সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

himantabiswasharma

পূজা চাবলৈ যোৱা ছাত্ৰই কেনেকৈ পালে ড্ৰাগছ?

ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ মাজতে বৰপথাৰত অতিমাত্ৰা ড্ৰাগছ সেৱনৰ ফলত এজন ছাত্ৰৰ মৃত্যু হোৱাৰ বাতৰিয়ে এতিয়া চকু কপালত তুলিছে সকলোৰে। উল্লেখ্য যে মৃত ছাত্ৰ জনৰ নাম অবিনাশ ফুকন। বৰপথাৰৰ ধনশিৰি ঔদ্যোগিক প্ৰশিক্ষণ…

“দালালবোৰ ভাল মানুহ,তেওঁলোকৰ কিবা আঁচনিৰ প্ৰয়োজন হলে মই দিয়াত আছোঁ”: মুখ্যমন্ত্ৰী

ৰাজ্যত চলি থকা দলালৰাজৰ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ মন্তব্য দালালবোৰ ভাল মানুহ, তেওঁলোকে ব্যৱসায় বানিজ্য আৰম্ভ কৰক যদি কিবা আঁচনিৰ প্ৰয়োজন হয় মই প্ৰদান কৰিম। কেবল মাত্ৰ তেওঁলোকে পূৰ্বৰ কামবোৰ ত্যাগ কৰক। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ…

সৰু দালালবোৰক গ্ৰেপ্তাৰ কৰি ডাঙৰ দালাল বোৰক কাৰ্যালয়ত গামোচা পিন্ধাইছে মুখ্যমন্ত্ৰীয়ে:‌ ভূপেন বৰা

ৰাজ্যত অব্যাহত থকা দালাল উচ্ছেদ প্ৰক্ৰিয়া তথা গ্ৰেপ্তাৰ প্ৰসংগত সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ডাঙৰ দালালবোৰ একাংশই মুখ্যমন্ত্ৰীৰ বাল্যবন্ধু। সৰু দালালবোৰক গ্ৰেপ্তাৰ কৰি ডাঙৰ দালাল বোৰক কাৰ্যালয়ত ফুলাম গামোচা পিন্ধাইছে বুলি অভিযোগ…

Just in- অপৰাধী পলাই থাকিলে এনকাউন্টাৰ হৈয়েই থাকিব: হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত চলি থকা এনকাউন্টাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। অপৰাধিয়ে আৰক্ষীৰ কবলৰ পৰা পলাই থাকিলে আৰক্ষীয়ে গুলিয়াই থাকিব। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে অপৰাধিয়ে কিয় পলায়ন কৰে অপৰাধিক সোধক আৰু নাৰীৰ উপৰত অত্যাচাৰ কৰিলে…

উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিৰে কি আলোচনা অমিত শ্বাহৰ?

দুদিনীয়া অসম-মেঘালয় ভ্ৰমণৰ উদেশ্যে আজি শিলংত উপস্থিত হল অমিত শ্বাহ৷শ্বিলংৰ নতুন বাছ টার্মিনেল শুভাৰম্ভ কৰি অমিত শ্বাহ মিলিত হয় উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপি সকলৰ সৈতে৷সীমা বিবাদ আৰু আইন শৃংখলাজনিত বিষয়েই এই বৈঠকৰ প্ৰধান উদেশ্যে বুলি…

পেগাছাছক লৈ হিমন্ত বিশ্ব শৰ্মাই যি কথা নক’লে ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি  ক’লে ? ইজৰাইলী  স্পাইৱেৰ পেগাছাছৰ ব্যৱহাৰক লৈ উত্তাল দেশৰ ৰাজনীতি ৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে নিৰন্তৰ উত্থাপণ কৰিছে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী ৷ এই দাবীৰে বিগত দুদিন ধৰি সংসদ উত্তাল হৈ…

মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ অসমত ১ হাজাৰ সেনা

মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ অসম চৰকাৰে নিয়োগ কৰিব ১ হাজাৰ "সেনা " ৷ সোমবাৰে বিধানসভাৰ মজিয়াত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সদনত জনসংখ্যা বিষয়ক আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এহেজাৰ সংখ্যালঘু যুৱকক লৈ…

কি আছে গো সুৰক্ষা বিধেয়কত ?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিধানসভাত উত্থাপন কৰে অসম গো সুৰক্ষা বিধেয়ক -২০২১ ৷ চলিত অধিৱেশনতে এই বিধেয়ক আইনত পৰিণত হ'ব ৷ কি আছে বহু চৰ্চিত এই বিধেয়কখনত - জধে মধে গো মাংস কটা , বিক্ৰী আৰু সৰবৰাহ নিষিদ্ধ হ'ব ৷ হিন্দু…