সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

donald trump

WHO আৰু ডোনাল্ড ট্ৰাম্পে কিয় সমালোচনা কৰিছে ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ সংখ্যাক?

ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ হাৰ বিশ্বৰ অন্যান্য দেশৰ তুলনাত বহু কম বুলি মন্তব্য দিছে বিশ্ব স্বাস্থ্য সংস্থা(World Health Organisation) ৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথানে। এই পৰ্য্যন্ত ভাৰতে সৰ্বমুঠ ২.০৮ কোটি কৰোনা টেষ্ট সম্পন্ন কৰিছে।…

ভাৰতক লৈ ট্ৰাম্পে জনোৱা আন্তঃৰাষ্ট্ৰীয় আহ্বানে সৃষ্টি কৰিছে চীনৰ মূৰৰ কামোৰণি

জি-৭ গোষ্ঠীত ভাৰতৰ নাম অন্তৰ্ভুক্তি সন্দৰ্ভত এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ট্ৰাম্পে ভাৰতসহ দক্ষিণ কোৰিয়া, অষ্ট্ৰলিয়া আৰু ৰাছিয়াক জি-৭ত অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। যদিহে দেশসমূহ অন্তৰ্ভুক্ত হয়, তেন্তে…

ভাৰতৰ বিৰুদ্ধে কিয় তদন্তত নামিব আমেৰিকা? বিবৃতিত প্ৰকাশ কৰিলে মাৰ্কিন প্ৰশাসনে

গুগল, ফেচবুক, এপল্, আমাজন, নেটফ্লিক্সৰ দৰে আমেৰিকাৰ আইটি কোম্পানীসমূহে অনলাইনযোগে বিক্ৰী কৰা  পণ্য সামগ্ৰীত দেশসমূহে কিমান অতিৰিক্ত কৰ লগাই, তাৰ তদন্ত কৰিব কেইখনমান আমেৰিকাই। সেই অনুসৰি ভাৰত, তুৰস্ক, ইণ্ডোনেছিয়াত আমেৰিকাই চলাব তদন্ত।…

হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ পক্ষত বাৰে বাৰে কিয় ড’নাল্ড ট্ৰাম্প!

ক’ৰোনাৰ প্ৰতিষেধক হিচাপে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ সপক্ষে যুক্ত দি আহিছে ড’নাল্ড ট্ৰাম্পে। কেতিয়াবা যদি সেই ঔষধক ভগৱানৰ দান, কেতিয়াবা গেম চেঞ্জাৰ হিচাপেও অভিহিত কৰিছে। বিগত সপ্তাহত ট্ৰাম্পে প্ৰকাশ কৰিছিল যে তেওঁ নিয়মিত হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ…

বিশ্ব স্বাস্থ্য সংস্থালৈ লিখিত পত্ৰত আকৌ ভাবুকি ড’নাল্ড ট্ৰাম্পৰ!

ক’ৰোণাৰ উত্স সম্পৰ্কে সোমবাৰে বিশ্বৰ ৩৫খন দেশে প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰা পৰিলক্ষিত হয়। ইয়াৰোপৰি একেই প্ৰশ্নৰ অৱতাৰণা কৰিছে ইউৰোপৰ ২৭খন সদস্য ৰাষ্ট্ৰই । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৪খন স্থায়ী সদস্য ৰাষ্ট্ৰ-…

ড’নাল্ড ট্ৰাম্পে কিয় সেৱন কৰিছে মেলেৰিয়াৰ দৰৱ?

সমগ্ৰ বিশ্ব ক’ৰোনা মহামাৰীৰ আতংকত ত্ৰস্তমান ৷ কিন্তু অৰ্থব্যৱস্থা চলাই নিবলৈ পুনৰ দৈনন্দিন জীৱনযাত্ৰা আৰম্ভ কৰাৰ সময় আহি পৰিছে৷ বিশ্বৰ সকলো দেশেই পৰ্যায়ক্ৰমে লকডাউন খুলিবলৈ আৰম্ভ কৰিছে৷ শংকাৰ মাজতে কামকাজ আৰম্ভ কৰিলেও সকলোৱে আশাৰে এটা…

ক’ৰোণাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দহটা বাছকবনীয়া মন্তব্য

মহামাৰীক লৈ মনৰ কথা প্ৰকাশ কৰাৰ ক্ষেত্ৰত কেতিয়াও পিছ হুহুকি অহা নাই ড’নাল্ড ট্ৰাম্প। পৃথিৱী যেতিয়াৰ পৰাই ক’ৰোণাৰ গ্ৰাসত সোমাল তেতিয়াৰ পৰাই সময়ে-অসময়ে মনৰ কথা প্ৰকাশ কৰি আহিছে ট্ৰাম্পে। কীটাণুনাশক ইনজেকশ্যন দিয়াৰ পৰা আৰম্ভ কৰি গৰমত ক’ৰোণা…