সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

india

৫০ লাখ অতিক্ৰম কৰিলে ক’ৰোনাত আক্ৰান্তৰ সংখ্যাই

যোৱা ২৪ ঘণ্টাত বিশ্বত ৰেকৰ্ড সংখ্যক ১ লাখ ৬ হাজাৰ গৰাকী ক'ৰোনাত আক্ৰান্ত হৈছে।বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা অনুসৰি ইয়াৰ দুই তৃতীয়াংশ কেৱল চাৰিখন দেশ ভাৰত, আমেৰিকা, ৰাছিয়া আৰু ব্ৰাজিলত আক্ৰান্ত হৈছে। অন্য়হাতে সমগ্ৰ বিশ্বত ক'ৰোনাত আক্ৰান্তৰ…

ভাৰতত ক’ৰোনা : ১ লাখৰো অধিক আক্ৰান্ত

এক লাখৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৷ যোৱা ২৪ ঘন্টাত ৪,৯৭০ গৰাকী লোকৰ দেহলৈ নতুনকৈ ক’ৰোনা সংক্ৰমিত হয়৷ দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ১,০১,১৩৯ গৰাকী৷ ইফালে, কালিৰ দিনটোত পুণৰ ১৩৪ গৰাকী ক’ৰোনা ৰোগী মৃত্যুমুখত…

১৬ মে’ত ভাৰত ক’ৰোনামুক্ত হোৱাৰ কথা কৈছিল কেন্দ্ৰৰ বিশেষজ্ঞ সমিতিয়ে

১৬ মে'ত দেশত ক'ৰোনা আক্ৰান্তৰ সংখ্যা শূণ্য হ'ব।অৰ্থাৎ,১৬ মে'ৰ পিছত ভাৰত ক'ৰোনা মুক্ত হ'ব।যোৱা ২৪ এপ্ৰিলত এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। উল্লেখনীয় যে,ক'ৰোনা ভাইৰাছৰ পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন এখন…

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? WHO ৰ পৰা উত্তৰ লাগে ভাৰতক

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? ভাৰতেও এই প্ৰশ্নৰ উত্তৰ বিচাৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ৷ আনহাতে , এই ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে -তাৰো নিৰপেক্ষ মূল্যায়ন বিচাৰিছে ভাৰতসহ বিশ্বৰ…

ভাৰতত ক’ৰোনা:২৪ ঘন্টাত সৰ্বাধিক লোক আক্ৰান্ত

• ভাৰতত শণিবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ৰোনাত আক্ৰান্ত হয়৷ যোৱা ২৪ ঘন্টাত দেশত মুঠ ৪,৯৮৭ গৰাকী লোকৰ দেহলৈ এই ভাইৰাছ সংক্ৰমিত হয়৷ ইয়াকে লৈ ভাৰতত এতিয়া মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৯০,৯২৭৷ • যোৱা ২৪ ঘন্টাত মৃত্যু হ’ল ১২০ গৰাকী লোকৰ ৷ ভাৰতত…

২০লাখ কোটি টকাৰ পেকেজ- এটা টকাও খৰচ নকৰাকৈ কৃষকক সাহাৰ্য দিছে চৰকাৰে !

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২০লাখ কোটি টকাৰ পেকেজৰ কথাটো এতিয়া সৰ্বজনবিদিত । কিন্তু তাৰ পাছতেই এই পেকেজক লৈ সচেতন মহলত ভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে। চৰকাৰৰ নিজা টকা কিমান এই পেকেজত সংলগ্ন আছে তাকে লৈ সৃষ্টি হৈছে যথেষ্ট…

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজিৰ ঘোষণাৰ সবিশেষ…

উদ্যোগৰ অনুকূল পৰিৱেশৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ তালিকা প্ৰস্তুত কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চতুৰ্থ পৰ্যায়ৰ ঘোষণাত প্ৰকাশ কৰিছে এই কথা। বিত্তমন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি বিনিয়োগৰ বাবে অনুকূল পৰিবেশৰ ভিত্তিত উদ্যোগখণ্ডসমূহৰ…

ক’ৰোনা : চীনক অতিক্ৰম কৰিলে ভাৰতে

ভাৰতত অব্যাহত আছে ক’ৰোনাৰ দ্ৰুত সংক্ৰমন৷ শুক্ৰবাৰৰ দিনটোত পুণৰ ৩ হাজাৰৰো অধিক লোকৰ দেহলৈ সংক্ৰমিত হয় ন’ভেল ক’ৰোনা ভাইৰাছ- • . ভাৰতৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে চীনক ৷ যোৱা ২৪ ঘন্টাত দেশত ৩,৯৭০ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত…

ক’ৰোনা : চীনক অতিক্ৰম কৰাৰ পথত ভাৰত

ভয়াৱহ ৰূপত বাঢ়িছে দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা৷ কেৱল বুধবাৰৰ দিনটোতে অসমত ১৫ গৰাকী লোক নতুনকৈ ক’ভিড ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ • ভাৰতত বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ৩,৭২২ গৰাকী লোক৷ বৰ্তমান মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৭৮,০০৩ ৷…