সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

delhi

শনিবাৰ আৰু দেওবাৰে নৈশ কাৰফিউ দিল্লীত

দিল্লীত শনিবাৰ আৰু দেওবাৰে নিশাৰ কাৰফিউ। এইকথা ঘোষণা কৰিছে দিল্লী চৰকাৰে। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই আজি নতুন নিষেধাজ্ঞাৰ ওপৰত এখন চৰকাৰী বৈঠক অনুষ্ঠিত কৰে। তাৰ পিছতে কয় যে, দিল্লীত অত্যাধিক হাৰত কভিড` ৰোগীৰ সংখ্যা বৃদ্ধি…

ৰাজধানী দিল্লীত নিষিদ্ধ হব আতচবাজীঃ কিন্তু কিয়?

দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে (ডিপিচিচি) মঙলবাৰে ১ জানুৱাৰী-২০২২ ৰ ভিতৰত দেশৰ ৰাজধানী চহৰখনত আতচবাজী বিক্ৰী আৰু জ্বলোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰাৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশ অনুসৰি বহু বিশেষজ্ঞই ইংগিত দিছে যে বহু সংখ্যক লোকে…

মাত্ৰ ১৫ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে স্থানান্তৰ কৰা হব ৫১০৪ জোপা গছ

পূব আৰু উত্তৰ-পূব দিল্লীত ছয় লেনৰ ঘাইপথ নিৰ্মাণৰ বাবে ১৪ হেক্টৰতকৈও অধিক বনভূমিত ৰোপণ কৰা ৫১০৪ জোপ গছ কাটি আন এটা স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিষয়াসকলৰ মতে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দিল্লী-চাহাৰনপুৰ ঘাইপথৰ ১৪.৭৫…

বৰষুণত বুৰিছে ৰাজধানী দিল্লী

দিল্লী এনচিআৰত আজিও অব্যাহত আছে ধাৰাসাৰ বৃষ্টিপাত। ধাৰাসাৰ বৰষুণৰ বাবে দিল্লীৰ ৰাজপথ প্লাবিত হৈছে যাৰ ফলত ৰেল চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে দিল্লী অহা…

আৰক্ষীৰ জালত ৰেভ পাৰ্টিৰ মূল অভিযুক্ত

অৱশেষত গুৱাহটীলৈ নিষিদ্ধ ড্ৰাগচ(ক'কেইন) যোগান ধৰা তথা ৰেভ পাৰ্টিৰ মূল অভিযুক্ত বিশাল চৌধুৰী জালত পৰে আৰক্ষীৰ। লতাশিল আৰক্ষী আৰু ক্রাইম ব্ৰাঞ্চৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় চৌধুৰী। অশোক বৰ্মনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ…

কংগ্ৰেছত বিদ্ৰোহ : দিল্লীত শক্তি প্ৰদৰ্শনৰ যুঁজ

চট্টিছগড় কংগ্ৰেছত চলি থকা বিসম্বাদে চৰম ৰূপ লৈছে ৷ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে তেওৰেই কেবিনেট সতীৰ্থ সিঙ দেউয়ে ৷ ইয়াৰ পাছত শক্তি প্ৰদৰ্শনৰ বাবে উঠি পৰি লাগিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ৷ ২৬ গৰাকী…

সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰত শশী থাৰুৰ দোষমুক্ত

সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰত কংগ্ৰেছ সাংসদ শশী থাৰুৰক দোষমুক্ত ঘোষণা কৰিছে আদালতে ৷ দিল্লীৰ এখন বিশেষ আদালতে বুধবাৰে শশী থাৰুৰক দোষমুক্ত ঘোষণা কৰি গোচৰটো খাৰিজ কৰি দিয়ে ৷ ২০১৪ চনত দিল্লীৰ এখন হোটেলত সুনন্দা পুষ্কৰৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷…

JIO বৰ্জন কৰিব কৃষকে।

কৃষি আইন বাতিলৰ দাবীত ১৪ ডিচেম্বৰত ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব প্ৰতিবাদী কৃষকে। কৃষক আৰু চৰকাৰৰ মাজত হোৱা আলোচনাত কোনো সমাধান নোলোৱাৰ বাবেই ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ কৃষকৰ। লগতে সমগ্ৰ দেশত JIO বর্জনৰ হুংকাৰ দিছে

কি কি বন্ধ থাকিব আৰু কি কি খোলা থাকিব ৮ চেপ্তেম্বৰৰ ভাৰত বন্ধত !

সিন্ধু সীমাত আন্দোলনৰত যোগেন্দ্ৰ য়াদবে জনাই: ৮ তাৰিখে কৃষক বিদ্ৰোহৰ সমৰ্থনত বন্ধ থাকিব সমগ্ৰ দেশ। গধুলি ৩ বজালৈ অব্যাহত থাকিব চকা বন্ধৰ কাৰ্যসূচী। দূগ্ধ, ফল-মূল, শাক-পাছলিৰ সৰবৰাহ বন্ধ কৰিব বিদ্ৰোহীয়ে। আনহাতে, তৎকালীন সেৱাসমূহত কোনো ধৰণৰ…

দিল্লীত শ্ৰমিকৰ ওপৰত কিয় কীটাণুনাশক স্প্ৰে’ কৰা হ’ল?

শুক্ৰবাৰে দিল্লীৰ লাজপত নগৰত প্ৰবাসী শ্ৰমিকৰ ওপৰত কীটাণুনাশক স্প্ৰে' কৰাৰ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। শ্ৰমিক স্পেচিয়েল ট্ৰেইনত উঠাৰ পূৰ্বে দিল্লীৰ লাজপত নগৰৰ এখন স্কুলত লগ হৈছিল কেইবাশ শ্ৰমিক। তাতে দক্ষিণ দিল্লী মিউনিচিপাল…