পুনৰ ভূইকঁপে জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল

⚫ ভূইকঁপে জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল

⚫ পুৱা ৯.১৯ বজাত অনুভূত জোকাৰণি

⚫ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৪.৩

⚫ অৰুণাচল প্ৰদেশৰ পানগিনৰৰ পৰা প্ৰায় ১৮৯ কি: মি: নিলগত ভূমিকম্পৰ অভিকেন্দ্ৰ

⚫ ভূমিকম্পতোৰ উৎপত্তিস্থল ভূ-পৃষ্ঠৰ পৰা ১৬৯ কি: মি: গভীৰতাত

Leave a Reply

Your email address will not be published. Required fields are marked *