সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

meghalaya

মেঘালয়ত নিষিদ্ধ চি বি আই তদন্ত !

ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে চি বি আয়ে মেঘালয়ত কোনো অনুসন্ধান চলাব নোৱাৰিব ৷ এন পি পি নেতৃত্বাধীন মেঘালয় চৰকাৰে শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে মেঘালয় চৰকাৰ এতিয়াও এন ডি এ মিত্ৰজোটৰ অংশীদাৰ ৷ চি বি আই তদন্ত বাধা আৰোপ কৰা…

অসমে মেঘালয়ক গতাব ২ খন সত্ৰ, ২০ টা নামঘৰ: সত্ৰ মহাসভাই কি কয় ?

অসম- মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ ভুমি হস্তান্তৰৰ এক চুক্তি স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে ৷ বিৰোধী দলসমূহে এই চুক্তিক একপক্ষীয় বুলি অভিহিত কৰিছে ৷ একেসময়তে অসম সত্ৰ মহাসভাই সদৰী কৰিছে যে এই চুক্তিৰ ফলত দুখন সত্ৰ আৰু ২০…

কি যুক্তিক অসমৰ মাটি মেঘালয়ক এৰি দিব বিচাৰিছে অসম চৰকাৰে?

অসম চৰকাৰে মেঘালয়ক এৰি দিব ৬৯০ বৰ্গ কিলোমিটাৰ ভূমি।সৰ্বদলীয় বৈঠক পাতি এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।চুবুৰীয়া ৰাজ্যৰ লগত শান্তিত থকাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

মেঘালয় সীমান্তলৈ হিমন্ত বিশ্ব শৰ্মা।

মঙ্গলবাৰে দিনৰ পুৱা অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমান্ত সমস্যা সমাধানৰ বাবে চিৰসেউজ লাম্পীত উপস্থিত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা। অসম মেঘালয়ৰ সীমান্তৰ লাম্পীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰথমটো…

দুখবৰঃ পূজা চাবলৈ গৈ মেঘালয়ৰ গাৰো পাহাৰত মটৰ চাইকেল দুৰ্ঘটনাত প্ৰাণ গল অসমৰ দুই যুৱকৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অসম মেঘালয় সীমান্তবৰ্তী টেপৰপাৰা গাঁৱৰ দুই যুৱকে কালি সন্ধিয়া এখন মটৰ চাইকেল লৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ গাৰোবাধাত পূজা চাবলৈ গৈ ঘৰলৈ উভতাৰ পথত মটৰ চাইকেল দুৰ্ঘটনাত পতিত…

পুনৰ উত্তাল অসম-মেঘালয় সীমান্ত

অসমৰ ভূমিত পুনৰ মেঘালয়ৰ আগ্ৰাসনৰ চেষ্টা। ১৫০ জনীয়া খাচী দুৰ্বৃত্তৰ এটা দলে দখল কৰিবলৈ চেষ্টা কৰিছিল অসমৰ ভূমি। পশ্চিম কাৰ্বি আংলঙৰ উমলাফেৰত অসম মেঘালয় সীমান্তত সংঘটিত হয় এই ঘটনা। ১৫০ জনীয়া দুৰ্বৃত্তৰ দলটোৱে অসম আৰক্ষীৰ শিবিৰ প্ৰায় ৪০…

শ্বিলঙত সান্ধ্য আইন কেতিয়ালৈ ?

মেঘালয়ৰ পৰিস্থিতি লাহে লাহে শান্ত হৈছে যদিও ৰাজধানী শ্বিলঙত  ১৮ আগষ্টৰ পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময় বৃদ্ধি কৰা হৈছে ৷ তদুপৰি চাৰিখন জিলাৰ ইন্টাৰনেট সেৱাও কৰ্তন কৰা হৈছে ৷ মঙলবাৰে মেঘালয় চৰকাৰে প্ৰকাশ কৰা মতে সান্ধ্য আইন বলবৎ কৰাৰ পাছত…

উত্তপ্ত মেঘালয় : মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ পেট্ৰ’ল বোমা নিক্ষেপ দুৰ্বৃত্তৰ

এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে মেঘালয়। কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বাসগৃহ । সৌভাগ্যক্ৰমে মুখ্যমন্ত্ৰী কনৰাড চাংমা চৰকাৰী…

নংগ্ৰিয়াট লিভিং ৰুট ব্ৰিজ আৰু ৰেইনবো ফল-জিতাদিত্য নাৰ্জাৰী

"মই যিমান পাৰি দ্ৰুত গতিৰে নামি গৈ আছোঁ কিন্তু আৰু কিমান যাব লাগিব বুজি পোৱা নাই। সন্মুখত এখন ওলোমা দলং আৰু দলঙৰ ওপৰত দুজনী স্থানীয় (যেন লগা) ছোৱালী। তেওঁলোকেও মোৰ পিনে ঘূৰি চাই আছে। গতিকে মই আগবাঢ়ি গৈ সুধিলোঁ, আৰু কিমান দূৰ? তেতিয়াহে…

সত্যপাল মালিক মেঘালয়ৰ নতুন ৰাজ্যপাল নিযুক্তি

জম্মু-কাশ্মীৰ আৰু গোৱাৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছে। ইয়াৰ লগে লগে মেঘালয়ৰ বৰ্তমানৰ ৰাজ্যপাল টঠাগতা ৰয়ৰ কাৰ্যকালৰ অন্ত পৰে। ৰাষ্ট্ৰপতি ভৱনৰ এই নিৰ্দেশক আদৰণি জনায় টঠাগতা ৰয়ে টুইটাৰ যোগে…