সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

slider

দহটকীয়া সাম্ৰাজ্যৰ ৰাণী

ৰাহুল গৌতম শৰ্মাৰ কলমত-দহটকীয়া সাম্ৰাজ্যৰ ৰাণী অখিল গগৈ এতিয়া হাস্পতালত। সেইদিনা এম্বুলেঞ্চৰ পৰা অখিল গগৈ নামি আহোঁতে, শেষ বিচাৰত মানুহক মানুহ হিচাপে চাব বিচৰা সকলোৰেই অন্তৰ শোকে খুন্দা মাৰি ধৰিছিল। বিজেপি সদস্যৰো। মুকলিকৈ ক’বলৈ তেওঁলোকৰ…

প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিৰ হিচাপ পৰীক্ষণত কিয় বিৰোধিতা একাংশ বিজেপি সাংসদৰ ?

হঠাৎ প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিৰ হিচাপ পৰীক্ষণৰ বিষয়টোক লৈ সৰব হৈ উঠে বিজেপিৰ জ্যেষ্ঠ সাংসদ জগদাম্ভিকা পাল। শুক্ৰবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা পাব্লিক একাউণ্ট কমিটি চমুকৈ(PAC) ত এইকথা কৈ শ'লঠেকত পৰে সাংসদ গৰাকী। যেন কেঁচু খান্দোতে সাপ…

শুভ জন্মদিন, দেৱাংগনা কলিতা

মৰমৰ দেৱাংগনা, এই মাহত তোমাৰ ৩১ বছৰ হ’ব আৰু এইবাৰ তোমাৰ জন্মদিন আগৰ দৰে নহয়, এক বিশেষ ধৰণেৰে পাৰ হৈ যাব। বাতৰি কাকতবোৰে তুমি কি পৰিস্থিতিৰ মোকাবিলা কৰিব লগীয়া হৈছে, তাৰ বিষয়ে বহু কথাই লিখিছে; আৰু দেশৰ বহুতো লোকেই এতিয়া তোমাৰ নামটো…

লকডাউনত বাঢ়িছে শিশুৰ প্ৰতি যৌন নিৰ্যাতনৰ ঘটনা

লিখিছে- ববিতা শইকীয়া আইনী পৰামৰ্শদাতা আৰু ৰাজ্যিক সমন্ধয়ক, অসম বচ্পন বচাও আন্দোলন , নতুন দিল্লী। প্ৰশ্ন হয় মনত, কৰ'না আৰু লকডাউন ৰ দৰে গভীৰ সমস্যা এটাৰ গৰাহত সমাজৰ আন আন বিষয় সমূহ তল পৰি গৈছে নেকি? বিশেষকৈ অসমত চৰকাৰী বিভাগ সমূহৰ…

জনশূন্য মহানগৰ,কঠোৰ প্ৰশাসন,ওলালেই শাস্তি!

পুৱাৰে পৰা গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত চলিছে আৰক্ষীৰ অভিযান।বাহিৰলৈ ওলোৱা প্ৰতিজন ব্যক্তিৰ ওপৰত চলোৱা হৈছে অভিযান।পৰীক্ষা কৰা হৈছে প্ৰতিজন ব্যক্তিৰ নথি পত্ৰ।জৰুৰীকালীন সেৱাৰ লগত জড়িত সকলক ৰেহাই দিয়াৰ বিপৰীতে অনাৱশ্যকীয় কামত বাহিৰলৈ…

প্ৰব্ৰজিত শ্ৰমজীৱীৰ ওভটনি, স্বনিৰ্ভৰশীলতা আৰু শোষণৰ সমীকৰণবোৰ

লিখিছে- বিদ্যুত সাগৰ বৰুৱা (গৱেষক ছাত্ৰ, দিল্লী বিশ্ববিদ্যালয়) পিংকু মুক্তিয়াৰ (গৱেষক ছাত্ৰ, তেজপুৰ বিশ্ববিদ্যালয়) হিমালয় বৰা (গৱেষক ছাত্ৰ, আই আই টি, গুৱাহাটী) (উকি ৰিচাৰ্ছ কালেক্টিভ আৰু ল’কডাউনৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা Covid-19 Relief…

চীনৰ ৰাষ্ট্ৰপতিৰ লগত দোলনাত উঠিছিল মোডী।তাৰপিছতো আক্ৰমণ কিয়?

২০১৪ চন।সাবৰমতীত এখন দোলনাত উঠিছিল নৰেন্দ্ৰ মোডী, লগত আছিল চীনৰ ৰাষ্ট্ৰপতি চি জিংপিং।২০১৮ চন।ৱুহানৰ এক মনোৰম হ্ৰদৰ পাৰত নৰেন্দ্ৰ মোডীয়ে এক কূটনৈতিক আলোচনা কৰিছিল চীনৰ ৰাষ্ট্ৰপতি জনৰ লগত।আঠ মাহ আগৰ কথা।মমল্লপুৰমৰ এখন নদীৰ বুকুত দুয়োজনৰ মাজত…

হিমা দাস অসমীয়া নহয়।হিমা দাস বাঙালী!

অসমৰ গৌৰৱ হিমা দাস অসমীয়া নহয়।হিমা দাস বাঙালী।হয়,হিমা দাসক লৈ আজি News 18 Bangla ত প্ৰকাশিত এক বাতৰিত হিমা দাসক এগৰাকী বাঙালী কন্যা বুলি অভিহিত কৰা হৈছে। প্ৰতিজন অসমবাসীয়ে গৌৰৱৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হিমা দাস শেহতীয়াকৈ মনোনীত হৈছে ৰাজীৱ…

আটাইতকৈ কম মূল্যৰ বিলাতী সুৰাবিধ,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এজন বিতৰ্কিত ব্যৱসায়ীৰ এক অকথিত…

আঠ জুনৰ আমাৰ অসম কাকতত প্ৰকাশ পাইছিল গৌতম শৰ্মাৰ এক প্ৰতিবেদনঃ- “নিঃশব্দে সোণোৱাল চৰকাৰৰ ৪বছৰ পুৰ্তি-দিচপুৰত নিৰৱে গঢ় লৈ উঠিল দুটা পৃথক বৃত্ত”। চাৰিবছৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাৰিওকাষে দুটা…

প্ৰথমে চা-চিনাকি,পিছত আত্মীয়তা,শেষত বৃহৎ ধনৰ ধাৰ আৰু পলায়ন!ঘটনা নলবাৰীৰ

প্ৰথমে চা-চিনাকি আৰু ভাৱমূৰ্তি প্ৰদৰ্শন,পিছত আত্মীয়তা প্ৰতিষ্ঠা,শেষত বৃহৎ ধনৰ ধাৰ আৰু পলায়ন।এইয়া দক্ষিণ ভাৰতৰ কোনোবা এখন চিনেমাৰ কাহিনী নহয়।এইয়া অসমৰ এগৰাকী ঠগ নাৰীৰ জীৱিকা,যি জীৱিকাৰ উপাৰ্জনেৰে মহিলা গৰাকীয়ে উপভোগ কৰে বিলাসী জীৱন। ঘটনা…