বন্ধ হ’ব ৰাজ্যৰ দুটাকৈ দূৰদৰ্শন কেন্দ্ৰ

Share This Article

⚫ ৩১ মাৰ্চত বন্ধ হ’ব শিলচৰ আৰু কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰ।

⚫কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগে দুয়োটা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে জাননী।

⚫১৯৮৯ চনতে স্থাপন হৈছিল কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰটো।

⚫দীৰ্ঘদিন ধৰি আন্দোলন কৰাৰ পাছত বৰাকবাসীয়ে লাভ কৰিছিল শিলচৰ দূৰদৰ্শন কেন্দ্ৰ।

⚫ চৰকাৰৰ এই সিদ্ধান্তত এতিয়া মৰ্মাহত হৈ পৰিছে বি টি আৰ বাসী।

⚫ কৰ্মচাৰী সকলে সমগ্ৰ বিষয়তো চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.