সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

NARENDRAMODI

ৰাহুলৰ ব্ৰেকফাষ্টৰ পৰাই সূচনা হ’ব নেকি মোদী হাটাও অভিযান?

ব্ৰেকফাষ্ট ৷ ব্ৰেকফ্ৰাষ্টৰ বাবে খোৱা টেবুলত বহি আপুনি বহু কথাই ভাবিব পাৰে৷ব্ৰেকফাষ্টৰ ৫ মিনিটৰ সময়খিনিত আপুনি দিনটোৰ পৰিকল্পনা কৰিব পাৰে,আপোনাৰ দিনটোৰ বাবে সামগ্ৰীক ৰুটিন এখন তৈয়াৰ কৰি লব পাৰে৷ কিন্তু আজি আমি এনে এটা ব্ৰেকফাষ্টৰ কথা কব…

ভাৰতৰ নতুন গৃহ ৰাজ্যমন্ত্ৰী নিশিথ প্ৰামাণিক বাংলাদেশী

ভাৰতৰ নতুন গৃহৰাজ্য মন্ত্ৰীগৰাকী বাংলাদেশী ৷ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত নতুনকৈ স্থান পোৱা পশ্চিমবংগৰ সাংসদ নিশিথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ অভিযোগ তুলিছে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ…

উত্তৰ- পূৱত নিয়ন্ত্ৰণহীন কোভিড : আজি মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

ভাৰতত ক'ৰোণাৰ নতুন হটস্পটত পৰিণত হৈছে উত্তৰ পূৰ্বাঞ্চল ৷ যোৱা এটা সপ্তাহত দেশৰ মুঠ ৫৮ খন জিলাত সংক্ৰমণৰ হাৰ ১০ শতাংশতকৈ ওপৰত আছে ৷ ইয়াৰে ৩৭ খন জিলাই হ'ল উত্তৰ -পূৱৰ ৷ ১০ শতাংশতকৈ অধিক লোক সংক্ৰমিত হোৱা জিলাসমূহৰ ভিতৰত আছে  অৰুণাচল প্ৰদেশৰ ৫…

প্ৰশান্ত কিশোৰৰ নতুন ৰাজনৈতিক দল!কোন কোন থাকিব প্ৰশান্ত কিশোৰৰ বিজেপি বিৰোধী অভিযানত?

বিজেপিৰ সন্মুখত এইবাৰ প্ৰত্যহ্বান কেৱল কংগ্ৰেছ,আপ অথবা তৃণমূল কংগ্ৰেছ নহয়৷ বিজেপিৰ সন্মুখত এইবাৰ প্ৰত্যাহ্বান প্ৰশান্ত কিশোৰৰ নিজা দল৷বিহাৰৰ পৰা আৰম্ভ হব প্ৰাশান্ত কিশোৰৰ ৰাজনৈতিক অভিযান৷ দেশজুৰি আৰম্ভ হৈছে বিজেপি বিৰোধী মহাশক্তি গঠনৰ…

৪৮ ঘন্টাৰ ভিতৰত মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৷ তালিকাত কোন কোন ?

বহু চৰ্চা , জল্পনা – কল্পনাৰ পাছত অৱশেষত আহি পাইছে সেই গুৰুত্বপূৰ্ণ মুহূৰ্তটো ৷ অহা ৪৮ ঘন্টাৰ ভিতৰত নৰেন্দ্ৰ মোদী কেবিনেটৰ সম্প্ৰসাৰণ কৰা হ’ব ৷ ৰাজধানী দিল্লীত এই মুহূৰ্তত আটাইতকৈ সৰৱ চৰ্চা চলিছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ ৷ কোন…

ৰাম জন্মভূমি ন্যাসৰ অধ্যক্ষৰ কৰোনা ভাইৰাছ পজিটিভ, নৰেন্দ্ৰ মোডীয়ো হ’ব লাগিব নেকি কোৱাৰেণ্টাইন?

ৰাম জন্মভূমি ন্যাসৰ অধ্যক্ষ মহন্ত নিটীয়া গোপালদাসজীৰ আজি কৰোনা ভাইৰাছ পজিটিভ আহিছে। এই খবৰ নিশ্চিত কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। উল্লেখযোগ্য যে যোৱা ৫ আগষ্টৰ ৰাম জন্মভূমিৰ ভূমি পূজন অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ…

কোৱাৰেন্টাইন হ’ব নেকি প্ৰধানমন্ত্ৰী মোদী ?

বিগত কেবামাহ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱন বা কাৰ্যালয়ত ক’ৰোনাকেন্দ্ৰিক সতৰ্কতাৰ কোনো সুৰুঙা নাছিল ৷ শৰীৰ তাপমাত্ৰা পৰীক্ষা নকৰাকৈ কোনো মন্ত্ৰী – আমোলাক প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যাবলৈ দিয়া হোৱা নাছিল ৷ কিন্তু কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী…

বিমান বন্দৰৰ পৰা জুপুৰীলৈ : আম্ফানে এফালৰ পৰা মহতিয়াই নিছে…

বিপদৰ আগজাননী আগৰে পৰাই আছিল ৷ কিন্তু এই বিপদে যে এটা দু:স্বপ্নৰ দৰে সকলো শেষ কৰি পেলাব কোনেও কল্পনাই কৰিব পৰা নাছিল ৷ পশ্চিমবংগ চৰকাৰে আগতীয়াকৈ কুলতলিৰ দেবীপুৰ পঞ্চায়তৰ লোকসকলক নিজৰ নিজৰ ঘৰৰ পৰা আশ্ৰয় শিবিৰলৈ লৈ ঘৈছিল ৷ তাতেই কালি গোটেই…

ভোকেল ফৰ লোকেল : চেতন ভগতে এয়া কি ক’লে ?

আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ‘ভোকেল ফৰ লোকেল’ হ’বলৈ আহ্বান জনাইছিল৷ মঙলবাৰে কৰা সম্বোধনৰ সময়ত তেওঁ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ আহ্বানো জনাইছিল৷ কিন্তু মোদীৰ সমৰ্থক বুলি পৰিচিত জনপ্ৰিয়…

পেকেজৰ আচল গণিত : ঘোষণা ২০ লাখ কৌটিৰ ,খৰচ কৰিব ৪.২ লাখ কৌটি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশবাসীক সম্বোধন কৰি ২০ লাখ কৌটি টকাৰ আৰ্থিক পেকেজ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷ যাক ‘আত্মনিৰ্ভৰশীল ভাৰত অভিযান যোজনা’ নাম দিয়া হৈছে৷ তেওঁ এই কথাও উনুকিয়াই থৈ যায় যে এই পেকেজৰ ভিতৰত ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংক…