আজিৰে পৰা আপুনি কি কি কোভিড বিধি মানি চলিব নালাগে ?
মঙলবাৰে পুৱা ৬ বজাৰ পৰা সকলো কোভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ।
নৈশ সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিলে চৰকাৰে।
এতিয়া সকলোৱে প্ৰাক ক’ভিড কালৰ দৰেই বিনা বাধাই দৈনন্দিন জীৱন উপভোগ কৰিব পাৰিব।
সকলোধৰণৰ সামাজিক, ধৰ্মীয়, ৰাজনৈতিক কাম কাজ বিনা…