সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

india

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ প্ৰস্তুতি কেন্দ্রীয় চৰকাৰৰ

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ প্ৰস্তুতি চলাইছে কেন্দ্রীয় চৰকাৰে। এয়াৰ ইণ্ডিয়া বিমানেৰে ওভতাই আনিব ভাৰতীয়সকলক। প্ৰথমে ইউক্রেনত অধ্যয়ন কৰি থকা ছাত্র-ছাত্ৰীসকলক ওভতাই অনাৰ পৰিকল্পনা কৰিছে চৰকাৰে। যাত্ৰাৰ সকলো খৰচ বহন কৰিব ভাৰত…

ইউক্ৰেইন যুদ্ধ : ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ বৃদ্ধি পাবলৈ ধৰিছে ৷ এতিয়ালৈকে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে মুকলি স্থিতি গ্ৰহন কৰা নাই ৷ এক নিৰপেক্ষ অৱস্থানৰ পৰা ভাৰতে কেৱল শান্তিৰ আহ্বানহে কৰি আহিছে ৷ কিন্তু আজিৰ…

৫৪ টা চীনা এপ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে

পুনৰ ভাৰত চৰকাৰে ৫৪ টা চীনা এপ নিষিদ্ধ কৰিলে। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মতে, গৃহ মন্ত্ৰালয়ৰ (এমএইচএ) পৰা তথ্য প্ৰযুক্তি আইনৰ জৰুৰীকালীন ব্যৱস্থাৰ ধাৰা ৬৯(A)ৰ অধীনত ৫৪ টা চীনা এপ নিষিদ্ধ কৰিবলৈ অনুৰোধ লাভ…

উদ্যোগপতি ৰাহুল বাজাজ আৰু নাই……

উদ্যোগপতি ৰাহুল বাজাজ আৰু নাই। ৮৩ বছৰ বয়সত মৃত্যু হয় উদ্যোগপতি বাজাজৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ৰাহুল বাজাজ। ২০০১ চনত পদ্মভূষণ সন্মানো লাভ কৰিছিল বাজাজে। ১৯৬৫ চনত বাজাজ গ্ৰুপৰ দায়িত্ব গ্ৰহণ কৰা উদ্যোগপতিজনে ২০২১ বৰ্ষত…

মল্লযোদ্ধা দলীপ সিং ৰাণাৰ বিজেপিত যোগদান

'গ্ৰেট খলী' মল্লযোদ্ধা দলীপ সিং ৰাণাৰ বিজেপিত যোগদান। আজি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান কৰে মল্লযোদ্ধাগৰাকীয়ে। দলীপ সিং ৰাণা এগৰাকী ভাৰতীয় পেছাদাৰী মল্লযোদ্ধা, কুস্তি প্ৰচাৰক আৰু অভিনেতা। তেওঁক ডাব্লিউডাব্লিউইত দ্য…

ত্ৰিপুৰাত ভাঙিব নেকি বিজেপি চৰকাৰ?

ত্ৰিপুৰা বিজেপিত আভ্যন্তৰীণ কন্দলে ভয়ানক ৰূপ লৈছে ৷ বিজেপিৰ দুই বিধায়ক সুদীপ ৰায় বৰ্মন আৰু আশীষ সাহাই বিধায়কৰ পদ অৰু বিজেপি দল একেলগে ত্যাগ কৰিছে ৷ তেওলোকে সম্প্ৰতি বাহৰ পাতিছে নতুন দিল্লীত ৷ চৰ্চা অনুসৰি দুয়োজন বিধায়কেই কংগ্ৰেছ দলত যোগদান…

অৰুণাচল প্ৰদেশত হিমস্খলনৰ ফলত প্ৰায় ৭ জন ভাৰতীয় সেনা আৱদ্ধ

দেওবাৰৰ পৰা অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ উচ্চ উচ্চতা অঞ্চলত হোৱা হিমস্খলনৰ ফলত প্ৰায় ৭ জন ভাৰতীয় সেনা আৱদ্ধ।  এটা টহলৰ অংশত আৱদ্ধ হৈ আছে ভাৰতীয় সেনাসকল। বৰ্তমানো সেনাসকলক উদ্ধাৰৰ অভিযান চলাই আছে। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বিশেষ দলবোৰক…

কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ অস্থি সংগ্ৰহ

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ বিয়োগত শোকাস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশবাসী। দেওবাৰে সন্ধিয়া ৭.১৬ বজাত শিৱাজী পাৰ্কত শেষাকৃত সম্পন্ন হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা অগনন…

“ভোট কাক দিব নিজেই সিদ্ধান্ত লব,কিন্তু ভোট নিদিব বিজেপিক”

আপুনি যাক মন যায় তাকেই ভোট দিয়ক,কিন্তু ভোট নিদিব বিজেপিক৷ বিজেপি নেতাৰ বাবে তৈয়াৰ কৰা হৈছে কিছুমান প্ৰশ্ন৷ যেতিয়া বিজেপি প্ৰার্থীয়ে ভোট বিচাৰি আহিব,তেতিয়াই জনতাই সেই সমূহ প্ৰশ্নৰ উত্তৰ বিচৰা হব৷ আজি ফেব্ৰুৱাৰীৰ চাৰি তাৰিখ৷ ৬ টা দিন পিছতেই…

৬ পৰা ৮ সপ্তাহ পিছুৱাই দিয়া হৈছে নীটৰ পিজি পৰীক্ষা

ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নীট)ৰ পিজি ২০২২ৰ ৬ পৰা ৮ সপ্তাহ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। পূৰ্বতে এনইইটি ১২ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল। ইয়াৰ পূৰ্বে বাধ্যতামূলক ইন্টাৰ্ণশ্বিপ ম্যাদ সম্পূৰ্ণ হোৱালৈকে, বহুতো…