সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

আফগানিস্তানত আৱদ্ধ পৰিয়াল : ইংলেণ্ডত ক্ৰিকেটাৰ ৰছিদ খানৰ ধুমুহা

আফগানিস্তানত আৱদ্ধ হৈ আছে ক্ৰিকেটাৰ ৰছিদ খানৰ পৰিয়াল ৷ দেশ এৰি পলাব বিচৰা হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে  কাবুলৰ বিমান – বন্দৰত ৷  দেশৰ কথা ভাবি চিন্তিত হৈ পৰিছে দেশৰ পৰা আঁতৰত  থকা আফগান নাগৰিকসকল ৷ কিন্তু তেনে এক মানসিক ভাৱে প্ৰতিকূল অৱস্থাতো…

পুৰণি গাড়ী স্ক্ৰেপ কৰিলে দিব নালাগে নতুন গাড়ীৰ পঞ্জীয়ন মাচুল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মুকলি কৰিছে ৰাষ্ট্ৰীয় অটোমোবাইল স্ক্ৰেপিঙ নীতি ৷গুজৰাটত আয়োজিত বিনিয়োগ সন্মিলনত  ভিডিও কনফাৰেন্সিঙৰ জৰিয়তে তেও এই নীতি মুকলি কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, " ব্যৱহাৰ অনুপযোগী বাহনসমূহ বৈজ্ঞানিক…

দেশৰ সৰ্ববৃহৎ ৰাজ্যৰ নিৰ্বাচনৰ বাবে কেনেদৰে সাজু হৈছে কংগ্ৰেছ দল ?

দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত হেৰুওৱা ভেটি উদ্ধাৰৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ দলে ৷ বিগত কেবাটাও নিৰ্বাচনত ৰাজ্যখনত শোচনীয় প্ৰদৰ্শন কৰা কংগ্ৰেছ দলে এইবাৰ কোনো সহযোগী দল নোহোৱাকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাইছে ৷ উত্তৰ প্ৰদেশ…

বিশ্বকাপ ক্ৰিকেটত জয়লাভ কৰা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ এতিয়া দৈনিক হাজিৰা কৰা শ্ৰমিক

ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াক ৰোধ কৰিবলৈ প্ৰযোজ্য কৰা লকডাউনৰ ফলত বহু লোকৰ অৱস্থা পানীত হাঁহ নচৰাৰ লেখীয়া হৈছে৷ দেশত হাজাৰ হাজাৰ লোক মৃত্যুমুখত পৰাৰ উপৰি বহু হাজাৰ লোকে কৰ্মসংস্থাপন হেৰুৱাই দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে৷ ক্ৰমে ক্ৰমে দেশত…

মধ্যপ্ৰদেশত কিয় প্ৰকাশ কৰা হ’ল নিষিদ্ধ শব্দৰ তালিকা ?

মধ্যপ্ৰদেশ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ আগে আগে বহু শব্দৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ কোৱা হৈছে যে এই শব্দসমূহ অসাংবিধানিক ৷ সেয়ে , বিধানসভা অধিৱেশন চলি থকা সময়ত এই শব্দসমূহ ব্যৱহাৰ কৰিব পৰা নাযাব ৷ নিষিদ্ধ শব্দসমূহৰ এখন…

অলিম্পিকত কোন ভাৰতীয়ই কৰিলে স্বৰ্ণজয় ?

টকিঅ’ত ভাৰতৰ স্বৰ্ণজয়ৰ সপোন অৱশেষত পূৰণ হ’ল ৷ জেভলিন থ্ৰোত ভাৰতৰ নীৰজ চোপ্ৰাই লাভ কৰে স্বৰ্ণ পদক ৷ টকিঅ’ অলিম্পিকত স্বৰ্ণপদক লাভ কৰা প্ৰথগৰাকী ভাৰতীয় খেলুৱৈ নীৰজ ৷ ইয়াৰ পূৰ্বে আজি ৰেষ্টলিঙত বজৰং পুনিয়াই লাভ কৰিছিল ব্ৰঞ্জৰ পদক ৷…

ভাৰতত জনছন এণ্ড জনছন ভেকচিনক অনুমতি : এটা ড’জেই যথেষ্ট

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আমেৰিকাৰ কোম্পেনী জনছন এণ্ড জনছনক ভাৰতত কোভিড ভেকছিন প্ৰদানৰ অনুমতি প্ৰদান কৰিছে ৷ আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই এক টুইটযোগে এই কথা সদৰী কৰি কয় যে ভাৰতত এতিয়া ক’ৰোণা প্ৰতিষেধকৰ অধিক বিকল্প…

দাম নাই : অসমৰ চাহ উদ্যোগলৈ অভূতপূৰ্ব সংকট নামিছে কিয় ?

সম্প্ৰতি ৰাজ্যৰ চাহ উদ্যোগটো এক অভাৱনীয় দুৰ্যোগৰ সন্মুখীন হৈছে ৷ কিয়নো  চাহৰ মূল্য ইয়াৰ উৎপাদন ব্যয়ৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে ।  নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে এক প্ৰেছ বিজ্ঞপ্তিত সদৰী কৰিছে যে  এফালে…

গাঁৱত ঘৰ সাজিলে কিয় দিব লাগিব কৰ , ক’লে ৰঞ্জিত দাসে

গ্ৰাম্যাঞ্চলত গৃহ নিৰ্মানৰ বাবেও পঞ্চায়তৰ অনুমতি ল'ব লাগিব আৰু চৰকাৰক কৰ আদায় দিব লাগিব ৷ মঙলবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আজি পুৱাই বিভাগটোৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে…

গাঁৱত ঘৰ সাজিলেও ল’ব লাগিব অনুমতি , পঞ্চায়তক কিমান মাচুল দিব লাগিব ?

এতিয়াৰে পৰা গ্ৰাম্যাঞ্চলত গৃহ নিৰ্মান কৰিলেও আদায় দিব লাগিব মাচুল ৷ গৃহ নিৰ্মানৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা যাবতীয় অনুমতি ল'ব লাগিব ৷ লগতে গাঁও পঞ্চায়তক বিভিন্ন নথিৰ লগতে মাচুলো জমা দিব লাগিব  ৷ মঙলবাৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত…