সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

raijordal

উপ-নিৰ্বাচন সন্দৰ্ভত কি ক’লে অখিল গগৈয়ে?

◆ উপ-নিৰ্বাচনক লৈ বিধায়ক অখিল গগৈৰ সংবাদমেল ◆ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ নামত চৰকাৰৰ প্ৰৱঞ্চনাৰ অভিযোগ ◆ ঋণ মাফ কৰিম বুলি কৈ ২৫ হাজাৰ টকাৰ সাহাৰ্য্য চৰকাৰৰ ◆ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পৰা ফালৰি কাটিছে মুখ্যমন্ত্ৰীয়ে

আজি দিল্লীত অখিল গগৈ- ভূপেন বৰা – জিতেন্দ্ৰ সিঙৰ বৈঠকত কি সিদ্ধান্ত হ’ব ?

বৃহস্পতিবাৰে দিল্লীত অসমৰ বিৰোধী ৰাজনৈতিক শিবিৰৰ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱণা আছে ৷ এ আই ইউ ডি এফৰ লগত মিত্ৰতা ভংগ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে দিল্লীত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ তেও এ আই চি চিৰ সাধাৰণ…

ৰাহুল গান্ধীৰে কি কথা পাতিলে অখিল গগৈয়ে ?

বুধবাৰে বিয়লি প্ৰায় ৫.৪৫ বজাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত মূলত: উপ –নিৰ্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷ ২১ , টোঘলক লেনত থকা ৰাহুল…

কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল অখিল গগৈ

এ আই ইউ ডি এফৰে মিত্ৰতা ভংগ হোৱাৰ পাছতে কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ তেও মঙলবাৰে পুৱাই এ আই চি চিৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ সৈতে প্ৰায় এঘন্টা সময় অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি…

সোমবাৰে নতুন দিল্লীত কাক সাক্ষাৎ কৰিলে অখিল গগৈয়ে ?

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নতুন দিল্লীত ৷ প্ৰশান্ত কিশোৰ , পীয়ূষ হাজৰিকাৰ সৈতে অখিল গগৈৰ সাক্ষাতে ইতিমধ্যে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷ সোমবাৰে অখিল গগৈ বিহাৰৰ প্ৰধান বিৰোধী দল আৰ জে ডিৰ সাংসদ তথা মুখপাত্ৰ মনোজ ঝাৰ সৈতে এখন দীঘলীয়া…

পট পৰিৱৰ্তন : এ আই ইউ ডি এফক এৰি ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতা !

বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট উপ – নিৰ্বাচনৰ পূৰ্বে ভংগ হোৱাৰ উপক্ৰম হৈছে ৷ মূলত: এ আই ইউ ডি এফ দলৰ একাংশ নেতাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ প্ৰশংসা কৰাক লৈয়ে অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছ দল ৷…

আমিনুল ইছলামৰ বিৰুদ্ধে বিজেপি মিত্ৰজোটৰ পৰা ধন লোৱাৰ অভিযোগ তুলিলে কোনে ?

এইবাৰ ধিঙৰ এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অগপৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপণ হৈছে ৷ বিগত লোকসভা নিৰ্বাচনত অগপ – বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক সহায় কৰাৰ নামত মন্ত্ৰী কেশৱ মহন্তৰ পৰা ২৫ লাখ টকা লোৱাৰ অভিযোগ উত্থাপণ কৰিছে…

অখিলক লৈ তৃণমূলৰ কি বিশেষ পৰিকল্পনা : ‘আনন্দ বজাৰ পত্ৰিকা’ত সবিশেষ খবৰ

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ দুলানি বৈঠক সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে ৷ অখিল গগৈয়ে দুবাৰকৈ কলকাতালৈ গৈ তৃণমূলৰ নেতৃত্বৰে আলোচনাত মিলিত হোৱাৰ কথা ইতিমধ্যে স্বীকাৰ…

কিয় গোপনে মমতা বেনাৰ্জীক সাক্ষাৎ অখিলৰ ?

মঙলবাৰে পুৱাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক দেখা গ'ল বৰঝাৰ বিমান বন্দৰত ৷ লগত দুগৰাকী সতীৰ্থ ৷  বিমান বন্দৰত অখিল গগৈৰ লগত এখন ফটো উঠিলে এগৰাকী মিজো মহিলাই ৷ এই ফটো কিছু সময়ৰ ভিতৰতে ছোচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিল ৷…