সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

slider

মহামাৰী আইনৰ অধীনত গোচৰ ৰুজু প্রতিবাদকাৰী কৃষকৰ বিৰুদ্ধে

কৃষি আইন বাতিলৰ দাবীত ৰাষ্ট্ৰজুৰি প্ৰতিবাদ অব্যাহত আছে কৃষকৰ। দিল্লীৰ সিংঘু সীমান্তত পথ অৱৰোধ কাৰ্যসূচীৰে কৃষকে সাব্যস্ত কৰিছে প্ৰতিবাদ। কিন্তু এই প্রতিবাদকাৰী কৃষকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। প্রতিবাদকাৰীৰ বিৰুদ্ধে মহামাৰী আইনৰ

আজিৰে পৰা ৰাজ্যত পুনৰ কা’ বিৰোধী আন্দোলন ।

২০১৯ৰ দৰে আজিৰে পৰা পুনৰ ৰাজ্যত কা' বিৰোধী আন্দোলন । আজি শিৱসাগৰৰ পৰা আৰম্ভ হ'ব কা' বিৰোধী আন্দোলন। কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি প্ৰায় ১৮ টা সংগঠনে কৰিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন। যিহেতু আজিৰ দিনটো ক'লা দিৱস হিচাপে ঘোষণা

আকৌ আন্দোলন কৰিব ছাত্র সমাজে

10 ডিচেম্বৰ,2019।উত্তপ্ত অসম,জাগ্ৰত অসমীয়া।শদিয়াৰ পৰা ধুবুৰীলৈ জনতাৰ বিক্ষোভ। সমগ্ৰ অসমৰ ছাত্ৰ সমাজ, বুদ্ধিজীৱী সমাজ, শিল্পী সমাজ, নাগৰিক সমাজ সকলোৱে একেলগ হৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল। বিপৰীতে আৰক্ষীৰ লাঠী চার্জ,কন্দুৱা

আমেৰিকাই ভাৰতক বিক্ৰী কৰিলে ৩৪০ কোটি ডলাৰৰ অস্ত্ৰ।

২০২০ চনত ভাৰতে ক্ৰয় কৰিলে ৩৪০ কোটি ডলাৰৰ অস্ত্ৰ। কাৰ্যকালৰ অন্তিমটো বছৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰতক বিক্ৰী কৰিলে অস্ত্ৰ। আমেৰিকাৰ প্ৰতিৰক্ষা সুৰক্ষা সহযোগিতা এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ পৰা ভাৰতে অস্ত্ৰ ক্ৰয়ত খৰছ

ভূমি পূজন হ’ল ৯৭১ কোটি টকীয়া নতুন সংসদ ভৱনৰ।

বহু বিতৰ্কৰ পাছতো আজি অনুষ্ঠিত হ'ল নতুন সংসদ ভৱনৰ ভূমি পূজন অনুষ্ঠান। বিয়লি ১২:৫৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ভূমি পূজনৰ জৰিয়তে নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া

JIO বৰ্জন কৰিব কৃষকে।

কৃষি আইন বাতিলৰ দাবীত ১৪ ডিচেম্বৰত ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব প্ৰতিবাদী কৃষকে। কৃষক আৰু চৰকাৰৰ মাজত হোৱা আলোচনাত কোনো সমাধান নোলোৱাৰ বাবেই ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ কৃষকৰ। লগতে সমগ্ৰ দেশত JIO বর্জনৰ হুংকাৰ দিছে

বিদ্যাৰ্থীলৈ সুখবৰ। চৰকাৰে আনিলে স্কুল বেগৰ নতুন নিয়ম।

২০২০ বৰ্ষৰ স্কুল বেগ নীতি ঘোষণা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ। নীতি অনুসৰি ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন আৰু গৃহকাৰ্য কৰাৰ ক্ষেত্ৰত বহু কেইটা নিয়ম বান্ধি দিয়া হৈছে। এতিয়াৰ পৰা দ্বিতীয় শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীক কোনো ধৰণৰ গৃহকাৰ্য দিব

কেনেকৈ বাঢ়িল এভাৰেষ্টৰ উচ্চতা?

আপোনালোকে পাহাৰ খহা দেখিছে অথবা শুনিছে। কিন্তু পাহাৰ গঢ়া দেখিছেনে? আজি শুনক এটা শৃংগ গঢ়ি উঠাৰ কথা। বিশ্বৰ সৰ্বোচ্চ শৃংগটোৱেওই হৈছে মাউন্ট এভাৰেষ্ট। এই মাউন্ট এভাৰেক্টৰেই উচ্চতা বাঢ়িছে। এই কথা যুটীয়াভাবে ঘোষণা কৰিছে চীন আৰু নেপালে। বৰ্তমান

১১ ডিচেম্বৰত কি হ’ব?

অহা ১১ ডিচেম্বৰৰ দিনটোত ক'লা দিৱস উদযাপন কৰাৰ ঘোষণা উত্তৰ পূব ছাত্র সন্থাৰ। উল্লেখ্য যে, ২০১৯ চনৰ ১১ ডিচেম্বৰতেই সদনত নাগৰিকত্ব আইন গৃহীত হৈছিল। সেয়ে উত্তৰ পূব ছাত্র সন্থাই ১১ ডিচেম্বৰৰ দিনটো ক'লা দিন হিচাপে ঘোষণা কৰি প্ৰতিবছৰে এই দিৱস

১০ ডিচেম্বৰত BTC ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

১০ ডিচেম্বৰ অৰ্থাৎ কাইলৈ BTC ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯ টা পৰিষদীয় সমষ্টিত হ'ব ভোটগ্ৰহণ। ইতিমধ্যেই দুয়োখন জিলাত বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ১,৪০৭ টা ভোটগ্ৰহন কেন্দ্ৰত অনুষ্ঠিত হ'ব