সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

pmmodi

ৰাজপথ – ৰে’লপথ এতিয়া ‘অগ্নিপথ’ : কিমান দৰমহা পাব অগ্নিবীৰে ?

কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ‘অগ্নিপথ’ ৷এই আঁচনি অনুসৰি ১৭.৫ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সৰ যুৱক – যুৱতীক দিয়া হ’ব সেনাৰ চাকৰি ৷এইসকল সৈনিক পৰিচিত হ’ব ‘অগ্নিবীৰ’ হিচাপে ৷ কিন্তু এই চাকৰিৰ বয়স হ’ব মাত্ৰ ৪ বছৰ ৷ ৪ বছৰ চাকৰি কৰাৰ পাছত ৭৫ শতাংশ…

৫ বছৰত দিলে ৪.৪৫ লাখ চাকৰি : ডেৰ বছৰত কেনেকৈ দিব ১০ লাখ নিযুক্তি ?

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে কৰা এটা ঘোষণাই দেশৰ লাখ লাখ নিবনুৱাৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ কিয়নো পি এম ওৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে অহা ডেৰ বছৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ১০ লাখ পদত নিযুক্তি দিবলৈ প্ৰধানমন্ত্ৰীয়ে…

পেট্ৰ’লক লৈ কি ৰাজনীতি কৰিছে প্ৰধানমন্ত্ৰীয়ে?

পেট্ৰ’লক লৈ কি ৰাজনীতি কৰিছে প্ৰধানমন্ত্ৰীয়ে? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook:…

ফেচবুকে কেনেকৈ সহায় কৰে বিজেপিক?

বিজেপিৰ পৰম বন্ধু ফেচবুক৷ বিজেপি আৰু ফেচবুকৰ গোপন মিতিৰালী সন্দর্ভত ইতিমধ্যে কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰিছে আলজাজিৰাই৷ সেই গোপন মিতিৰালীৰ সুযোগতেই নির্বাচনৰ সময়ত ফেচবুকৰ জৰিয়তে বিশাল সুবিধা আদায় কৰি আহিছে বিজেপিয়ে৷আলজাজিৰাৰ শেহতীয়া এক…

প্ৰথমে ভোটদান পিছত জলপান: নৰেন্দ্ৰ মোদী

আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ ১১খন জিলাত ৫৮ খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। ২৬,০২৭ টা কেন্দ্ৰত চলি…

মোদী চৰকাৰৰ বিৰুদ্ধে কিয় দেশদ্ৰোহৰ অভিযোগ আনিলে ৰাহুল গান্ধীয়ে ?

পেগাছাছ ছফটৱেৰ ব্যৱহাৰক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে আকৌ এবাৰ আক্ৰমনাত্মক হৈ পৰিছে কংগ্ৰেছ দল৷ ২০১৭ চনতে ইজৰাইলৰ পৰা ভাৰতে চোৰাংছোৱা ছফটৱেৰ পেগাছাছ ক্ৰয় ক্ৰয় কৰা বুলি নিউয়ৰ্ক টাইমছত বাতৰি প্ৰকাশ পোৱাৰ পাছতে সংবাদমেল সম্বোধন কৰে জ্যেষ্ঠ কংগ্ৰেছী…

IAS বিষয়াক লৈ মোদীৰ নতুন ৰাজনীতি কি ?

মমতা-মোদীৰ সংঘাতৰ পাছত আই এ এছ নিযুক্তিৰ নিয়মেই সলাব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াকে লৈ আৰম্ভ হৈছে কেন্দ্ৰ-ৰাজ্যৰ সংঘাত ৷ সবিশেষ চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদনত- https://www.youtube.com/watch?v=2O2Xu8L-N-s

বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমদিনা বিৰোধীক কিদৰে কটাক্ষ কৰিলে প্ৰধানমন্ত্ৰীয়ে ?

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শেহতীয়া সম্প্ৰসাৰণত দলিত , মহিলা , অ’ বি চি আৰু কৃষক সমাজৰ বহুকেইজন প্ৰতিনিধিক মন্ত্ৰীসভাত স্থান দিয়া হৈছে ৷ এই লৈ প্ৰধানমন্ত্ৰী মোদীৰ অভিযোগ – তেওৰ এই পদক্ষেপক বহুতেই ভাল পোৱা নাই ৷ আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ…

চৰকাৰক কঠিন প্ৰশ্ন কৰক -কিয় ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

চৰকাৰক কঠিন প্ৰশ্ন কৰক ৷ - সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱা আগে আগে বিৰোধীক উদ্দেশ্যি এই বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সংসদত প্ৰৱেশৰ আগমুহূৰ্তত সংবাদমাধ্যমক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰ ক'ৰোণাক লৈ সংসদত…

উত্তৰ পূৱৰ মুখ্যমন্ত্ৰীসকলক কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

হিল ষ্টেচনসমূহত মাস্ক নিপিন্ধা আৰু সামাজিক দূৰত্ব নমনা মানুহৰ ভিৰ চিন্তাৰ কাৰণ হৈ পৰিছে ৷ – এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ উত্তৰ পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷শেহতীয়া কোভিড…