

তালিবানৰ বিৰুদ্ধে বন্দুক লৈ বন্দী হ’ল কোন মহিলা গভৰ্ণৰ ?

তালিবানৰ বিৰুদ্ধে হাতত বন্দুক লৈ প্ৰতিৰোধ গঢ়ি তুলিছিল আফগানিস্তানৰ এগৰাকী মহিলা গভৰ্ণৰে ৷সেই মহিলা গভৰ্ণৰ এতিয়া তালিবানৰ হাতত বন্দী ৷ হাজাৰা জিলাৰ গভৰ্ণৰ আছিল ছালিমা মাজাৰি ৷তালিবানে আফগানিস্তান দখল অভিযান আৰম্ভ কৰাৰ সময়তে মহিলাৰ অধিকাৰৰ…

চৰকাৰৰ ১০০ দিন : কোন তিনিগৰাকী মন্ত্ৰীৰ বাবে অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা  ?

ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সম্পূৰ্ণ কৰিলে ১০০ টা দিন ৷ এশটা দিনৰ কাম কাজক লৈ সফলতাৰ খতিয়ান দাঙি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু এই এশটা দিনত তিনিগৰাকী মন্ত্ৰীৰ কাম কাজে বেকফুটলৈ ঠেলি দিলে চৰকাৰখনক ৷অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী ৷ কোন এই…

আফগানিস্তানস্থিত ভাৰতীয় দূতাবাসৰ তলা কিয় ভাঙিছে তালিবানে?

ইংৰাজী বাতৰি কাকত হিন্দুস্তান টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি তালিবানে বিগত বুধবাৰে কান্দাহাৰ আৰু হেৰাতৰ বন্ধ ভাৰতীয় দূতাবাসত তালাচী চলাইছিল। তালিবান উগ্ৰপন্থীসকলে তলা ভাঙি ভাৰতীয় দূতাবাসত প্ৰৱেশ কৰিছিল। কান্দাহাৰ দূতাবাসত নথিপত্ৰ বিচাৰি…

অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি

যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি দিয়া হৈছে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে নিযউক্তি প্ৰদান কৰিছে ৰাজ্যপালে ৷ ড: অজন্তা ৰাজকোঁৱৰে পূৰ্বতে…

মেছিয়ে চকুপানী মচা টিছুৰ দাম ৭ কৌটি

ফুটবল তাৰকা মেছিয়ে চকুপানী মচা টিছুৰ দাম ৭ কৌটি টকা ৷ অবিশ্বাস্য হ’লেও এয়া সত্য ৷ বিগত ৮ আগষ্টত মেছিয়ে বাৰ্ছিলোনা ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল ৷ কাতালুনিয়ান ক্লাবত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰি কান্দোনত ভাঙি পৰিছিল ফুটবল তাৰকাগৰাকী…

‘লাভ জিহাদ’ : গুজৰাট উচ্চ ন্যায়ালয়ে কি ক’লে ?

বিবাহ আৰু ধৰ্মান্তকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে ৷ গুজৰাটৰ ধাৰ্মিক স্বতন্ত্ৰতা(সংশোধনী) আইন ,২০০১ক  প্ৰত্যা্হ্বান জনাই দাখিল কৰা দুখন আবেদন সন্দৰ্ভত ৰায়দান কৰি বৃহস্পতিবাৰে ন্যায়ালয়ে কয় যে দুটা পৃথক ধৰ্মৰ…

তালিবানক কিয় বিশ্বাসত নল’বলৈ ক’লে বায়ুসেনাৰ প্ৰথম মহিলা পাইলটে ?

নতুন শাসনকালত মহিলাসকলৰ প্ৰতি মানবীয় হোৱাৰ প্ৰতিশ্ৰুতি দিছে তালিবানে ৷মহিলাসকলে কৰ্মক্ষেত্ৰত যোগদান কৰিব পাৰিব বুলিও তালিবানে ঘোষণা কৰিছে ৷কিন্তু তালিবানৰ এনে কথাত মুঠেও আশ্বস্ত নহয় আফগানিস্তানৰ প্ৰথম মহিলা বায়ুসেনাৰ পাইলট নিলোফাৰ ৰহমানি ৷…

ৰক্তাক্ত স্বাধীনতা দিৱস : জাতীয় পতাকা উৰুওৱা বাবেই দুজনক হত্যা তালিবানৰ

১৯ আগষ্ট ৷ ১৯১৯ চনত এই দিনটোতেই আফগানিস্তানত ব্ৰিটিছ শাসনৰ অন্ত পৰিছিল ৷সেই অনুসৰি ১৯ আগষ্ট আফগানিস্তানৰ স্বাধীনতা দিৱস ৷ কাবুলত তালিবানে নিজৰ পতাকা উৰুৱাই স্বাধীনতা দিৱস পালন কৰাৰ বিপৰীতে বহু ঠাইত আফগান নাগৰিকে জাতীয় পতাকা লৈ সমদল উলিয়ায় ৷…

ট’ৰন্টো আন্তৰ্জাতিক মহিলা চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান

অসমৰ চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে এটা ভাল খবৰ ৷সপ্তম ট’ৰন্টো আন্তৰ্জাতিক মহিলা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে আইমী বৰুৱাই ৷ ‘ছেমখোৰ’ নামৰ চলচ্চিত্ৰখনৰ বাবে তেও এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ডিমাচা ভাষাত নিৰ্মান কৰা…

তালিবানৰ সৈতে ভাৰতৰ কথা হৈছে নেকি ? কি ক’লে জয়শংকৰে ?

আফগানিস্তানত তালিবানৰ চৰকাৰক ভাৰতে স্বীকৃতি দিবনে ? এই লৈ কৌতুহলত আছে সমগ্ৰ ভাৰতবাসী ৷ তাৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ নিউ্য়ৰ্কত বৃহস্পতিবাৰে সাংবাদিকৰ আগত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়-‘এই মুহূৰ্তত আমি…