সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

india

যোগীৰ উত্তৰ প্ৰদেশত কংগনা ৰাণাৱটক ব্ৰেণ্ড এম্বেচেডৰ নিযুক্তি

বলীউডৰ বহু চৰ্চিত, বহু বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটক উত্তৰ প্ৰদেশৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰে মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে। উত্তৰ প্ৰদেশ চৰকাৰৰ "এক জিলা-এক সামগ্ৰী" (অ'ডিঅ'পি) আঁচনিৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি প্ৰদান কৰে…

পিছুৱাই দিয়া হৈছে UGC-NET পৰীক্ষা

◆ পিছুৱাই দিয়া হৈছে UGC আৰু NET পৰীক্ষা ◆ দুৰ্গা পূজাৰ পিছতহে অনুষ্ঠিত হব পৰীক্ষাসমূহ ◆ নেচনেল টেষ্টিং এজেন্সীয়ে জনাইছে এই কথা ◆ ১৭ ৰ পৰা ২৫ অক্টোবৰৰ ভিতৰত অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ ◆ ২০২০ৰ ডিচেম্বৰ আৰু জুন ২০২১ ছেচনৰ অনুষ্ঠিত…

গাড়ীচালক-স্বত্বাধিকাৰীৰ বাবে সুখবৰঃ বৃদ্ধি হ’ল ড্ৰাইভিং লাইচেঞ্চৰ ম্যাদ

⚫ আজিৰে পৰা বৃদ্ধি হ'ল যান-বাহনৰ নথি,‌ ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণৰ ম্যাদ ⚫ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বৃদ্ধি কৰিছে নৱীকৰণ ৰ ম্যাদ ⚫ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকো এই ম্যাদ বৃদ্ধি ৰূপায়ন কৰিবলৈ আহ্বান কেন্দ্ৰৰ ⚫ ৩১ অক্টোবৰলৈ…

পুনৰ ভূইকঁপে জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল

⚫ ভূইকঁপে জোকাৰি গ'ল উত্তৰ-পূৰ্বাঞ্চল ⚫ পুৱা ৯.১৯ বজাত অনুভূত জোকাৰণি ⚫ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৪.৩ ⚫ অৰুণাচল প্ৰদেশৰ পানগিনৰৰ পৰা প্ৰায় ১৮৯ কি: মি: নিলগত ভূমিকম্পৰ অভিকেন্দ্ৰ ⚫ ভূমিকম্পতোৰ উৎপত্তিস্থল ভূ-পৃষ্ঠৰ পৰা…

Bank Holiday : ৰাজ্যত অক্টোবৰ মাহত ১৩ দিন বন্ধ থাকিব বেংক

অক্টোবৰ মাহত বেংকত কিবা জৰুৰী কাম কৰিম বুলি ভাৱিছে নেকি? যদি ভাৱিছে তেন্তে সোনকালেই সমাধা কৰক। কাৰণ দেশত অক্টোবৰ মাহত ২১ দিন বন্ধ থাকিব বেংক। অৱশ্যে ৰাজ্য অনুযায়ী বেংকৰ বন্ধৰ সূচী বেলেগে বেলেগ। আগন্তুক অক্টোবৰ মাহত অসমত ১৩ দিন বন্ধ থাকিব…

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ দাবীক সমৰ্থন জনালে আমেৰিকাই

দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে আৰু পাৰমাণৱিক যোগানকাৰী গোট (এনএছজি)ত অন্তর্ভুক্তিৰ…

অক্টোবৰত ২১ দিন ধৰি বন্ধ থাকিব পাৰে বেংকঃ কিন্তু কিয়?

অক্টোবৰ মাহত বেংকত কোনো জৰুৰী কাম কৰিম বুলি ভাৱি আছে নেকি? যদিহে ভাৱিছে তেন্তে অক্টোবৰ মাহলৈ নৰ'ব। দৰাচলতে অক্টোবৰ মাহত কেইবাটাও উৎসৱৰ বাবে বেংক কেইবাদিনো বন্ধ থাকিব। অহা অক্টোবৰ মাহত ২১ দিন ধৰি বেংক বন্ধ থকাৰ সম্ভাৱনা আছে। অৱশ্যে বেংকৰ…

বন্ধ হ’ব ৰাজ্যৰ দুটাকৈ দূৰদৰ্শন কেন্দ্ৰ

⚫ ৩১ মাৰ্চত বন্ধ হ’ব শিলচৰ আৰু কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰ। ⚫কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগে দুয়োটা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে জাননী। ⚫১৯৮৯ চনতে স্থাপন হৈছিল কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰটো। ⚫দীৰ্ঘদিন ধৰি আন্দোলন কৰাৰ পাছত…

২০১৫ বৰ্ষত শীৰ্ষ স্থানপ্ৰাপ্ত টিনাৰ ভগ্নী ৰিয়াৰ ১৫নং স্থান দখল ইউ পি এছ চিত

⚫ ঘোষিত হল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল। ⚫এটা বিশেষ নামক লৈ এতিয়া চৰ্চা দেশজুৰি। ⚫ চৰ্চা লাভ কৰা ৰিয়া ডাবী হ'ল ২০১৫ বৰ্ষত শীৰ্ষ স্থান প্ৰাপক টিনা ডাবীৰ নিজা ভগ্নী। ⚫ আইএএছ বিষয়া টিনা ডাবী বৰ্তমান ৰাজস্থান চৰকাৰৰ বিত্ত…

কিমান কোটি টকাৰ সম্পত্তিৰ গৰাকী নৰেন্দ্ৰ মোডী ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া ঘোষণা অনুসৰি তেখেতৰ হাতত থকা মুঠ সম্পত্তিৰ মূল্য হৈছে ৩.০৭ কোটি। বিগত বছৰত মোডীৰ সম্পত্তিৰ মূল্য আছিল প্ৰায় ২.৮৫ কোটি। অৰ্থাৎ চৰকাৰী তথ্য অনুসৰি বিগত এটা বছৰত প্ৰধানমন্ত্ৰী গৰাকীৰ সম্পত্তিৰ মূল্য প্ৰায়…