সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

ranojpegu

ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব মেট্ৰিক/হাইমাদ্ৰাছা পৰীক্ষাঃ ছেবা

মুকলি কৰা হ'ল ছেবাৰ নতুন পৰ্টেল সকলো বিদ্যালয়সমূহ লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বাতিল হ'ব স্বীকৃতি দশম শ্ৰেণীৰ পৰীক্ষাৰ আভ্যন্তৰীণ মূল্যাংকনৰ বাবে ছেবাৰ নতুন পৰ্টেল মুকলি কৰা…

ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠদান

বিগত দুটা বছৰে ক'ভিডৰ কালৰূপে বিধ্বস্ত কৰি পেলালে সাধাৰণ জনজীৱন। লকডাউন তথা ক'ভিড সংক্ৰমণৰ বাবে এই দুটা বছৰে বন্ধ হৈ আছিল ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ পাঠদান প্ৰক্ৰিয়া। মাজতে মহাবিদ্যালয় তথা হাইস্কুল পৰ্যায়ৰ পাঠদান আৰম্ভ হৈছিল যদিও তাকো…

কাইলৈৰ পৰা খুলিব স্কুলঃ ২০ মাহৰ অন্তত স্কুললৈ যাব ছাত্ৰ-ছাত্ৰী

🔴 কাইলৈৰ পৰা খুলিব ৰাজ্যৰ স্কুলকে ধৰি আন শিক্ষানুষ্ঠান সমূহ 🔴 প্ৰায় ২০ মাহৰ পিছত বিদ্যালয়লৈ যাব ছাত্ৰ-ছাত্ৰী 🔴 কিন্তু এটা সময়ত এটা শ্ৰেণীকোঠাত ৩০ গৰাকী শিক্ষাৰ্থীহে উপস্থিত থাকিব পাৰিব 🔴 কাইলৈৰ পৰা প্ৰাথমিক-মাধ্যমিক কিম্বা…

আজি গুৱাহাটীৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমখন বৈঠক

আজি অনুষ্ঠিত হব গুৱাহাটীৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমখন বৈঠক। ধেমাজিত অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ বাবে বুধবাৰেই ধেমাজিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সহ আন মন্ত্ৰী সকল। উপায়ুক্তৰ কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হব এই বৈঠক।…

সুখবৰঃ ১৯ অক্টোবৰৰ পৰা খুলিব সকলো শিক্ষানুষ্ঠান

ৰাজ্যত বিগত দুটা বৰ্ষত ক'ভিড পৰিস্থিতি আৰু লকডাউনৰ বাবে বিধ্বস্ত হৈ পৰিছে সাধাৰণ জনজীৱন। ২টাকৈ শৈক্ষিক বৰ্ষ শ্ৰেণীকোঠাৰ বাহিৰত থাকি পাঠ্যক্ৰমৰ পৰা প্ৰায় সংযোগ বিচ্ছিন্ন হৈ পৰিছে শিক্ষাৰ্থী সমাজ। তদুপৰি অসমৰ দৰে ৰাজ্য এখনত অনলাইন ক্লাছেও…

শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি সম্পৰ্কে কি ক’লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে?

শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি আৰু আয়ৰ প্ৰমাণপত্ৰক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে ফেচবুক যোগে দিছে এক বিশেষ স্পষ্টীকৰণ "শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ বাবে চক্ৰ বিষয়াই প্ৰদান কৰা উপাৰ্জনৰ…

আছু -৩১ সংগঠনে কিমান দাবী উত্থাপণ কৰিলে শিক্ষামন্ত্ৰীৰ ওচৰত ?

সদৌ অসম ছাত্ৰ সন্থাসহ ৩১ টা সংগঠনে সোমবাৰে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷ আছু , এবছু , টি এম পি কে , ট্ৰইবেল সংঘকে ধৰি বহুসংখ্যক ছাত্ৰ সংগঠনে আলোচনাকালত ৰাজ্যৰ শিক্ষা বিভাগৰ সন্মুখত ১৮ টা বিষয়ত মুঠ ৬০ টা…

১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বলবৎ হব পাৰে নতুন SOP

পহিলা ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বলবৎ হব নতুন SOP। সন্ধিয়া ৮ বজালৈ সান্ধ আইনৰ সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা। ৭ বজালৈকে খোলা ৰাখিব পাৰিব ব্যৱসা়িক প্ৰতিষ্ঠান। নৈশ বাছ সেৱাও আৰম্ভ কৰাৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। কিন্তু ৮ বজাৰ লগে লগেই বন্ধ কৰিব…

কেতিয়া অনুষ্ঠিত হ’ব টেট ?

অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’ব টেট পৰীক্ষা ৷ চি টেটত উত্তীৰ্ণ প্ৰাৰ্থীয়েও এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷ তদুপৰি বি এড বা ডি এল এডৰ চূড়ান্ত পৰীক্ষাৰ প্ৰাৰ্থীয়েও টেট পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব ৷ মঙলবাৰে এক সংবাদমেলত এই ঘোষণা কৰে অসমৰ…

উপ- নিৰ্বাচনৰ বাবে সাজু বিজেপি : কোন মন্ত্ৰীক ক’ৰ দায়িত্ব ?

ৰাজ্যৰ চাৰিটা সমষ্টিত উপ- নিৰ্বাচন অনুষ্ঠিত হোৱাটো এতিয়ালৈকে নিশ্চিত হৈছে ৷ উপ -  নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হৈছে শাসকীয় বিজেপি দল ৷ প্ৰতিটো সমষ্টিৰ উপ - নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে গঠন কৰা হৈছে একোখনকৈ সমিতি ৷ সমষ্টি অনুযায়ী এজন বা দুজন…