Investigative reporting with dedication.

দিল্লী এনচিআৰত আজিও অব্যাহত আছে ধাৰাসাৰ বৃষ্টিপাত। ধাৰাসাৰ বৰষুণৰ বাবে দিল্লীৰ ৰাজপথ প্লাবিত হৈছে যাৰ ফলত ৰেল চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে দিল্লী অহা তিনিৰ পৰা চাৰি দিন ধৰি মাজে মাজে বৰষুণ আহি থাকিব পাৰে। ২ আৰু ৩ ছেপ্টেম্বৰত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।




