সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

মিজোৰাম সীমান্তলৈ যোৱা আছুৰ দলক বাধা কিয় আৰক্ষীৰ ?

অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাৰ বুজ লোৱাৰ লগতে মৃত্যুবৰণ কৰা আৰক্ষী জোৱানৰ পৰিয়ালবৰ্গক সাক্ষাৎ আৰু আঘাতপ্ৰাপ্তসকলৰ স্বাস্থ্যৰ খবৰ লোৱাৰ উদ্দেশ্যৰে শিলচৰত বাহৰ পাতি আছে সদৌ অসম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল। ছাত্র সন্থাৰ সাধাৰণ সম্পাদক…

উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিৰে কি আলোচনা অমিত শ্বাহৰ?

দুদিনীয়া অসম-মেঘালয় ভ্ৰমণৰ উদেশ্যে আজি শিলংত উপস্থিত হল অমিত শ্বাহ৷শ্বিলংৰ নতুন বাছ টার্মিনেল শুভাৰম্ভ কৰি অমিত শ্বাহ মিলিত হয় উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপি সকলৰ সৈতে৷সীমা বিবাদ আৰু আইন শৃংখলাজনিত বিষয়েই এই বৈঠকৰ প্ৰধান উদেশ্যে বুলি…

ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰি , গ্ৰেপ্তাৰ ৰকিবুল হুছেইনৰ গাড়ীচালক

প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰিৰ  ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ গাড়ীচালকক ৷ তেওৰ লগতে ফণীভূষণ চৌধুৰীৰ পূৰ্বৰ গাড়ীচালকজনো আৰক্ষীৰ জালত পৰিছে ৷অসম বিধানসভা চৌহদৰ পৰাই চৌধুৰীৰ গাড়ীচালকে …

কোনে হাস্পতাল নিৰ্মানৰ নামত ২.৪০ কৌটি ব্ৰক্ষ্মপুত্ৰত পেলালে ?

বিধানসভাত কেগে দাখিল কৰা শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে স্বাস্থ্যখণ্ডৰ বহু অনিয়মৰ তথ্য ৷ কেনেদৰে চিকিৎসালয় নিৰ্মানৰ নামত কৌটি কৌটি টকাৰ অপচয় কৰা হৈছে , সেয়া প্ৰতিবেদনৰ পাতে পাতে উন্মোচিত হৈছে ৷ আনকি ব্ৰক্ষ্মপুত্ৰৰ বুকুত জাহাজ হাস্পতাল…

গৰু , গাহৰিক লৈ কি কয় হিন্দু – মুছলমানে ? Pew Research Center ৰ ডাঙৰ সমীক্ষা ৷ পঢ়ক সবিশেষ-

৭২ শতাংশ হিন্দুৱে ভাবে যে যিসকল লোকে গো মাংস ভক্ষণ কৰে , তেওলোক কেতিয়াও হিন্দু হ’ব নোৱাৰে ৷ আনহাতে , ৭৭ শতাংশ মুছলমানে বিশ্বাস কৰে যে যিসকল লোকে গাহৰি মাংস ভক্ষণ কৰে তেওলোক কেতিয়াও মুছলমান হ’ব নোৱাৰে ৷

যুঁজত অগ্ৰগতি অখিল গগৈৰ-

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে।ইতিমধ্যে কংগ্ৰেছ মহাজোঁটক চেৰ পেলাই অধিক আসনত অগ্ৰগতি লাভ কৰিছে বিজেপি মিত্ৰজোঁটে।ইয়াৰ মাজতে ভোট যুদ্ধত বিশেষ অগ্ৰগতি লাভ কৰিছে কাৰাবন্দী প্ৰাৰ্থী অখিল গগৈয়ে।শিৱসাগৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব

য়ুমথাং উপত্যকা: শীত, সুৰা, আৰু কিছুমান সানমিহলি অভিজ্ঞতা-জিতাদিত্য নাৰ্জাৰী

"অত্যধিক তুষাৰপাতৰ বাবে ৰাস্তা বন্ধ। অলপদূৰ গৈ চাওঁক তথাপি, কাৰণ দিনটোৰ বাবে আৰু বেলেগ কাম একো নাই। " ৰাতিপুৱাই লাচুঙৰ হোটেল মেনেজাৰজনৰ লগত এনে এক হতাশাজনক বাৰ্তালাপ কৰি মুডটো নষ্ট হৈ গল। তথাপি "বেগাৰ্ছ কাণ্ট বি চুজাৰ্ছ" বুলি ভাবি…

ডিজিটেল প্লেটফৰ্মত বুঢ়ী আইৰ সাধু

পৃথিৱীত ডিজিটেল যুগৰ আৰম্ভণি ইতিমধ্যেই হৈছে৷ বেছিসংখ্যক বৃত্তিগত দায়িত্বই এতিয়া কম্পিউটাৰতেই সম্পাদিত কৰা হয়৷ তদুপৰি ঘৰুৱা বা একান্তই নিজস্ব সময়বোৰো মানুহে এতিয়া বেছিভাগ সময় ডিজিটেল দুনিয়াত ভ্ৰমন কৰি ফুৰিবলৈ ধৰিছে ফেচবুক, টুইটাৰ আদি সামাজিক…

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ হস্পিতালৰ পৰাই অমিত শ্বাহৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি গৃহ মন্ত্ৰী অমিত শ্বাহে হস্পিতালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলিফোন যুগে কথা পাতে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰী অমিত শ্বাহক কিছুদিন পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে দিল্লীৰ এইমচত ভর্তি কৰোৱা হৈছিল। ইয়াৰ…