টেগ india

ভাৰতত দুগুণলৈ বৃদ্ধি উচ্চ ৰক্তচাপত আক্ৰান্ত লোকৰ সংখ্যা

হাইপাৰটেনছন বা উচ্চ ৰক্তচাপত আক্ৰান্ত ভাৰতীয়ৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে ৷ যোৱা ৩০ বছৰত এই পৰিসংখ্যা ভাৰতত অতি উদ্বেগজনক হৈ পৰিছে ৷৩০ শতাংশ ভাৰতীয় নাগৰিক এতিয়া হাইপাৰটেনছন বা উচ্চ ৰক্তচাপত আক্ৰান্ত ৷ ‘দ্য লানচেট’ জাৰ্ণালত এই তথ্য প্ৰকাশ পাইছে ৷…

ধৰ্ম ঘৰত ৰখাই ভালঃ কিয় ক’লে প্ৰাক্তন ন্যায়াধীশে?

২১ আগষ্টত অৱসৰ গ্ৰহণ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পংকজ নকভিয়ে। কিন্তু বিদায় ভাষণত বহু কথাই কৈ বহু কথাই কৈ গ’ল প্ৰাক্তন ন্যায়াধীশ গৰাকীয়ে। নকভিয়ে জনসাধাৰণক সাংবিধানিক মূল্যবোধ ৰক্ষা কৰিবলৈ আৰু দৃঢ় ভাৱে ধৰ্মনিৰপেক্ষ হ’বলৈ পৰামৰ্শ প্ৰদান কৰে। একে সময়তে…

তালিবানক লৈ বাংলাদেশত উৎসাহিত জেহাদী , ভাৰতলৈ কিহৰ ভাবুকি ?

তালিবানৰ উত্থানে বিভিন্ন দিশৰ পৰা ভাৰতলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ কিয়নো আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে বাংলাদেশৰ মৌলবাদী , জেহাদী শক্তিসমুহো উৎসাহিত হৈ উঠিছে ৷ বাংলাদেশৰ আৰক্ষীয়ে নিজে এই কথা ব্যক্ত কৰিছে ৷ ঢাকা মেট্ৰ’পলিটান পুলিচৰ কমিছনাৰ মহম্মদ…

আফগানিস্তানস্থিত ভাৰতীয় দূতাবাসৰ তলা কিয় ভাঙিছে তালিবানে?

ইংৰাজী বাতৰি কাকত হিন্দুস্তান টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি তালিবানে বিগত বুধবাৰে কান্দাহাৰ আৰু হেৰাতৰ বন্ধ ভাৰতীয় দূতাবাসত তালাচী চলাইছিল। তালিবান উগ্ৰপন্থীসকলে তলা ভাঙি ভাৰতীয় দূতাবাসত প্ৰৱেশ কৰিছিল। কান্দাহাৰ দূতাবাসত নথিপত্ৰ বিচাৰি আলমাৰি আৰু বাকচবোৰো লণ্ডভণ্ড কৰিছিল তালিবানে। দুয়োটা দূতাবাসত…

তালিবানৰ সৈতে ভাৰতৰ কথা হৈছে নেকি ? কি ক’লে জয়শংকৰে ?

আফগানিস্তানত তালিবানৰ চৰকাৰক ভাৰতে স্বীকৃতি দিবনে ? এই লৈ কৌতুহলত আছে সমগ্ৰ ভাৰতবাসী ৷ তাৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ নিউ্য়ৰ্কত বৃহস্পতিবাৰে সাংবাদিকৰ আগত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়-‘এই মুহূৰ্তত আমি কাবুলৰ পৰিস্থিতি নীৰিক্ষণ কৰি আছো ৷…

সাৱধান! ভাৰতত চিনাক্ত কৰা হৈছে নকল ক’ভিড ভেকচিন

দেশত ক’ভিডৰ ক্ষিপ্ৰ টীকাকৰণ চলি থকাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ। বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতি যোগে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত কভিশ্বিল্ডৰ নকল সংস্কৰণ চিনাক্ত কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে জুলাইৰ পৰা আগষ্ট মাহৰ…

আফগানিস্তানৰ পৰা ভাৰতক দু:শ্চিন্তাত পেলোৱা কি খবৰ আহিছে ?

ভাৰতক দু:শ্চিন্তাত পেলাই কাবুললৈ শিপা বিয়পাইছে আল –কায়দা আৰু পাকিস্তানৰ হক্কানি নেটৱৰ্কে ৷ খবৰ দিছে চোৰাংছোৱা সংস্থাই ৷ ২০ বছৰ পাছত তালিবান শাসনলৈ ঘূৰি অহাৰ পাছত এইটোৱে অৱধাৰিত ঘটনা আছিল ৷ যিয়ে ভাৰতৰ ৰক্তচাপ বঢ়াই তুলিছে ৷ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিৰাপত্তা…

কেনেকৈ ভাৰতত প্ৰৱেশ কৰিব পাৰিব আফগানী শৰনাৰ্থী?

তালিবানে আফগানিস্তানৰ ৰাজধানী চহৰ কাবুল দখল কৰাৰ পিছতে হুৱাদুৱা লাগিছে আফগান জনসাধাৰণৰ মাজত। এনে বিপদসংকুল পৰিস্থিতিৰ মাজতে আফগানিস্তানত অসুৰক্ষিত অনুভৱ কৰা লোক সকলৰ বাবে ভাৰতৰ গৃহ মন্ত্ৰালয়ে আনিছে এক সুখবৰ। ভাৰতত প্ৰৱেশৰ বাবে আবেদন জনোৱা আফগানী নাগৰিক সকলৰ বাবে দেশৰ…

তালিবানৰ ৰঙাচকুৰ সন্মুখেৰে  কেনেকৈ দেশলৈ  উভতিল ১৩০ ভাৰতীয় ?

কাবুলৰ দূতাবাসৰ পৰা ১৩০ জন ভাৰতীয়ক উদ্ধাৰ কৰি অনা বায়ুসেনাৰ এখন বিমান ভাৰতত আহি উপস্থিত হৈছে ৷মঙলবাৰে বিমানখন গুজৰাটৰ জামনগৰত  উপস্থিত হয় ৷ ১৯৯৬ ৰ পাছত ভাৰতে কাবুলৰ দূতাবাস খালী কৰিবলগীয়া হোৱা এয়া দ্বিতীয়টো ঘটনা ৷ ১৯৯৬ চনতো তালিবানে আফগানিস্তানৰ…

 আফগানিস্তালৈ ঘূৰি আহিল তালিবানী শাসন! কি প্ৰভাৱ পৰিব ভাৰতত?

অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সদস্য কবীৰ তানেজাই প্ৰকাশ কৰা মতে আফগানিস্তানত তালিবানী শাসনৰ প্ৰত্যাৱৰ্তনে ভাৰতত কোনো প্ৰভাৱ নেপেলায়। ভাৰতে এতিয়া মাথো সামগ্ৰিক পৰিস্হিতি প্ৰত্যক্ষ কৰি আছে। বিগত চাৰি-পাঁচ দিনে ভাৰতে তালিবান কিম্বা আফগান চৰকাৰ কাৰো পক্ষেই মন্তব্য প্ৰকাশ কৰা নাই। অৱশ্যে…