সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

delhi

JIO বৰ্জন কৰিব কৃষকে।

কৃষি আইন বাতিলৰ দাবীত ১৪ ডিচেম্বৰত ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব প্ৰতিবাদী কৃষকে। কৃষক আৰু চৰকাৰৰ মাজত হোৱা আলোচনাত কোনো সমাধান নোলোৱাৰ বাবেই ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ কৃষকৰ। লগতে সমগ্ৰ দেশত JIO বর্জনৰ হুংকাৰ দিছে

কি কি বন্ধ থাকিব আৰু কি কি খোলা থাকিব ৮ চেপ্তেম্বৰৰ ভাৰত বন্ধত !

সিন্ধু সীমাত আন্দোলনৰত যোগেন্দ্ৰ য়াদবে জনাই: ৮ তাৰিখে কৃষক বিদ্ৰোহৰ সমৰ্থনত বন্ধ থাকিব সমগ্ৰ দেশ। গধুলি ৩ বজালৈ অব্যাহত থাকিব চকা বন্ধৰ কাৰ্যসূচী। দূগ্ধ, ফল-মূল, শাক-পাছলিৰ সৰবৰাহ বন্ধ কৰিব বিদ্ৰোহীয়ে। আনহাতে, তৎকালীন সেৱাসমূহত কোনো ধৰণৰ…

দিল্লীত শ্ৰমিকৰ ওপৰত কিয় কীটাণুনাশক স্প্ৰে’ কৰা হ’ল?

শুক্ৰবাৰে দিল্লীৰ লাজপত নগৰত প্ৰবাসী শ্ৰমিকৰ ওপৰত কীটাণুনাশক স্প্ৰে' কৰাৰ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। শ্ৰমিক স্পেচিয়েল ট্ৰেইনত উঠাৰ পূৰ্বে দিল্লীৰ লাজপত নগৰৰ এখন স্কুলত লগ হৈছিল কেইবাশ শ্ৰমিক। তাতে দক্ষিণ দিল্লী মিউনিচিপাল…

কৰোনো- মৃত ব্যক্তিকলৈও কেলেংকাৰী!

দিল্লীৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নগৰ নিকায়লৈ ক'ৰোনাৰ ষ্টেণ্ডাৰ্ড অপাৰেটিঙৰ যোগেদি মৃতকৰ অন্তিম সংস্কাৰৰ তথ্য বিচাৰি প্ৰেৰণ কৰিছে পত্ৰ। বিগত সপ্তাহত স্বাস্থ্য সচিব পদ্মিনী সিংগলাই দিল্লীৰ উত্তৰ আৰু দক্ষিণ MCDৰ কমিছনাৰলৈ পত্ৰ প্ৰেৰণ…

৭০% বাঢ়িল সুৰাৰ দাম

ক’ৰোনা মহামাৰীয়ে দেশত ভয়াৱহ বিত্তীয় সংকটৰ সৃষ্টি কৰিছে৷চৰকাৰৰ ৰাজহ সংগ্ৰহ প্ৰায় শূণ্য৷এনে অৱস্হাত সকলো ৰাজ্য চৰকাৰেই সুৰাৰ মূল্যবৃদ্ধিকে বিত্তীয় সংকটৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ পথ হিচাপে বাছি লৈছে৷শেহতীয়াকৈ দিল্লী চৰকাৰে সুৰাৰ ওপৰত ৭০ শতাংশ…