টেগ india

ভাৰতে প্ৰস্তুত কৰি উলিয়াব নেকি কৰোনাৰ ভেকচিন?

কৰোনা ভাইৰাছৰ সংকতৰ পৰা ৰক্ষা পাবলৈ যি সময়ত সমগ্ৰ বিশ্বই ইয়াৰ প্ৰতিষেধক বিচাৰি হাবাথুৰি খাইছে, ভাৰতবৰ্ষৰ এটা ভেকচিন নিৰ্মাণ প্ৰতিষ্ঠানে এই ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। পুনেস্থিত এডাৰ পুনেৱালাৰ ছিৰাম ইনষ্টিটিউতে ১০ নিযুত পালি কৰোনা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত…

WHO আৰু ডোনাল্ড ট্ৰাম্পে কিয় সমালোচনা কৰিছে ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ সংখ্যাক?

ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ হাৰ বিশ্বৰ অন্যান্য দেশৰ তুলনাত বহু কম বুলি মন্তব্য দিছে বিশ্ব স্বাস্থ্য সংস্থা(World Health Organisation) ৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথানে। এই পৰ্য্যন্ত ভাৰতে সৰ্বমুঠ ২.০৮ কোটি কৰোনা টেষ্ট সম্পন্ন কৰিছে। Scroll.in নামৰ ৱেব পৰ্টেলত প্ৰকাশ পোৱা…

ভাৰত -চীনৰ সংঘাতৰ মাজত কেনেদৰে সোমাই পৰিছে পাকিস্থান?

• সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজৰ শেহতীয়াকৈ কূটনৈতিক সম্পৰ্কৰ যি অৱনতি ঘটিছে, তাৰ মাজত জড়িত হৈ পৰিছে পাকিস্থান৷ • আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি পাকিস্থানস্থিত বালুচী আৰু সিন্ধী বিচ্ছিন্নতাবাদী সংগঠন সমূহে পাকিস্থানৰ মাজেৰে যোৱা…

নেপালে সলনি নকৰে মানচিত্ৰ, ভাৰতৰ নাই প্ৰত্যুত্তৰ!

শেহতীয়াকৈ ভাৰত-নেপালৰ কূটনৈতিক সম্পৰ্কত ব্যাঘাত জন্মিছে লিপুলেখ-কালাপানী-লিম্পিয়াধৰাক লৈ। এইবাৰ নেপালে স্পষ্টকৈ প্ৰকাশ কৰিছে যে তেওঁলোকে মানচিত্ৰ সালসলনি নকৰে। নিজৰ সিদ্ধান্তত অটল থাকিব বুলি জনাইছে কাঠমাণ্ডুৱে। বিগত মে’ মাহত এক বিতৰ্কিত মানচিত্ৰ প্ৰকাশ কৰিছিল নেপালে। তাৰ পিছতেই দুয়োখন দেশৰ মাজত কূটনৈতিক…

নেপালৰ সীমান্ত সুৰক্ষা জোৱানৰ গুলীত নিহত ভাৰতীয়

ভাৰত-নেপালৰ কন্দলৰ সময়তে পুনৰ আন এক দুৰ্ঘটনা সংঘটিত হৈছে সীমান্তৱৰ্তী এলেকাত। বিহাৰৰ ছিটামৰ্হিত নেপালৰ সীমান্ত সুৰক্ষা জোৱানৰ গুলীত এজন ভাৰতীয় লোকৰ মৃত্যু হৈছে আৰু ৩জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। পুৱা ৮.৪০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। অতি শীঘ্ৰেই দুয়ো দেশৰ সীমান্তৰ…

নতুন তথা বিত্তীয় বাজেটত ঘোষণা কৰা প্ৰকল্পৰ ক্ষেত্ৰত এবছৰলৈ কেন্দ্ৰই আবণ্টন নকৰে ধন!

আগন্তুক এক বছৰত দেশত কোনো প্ৰকল্পৰ বাবে ধন খৰচ কৰা নহ’ব- এইদৰেই স্পষ্টকৈ জনাইছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। শুক্ৰবাৰে বিত্তমন্ত্ৰীগৰাকীয়ে জনায় যে ক’ৰোনাৰ সাম্প্ৰতিক সময়ত দেশত নিম্নগামী হোৱা অৰ্থব্যৱস্থাক পুনৰুজ্জীৱিত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। আৰু এই সময়ত সকলো…

পৰিৱেশ দিৱসৰ দিনা কেন্দ্ৰৰ নতুন কাৰ্যক্ৰমঃ ‘হ্ৰাস কৰিব লাগে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ’

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ২০০টাকৈ কৰ্প’ৰেশ্যন আৰু নগৰত ‘নগৰ ভান’ বা ‘নগৰ অৰণ্য’ উন্মোচন কাৰ্যসূচী গ্ৰহণ কৰে। নগৰ সমূহত বৰ্তমানে যথেষ্ট পৰিমাণে পৰিৱেশ বিনষ্ট হৈ আহিছে। তাৰেই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে নগৰাঞ্চলত পৰিৱেশ সুৰক্ষা দিবৰ…

ভাৰতক লৈ ট্ৰাম্পে জনোৱা আন্তঃৰাষ্ট্ৰীয় আহ্বানে সৃষ্টি কৰিছে চীনৰ মূৰৰ কামোৰণি

জি-৭ গোষ্ঠীত ভাৰতৰ নাম অন্তৰ্ভুক্তি সন্দৰ্ভত এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ট্ৰাম্পে ভাৰতসহ দক্ষিণ কোৰিয়া, অষ্ট্ৰলিয়া আৰু ৰাছিয়াক জি-৭ত অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। যদিহে দেশসমূহ অন্তৰ্ভুক্ত হয়, তেন্তে জি-৭ৰ পৰা জি-১১ হোৱাৰ সম্ভাৱনা আছে। আমেৰিকা, কানাডা, ব্ৰিটেইন,…

মানৱতাৰ জয়…হিন্দু মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান লোকে

ধৰ্মীয় বিষবাষ্পৰ লগতে ভিন্ন সাম্প্ৰদায়িক ঘটনাই সততে সংবাদ শিৰোনাম দখল কৰি আহিছে। ক’ৰোনাৰ এই জটিল সময়তো বিভিন্ন মাধ্যমত সাম্প্ৰদায়িক মনোভাৱৰ প্ৰকাশ পাই আহিছে। কিন্তু তাৰ মাজতেই খবৰ প্ৰকাশ পাইছে ধৰ্মৰ প্ৰভেদে বাধা দিব নোৱাৰা এক মানৱতাৰ কাৰ্য। এটা পণ্ডিত পৰিয়ালৰ…

কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পখ্ৰিয়ালে মুকলি কৰিলে একাদশ-দ্বাদশ শ্ৰেণীৰ শৈক্ষিক কেলেণ্ডাৰ

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখ্ৰিয়ালে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে মুকলি কৰিলে নতুন একাডেমিক কেলেণ্ডাৰ। NCERTৰ দ্বাৰা নিৰ্মিত কেলেণ্ডাৰখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই শৈক্ষিক কেলেণ্ডাৰ অনুযায়ী শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক প্ৰযুক্তিগত তথা ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে ঘৰত থকা অৱস্থাত…