কংগ্ৰেছত বিদ্ৰোহ : দিল্লীত শক্তি প্ৰদৰ্শনৰ যুঁজ

Share This Article

চট্টিছগড় কংগ্ৰেছত চলি থকা বিসম্বাদে চৰম ৰূপ লৈছে ৷ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে তেওৰেই কেবিনেট সতীৰ্থ সিঙ দেউয়ে ৷ ইয়াৰ পাছত শক্তি প্ৰদৰ্শনৰ বাবে উঠি পৰি লাগিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ৷ ২৬ গৰাকী বিধায়কৰ সৈতে তেও উপস্থিত হৈছে নতুন দিল্লীত ৷ বাঘেলে আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ কথা ৷
৩ মন্ত্ৰীসহ বিধায়কসকলক দিল্লীলৈ প্ৰেৰণৰ বাবে ভূপেশ বাঘেলে চাৰ্টাৰ্ড ফ্লাইটৰ ব্যৱস্থা কৰে ৷
মঙলবাৰে বাঘেল আৰু সিঙ দেউৱে একেলগে ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল যদিও সমাধানসূত্ৰ উলিওৱাত দুয়োপক্ষ ব্যৰ্থ হয় ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.