সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Corona Virus

নিজৰ জীৱন নিজেই বচাওঁক, কিয়নো প্ৰধানমন্ত্ৰী এতিয়া ময়ূৰৰ লগত ব্যস্ত: ৰাহুল গান্ধী

সংসদৰ বৰ্ষা কালীন অধিবেশনৰ আৰম্ভণিৰ ঠিক আগে আগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হল ৰাহুল গান্ধী।দেশত কৰুণা ভাইৰাছৰ বৃদ্ধিক লৈ ৰাহুল গান্ধীৰ আক্ৰমণ নৰেন্দ্ৰ মোডীক। আজি টুইটাৰ যোগে ৰাহুল গান্ধীয়ে কয় যে "কৰুণা সংক্ৰমণৰ…

দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কুঠাৰাঘাত: ৰাজ্য সমূহক প্ৰাপ্য অধিকাৰৰ পৰা কিয় বঞ্চিত কৰিছে মোডী…

দেশৰ অৰ্থনৈতিক অৱস্থা দ্ৰুত গতিত অৱনমিত হোৱাৰ সময়তে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে এতিয়া যেন ভাঙি টচনছ কৰি দিব বিচাৰিছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কাঠামো। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অপৰিকল্পিত আৰু অপৰিপক্ক ভাবে সমগ্ৰ দেশত…

সাংসদৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত হ’ব ১৪ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ইতিমধ্যে বিলম্ব হোৱা সাংসদৰ বৰ্ষাকালীন অধিবেশন অহা ১৪ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দৈনিক ৪ ঘণ্টাৰ বাবে শনি আৰু দেওবাৰেও অনুষ্ঠিত হ'ব দুয়োখন সদন। উল্লেখযোগ্য যে…

কৰোনা আপডেট: অসমত মুঠ আক্ৰান্তৰ সংখ্যা ৪২ হাজাৰৰ ঘৰত, সমগ্ৰ দেশত আক্ৰান্ত হৈছে ১৭ লাখতকৈও অধিক

বিভিন্ন বাধা নিষেধ সহিত কেন্দ্ৰীয় চৰকাৰে unlock 3.0 ৰ নীতি নিয়ম ঘোষণা কৰাৰ মাজতো ৰাজ্যত অব্যাহত আছে কৰোনাৰ ভয়াবহ সংক্ৰমণ। এইপৰ্যন্ত অসমত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪২৯০৪ গৰাকী। একে সময়তে আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা ৩২৩৮৪ গৰাকী আৰু…

কি আছে unlock 3.0 নতুন গাইডলাইনত?

কেন্দ্ৰীয় চৰকাৰে unlock 3.0 ঘোষণা কৰাৰ পাছতে অসমতো আৰম্ভ হৈছে unlock প্ৰক্ৰিয়া। কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা সকলো শিথিলতা প্ৰযোজ্য নহ'ব অসমত। আজি সন্ধিয়া ৭ বজাৰ পৰা ১৪ আগষ্টৰ সন্ধিয়া ৭ বজালৈ প্ৰযোজ্য হ'বলগীয়া এই নতুন গাইডলাইনত কি কি…

কোৰোণাত আক্ৰান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কোৰোণাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কোৰোণাৰ কিছু আগতীয়া লক্ষণে দেখা দিয়াৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰোৱাইছিল স্বাস্থ্য পৰীক্ষা। দেওবাৰে ৰিপৰ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ দেহত কোৰোণাৰ সংক্ৰমণ ধৰা পৰে। যদিয়ো তেওঁৰ…

ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪১ হাজাৰ অতিক্ৰম, মৃতকৰ সংখ্যাই চুলে ১০০ৰ ঘৰ

শেহতীয়াকৈ ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ তুলনামূলক ভাবে কিছু হ্ৰাস পাইছে যদিও শনিবাৰে মৃতকৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিলে। এই পৰ্যন্ত ৰাজ্যত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা ৪১৭২৬। ইয়াৰে ৩১৪৪২ জন লোক আৰোগ্য হোৱাৰ বিপৰীতে ১০১৮০ জন লোক এতিয়াও…

ভাৰতত সংক্ৰমিত হোৱা ক’ৰোনা ভাইৰাছৰ শক্তি দুৰ্বলঃ ক’লে ICMRৰ বিজ্ঞানীয়ে

ভাৰতত হোৱা ক'ৰোনাৰ ভাইৰাছৰ নতুন তথ্য লাভ কৰিছে CSIRৰ বিজ্ঞানীয়ে । বিজ্ঞানীসকলৰ দাবী যে ভাৰতত সংক্ৰমণ হোৱা ক'ৰোনাৰ জিন দুৰ্বল। সেয়ে এই ঘাতক ভাইৰাছক সোনকালেই প্ৰতিহত কৰিব পৰা যাব। এইদৰেই প্ৰকাশ কৰিছে ভাৰতৰ CSIRৰ বিজ্ঞানীমহলে। দেশৰ বিভিন্ন…