Reporting on
দোহাত প্ৰথমবাৰৰ বাবে আলোচনাত মিলিত হ’ল ভাৰত চৰকাৰ আৰু তালিবান

মঙলবাৰে প্ৰথমখন আনুষ্ঠানিক বৈঠকত মিলিত হয় ভাৰত চৰকাৰ আৰু তালিবান। ইতিমধ্যেই কাটাৰত ভাৰতৰ ৰাষ্ট্ৰদূত দীপক মিত্তাল আৰু তালিবান নেতা শ্বেৰ মহম্মদ আব্বাছ ষ্টানেকজাইৰ মাজত প্ৰথম লানি আলোচনা সম্পন্ন হৈছে। প্ৰাপ্ত খবৰ অনুসৰি মিত্তাল আৰু শ্বেৰ মহম্মদৰ মাজত তালিবানৰ উদ্যোগত বৈঠক…









