সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

sop

আজিৰে পৰা আপুনি কি কি কোভিড বিধি মানি চলিব নালাগে ?

মঙলবাৰে পুৱা ৬ বজাৰ পৰা সকলো কোভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ। নৈশ সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিলে চৰকাৰে। এতিয়া সকলোৱে প্ৰাক ক’ভিড কালৰ দৰেই বিনা বাধাই দৈনন্দিন জীৱন উপভোগ কৰিব পাৰিব। সকলোধৰণৰ সামাজিক, ধৰ্মীয়, ৰাজনৈতিক কাম কাজ বিনা…

আগন্তুক গণৰাজ্য দিৱস উপলক্ষে নতুন SOP জাৰি

আগন্তুক গণৰাজ্য দিৱস উপলক্ষে নতুন SOP জাৰি। SOPৰ নিয়ম অনুসৰিহে পালন কৰিব লাগিব ৰাজ্যবাসীয়ে গণৰাজ্য দিৱস। - *ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু অতিথিৰ ভাষণত থাকিব সীমাবদ্ধতা * গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ উদযাপনত সৰ্বাধিক ১০০০ জন লোক উপস্থিত…

অসমত নতুন SOP ঘোষণা পাছতো বৃদ্ধি পাই আছে ক’ভিড ৰোগী

শনিবাৰৰে পৰা ৰাজ্যত  জাৰি কৰা হ’ল নতুন SOP। বলবৎ হ’ল নৈশ সান্ধ্য আইন। কিন্তু SOP জাৰি কৰা পাছতো বৃদ্ধি পাই আছে ক’ভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰে ৰাজ্যত ১২৫৪জন লোক ক’ভিডত আক্ৰান্ত। পজিটিভিটিৰ হাৰ ৩.৭৩ শতাংশ। কামৰূপ মহানগৰত বিগত ২৪ ঘণ্টাত…

আপুনি কেনেকৈ পাতিব পাৰিব ভোগালী বিহু….

নঙলামুখত ভোগৰ উৎসৱ ভোগালী বিহু। কিন্তু অসমবাসীক আগৰ দৰে ভোগালী বিহু উৎযাপন কৰিবলৈ নিদিয়ে ক'ভিডে। নিদিয়ে উৰুকাৰ নিশা ভেলাঘৰৰ আমেজ ল'বলৈ। এইবাৰ অসমবাসীয়ে কঠোৰ বাধ্য-বাধকতা মানি পাতিব লাগিব হেপাহৰ ভোগালী বিহু। অসমত ক'ভিডৰ সংখ্যা দিনে-দিনে…

আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP…..

আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP….. * নিশা ১০বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন জাৰি। * মাস্ক পিন্ধাটো বাধ্যতামূলক। * ভেকচিনৰ দুয়োটা ডজ লোৱা প্ৰমাণ লগত লৈ ফুৰিব লাগিব। * ৰাতি ভেলাঘৰত থাকিব নোৱাৰিব অসমীয়া। * পুৱা ৬ বজাৰ…

প্ৰকাশ পালে নতুন SOP…..

প্ৰকাশ পালে নতুন SOP….. * নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ। * গাড়ী, চিটি বাছত ভেকচিন লোৱা লোকহে মানুহ উঠিব পাৰিব। * সকলো ব্যৱসায়িক প্ৰতিষ্ঠান নিশা ৯ বজাৰ লৈকেহে খোলা থাকিব। * ৰেষ্টুৰেণ্ট, ধাবা, হোটেল ৯ বজাৰ লৈকে খোলা…

আজি প্ৰকাশ পাব নতুন SOP….

আজি বিয়লী ৩ বজাত প্ৰকাশ পাব নতুন SOP। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা। যিসকলে এতিয়াও কোভিড ভেকচিন গ্ৰহণ কৰা নাই,  তেওঁলোকক ভেকচিন গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰীৰ। লকডাউন নহয় অসমত সেইকথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে,…

কি কি আছে নতুন SOPত?

◆ ৰাজ্যত ক'ভিড পৰিস্থিতি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড প্ৰতিবন্ধকতা আৰু সান্ধ্য আইনৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। ◆ ক'ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ'পি) আজিৰ এই সাংবাদিক মেলৰ (১…

১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত কি হ’ব : ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব স্বাভাৱিক জীৱন যাত্ৰা।ৰাজ্যত বৰ্তমান হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।কোভিড আক্ৰান্তৰ সংখ্যা বৰ্তমান ৫০০ ৰ তললৈ নামিছে।সেয়ে অসম চৰকাৰৰ এই সিদ্ধান্ত।ইমানদিনে বন্ধ হৈ থকা বাছ সেৱাও খুলি দিয়া হ'ব ১…