টেগ india

ক’ৰোনা বুলেটিন : এদিনত ১২২ গৰাকীৰ মৃত্যু

ভাৰতত ক’ৰোনাৰ দ্ৰুত সংক্ৰমন অব্যাহত আছে ৷ • মঙলবাৰৰ দিনটোত ৩৫২৫ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হয়৷ মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১২২৷ • ভাৰতত এতিয়ালৈকে মুঠ ৭৪,২৮১ গৰাকী ব্যক্তি ন’ভেল ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ২,৪১৫ গৰাকী ৰোগীৰ মৃত্যু…

পুনৰ আগ্ৰাসী ‘ৰঙা চীন’, সীমান্ত কঁপাই উৰি গ’ল ভাৰতীয় যুদ্ধবিমান

পুনৰ আগ্ৰাসী ‘ৰঙা চীন’৷ এইবাৰ লাডাখৰ নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিলে চীনা সৈন্যৰ যুদ্ধবিমানে৷ লগে লগে সম্ভাব্য আক্ৰমন প্ৰতিহত কৰিবলৈ উৰা মাৰে ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক’চুখই’ যুদ্ধবিমান৷ সেনা সূত্ৰ অনুসৰি যোৱা সপ্তাহত লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত হঠাৎ দেখা গ’ল কেইবাখনো চীনা সৈন্যৰ…

আজি দেশবাসীক পুনৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ পিছত  আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। নিশা ৮ বজাত প্ৰধানমন্ত্ৰীয়ে কি সম্বোধন কৰিব তাক লৈ ব্যাপক চৰ্চা হৈছে। দেশত লক্ ডাউন বৃদ্ধি কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে বক্তব্য ৰখাৰ সম্ভাৱনা থকা বুলি প্ৰকাশ পাইছে…

ক’ৰোনা: ভাৰত বিশ্বৰ ৮ নম্বৰত

বিশ্বজুৰি মহামাৰীৰ সূচনা কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমন এতিয়াও দেশে দেশে অব্যাহত আছে ৷ভাৰততো শেহতীয়াকৈ ক’ৰোনাৰ সংক্ৰমনে ভয়াবহ ৰূপ লৈছে৷ কিন্তু তাৰ মাজতো আশাৰ খবৰটো হ’ল – বহু ৰোগী সুস্থ হৈ ইতিমধ্যে ঘৰলৈ ঘূৰি গৈছে৷ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যাৰ ফালৰ…

ক’ৰোনা : ৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতে

৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই৷ অৱশ্যে সোমবাৰৰ দিনটোত ভাৰতত ক’ৰোনা সংক্ৰমনৰ হাৰ কিছু হ্ৰাস পাইছে৷ • সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ ৩৬০৪ গৰাকী লোক ক’ভিড ১৯ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷এতিয়া দেশখনত মুঠ ক’ৰোনা ৰোগীৰ সংখ্যা হ’ল ৭০,৭৫৬…

দুবছৰলৈ নোলায় ক’ৰোনাৰ ভেকছিন৷-ক’লে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াই

দুবছৰলৈ ক’ৰোনা ভাইৰাছৰ ভেকছিন প্ৰস্তুত হোৱা কোনো সম্ভাৱনা নাই৷ সেইবাবে দেশসমূহে ভাইৰাছৰ লগত দীঘলীয়া সময় একেলগে বাস কৰিবলৈ সাজু হোৱা উচিত৷ -এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ কংৰোনা সংক্ৰান্তীয় বিশেষ দূত ডেভিড নাবাৰোৰ৷’দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়…

ক’ৰোনা: ভাৰতত এদিনত আক্ৰান্ত ৪,২১৩

ক’ৰোনা সংক্ৰমনৰ ক্ষেত্ৰত কালিৰ দিনটো ভাৰতৰ বাবে আছিল অত্যন্ত চিন্তনীয়৷ • এদিনত দেশত সৰ্বাধিক লোক আক্ৰান্ত হয় দেওবাৰৰ দিনটোত৷ বিগত ২৪ ঘন্টাত ভাৰতত ৪,২১৩ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ মৃত্যু হ’ল ৯৭ গৰাকী ৰোগীৰ৷ • ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা…

ছিক্কিমৰ ভাৰত-চীন সীমান্তত উত্তেজনা

ছিক্কিমৰ ভাৰত-চীন সীমান্তত উত্তেজনা। প্ৰকাশিত খবৰ অনুসৰি উত্তৰ ছিক্কিমৰ নাকুলাত দুই দেশৰ জোৱান সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষত দুয়োপক্ষৰ কেইবাগৰাকী জোৱান আহত হয়। অৱশ্যে সংঘৰ্ষ‌ই তীব্ৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বে স্থানীয় পৰ্যায়ত সংঘৰ্ষৰ শাম কাটে। নাম প্ৰকাশত অনিচ্ছুক সেনা বাহিনীৰ বিষয়াই…

ভাৰতত ক’ৰোনা : ২৪ ঘন্টাত কি ঘটিল?

ভাৰতত ক’ৰোনাৰ সংক্ৰমনৰ হাৰ প্ৰতিদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ • বিগত ২৪ ঘন্টাত দেশখনত নতুনকৈ ৩,২৭৭ গৰাকী লোকৰ দেহলৈ ক’ভিড ১৯ ভাইৰাছ সংক্ৰমিত হৈছে৷ • বৰ্তমান ভাৰতত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৬২,৯৩৯ গৰাকী৷ • এই ৰোগত মৃত্যু হোৱা লোকৰ…

এই ৫ জন IAS বিষয়াই কিয় কৰিলে পদত্যাগ?

বহু কষ্ট, একাগ্ৰতাৰ শেষত কোনো ব্যক্তিয়ে IAS হোৱাৰ সফলতা লাভ কৰে। তাৰ পিছত স্থলাভিষিক্ত হয় উচ্চপদস্থ বিষয়া হিচাপে। কিন্তু গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত চৰকাৰৰ ভূমিকা আৰু নীতিত অসন্তুষ্ট হৈ সেইসকল উচ্চপদস্থ বিষয়াই পদত্যাগ কৰিবলৈ বাধ্য হয়। তেনে অলেখ নজিৰ আছে দেশত।…