সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

CONGRESS

চট্টিছগড়ত স্থাপন হ’ব অমৰ জৱান জ্যোতি

চট্টিছগড়ত কংগ্ৰেছে স্থাপন কৰিব অমৰ জৱান জ্যোতি ৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অমৰ জৱান জ্যোতিৰ অগ্নিশিখা নুমুৱাই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ লগত একত্ৰিত কৰাৰ পাছত চট্টিছগড়ৰ ৰায়পুৰত অমৰ জৱান জ্যোতি স্থাপনৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ চট্টিছগড়ৰ…

নগাঁৱত কীৰ্তিকমল বৰাৰ ন্যায় বিচাৰি অসম প্ৰদেশ যুৱ কংগ্রেছৰ প্ৰতিবাদ

শনিবাৰে আৰক্ষী এনকাউণ্টাৰত আহত হোৱা প্ৰাক্তন ছাত্র নেতা কীৰ্তি কমল বৰাৰ ন্যায় বিচাৰি নগাঁৱত আজি অসম প্ৰদেশ যুৱ কংগ্রেছৰ প্ৰতিবাদ। নগাঁৱ যুৱ কংগ্রেছৰ সহযোগত প্ৰতিবাদ কৰা প্ৰতিবাদী সমদলটোৱে নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা নগাঁও উপায়ুক্তৰ…

চৰকাৰৰ বিৰুদ্ধে কিয় উচ্চতম ন্যায়ালয়লৈ যাব প্ৰদেশ কংগ্ৰেছ ?

মেঘালয়ক অসমৰ ভূমি এৰি দিয়াক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মেঘালয়ক অসমৰ ভূমি গতাই দিয়াৰ বিৰুদ্ধে আজি মহানগৰীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ হৈ সভাপতি ভূপেন বৰা…

৫০ মহিলালৈ কংগ্ৰেছৰ টিকট আৰু কি পৰিকল্পনা প্ৰিয়ংকাৰ ?

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ১২৫ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷ ইয়াৰ ভিতৰত আছে ৫০ গৰাকী মহিলা প্ৰাৰ্থী ৷ বেছিভাগ মহিলাই যোগী আদিত্যনাথৰ শাসনকালত নিৰ্যাতন বা প্ৰতাৰণাৰ সন্মুখীন হৈছে ৷ বিজেপিৰ বিৰুদ্ধে প্ৰতীকি…

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত কংগ্ৰেছৰ আন্দোলন ঘোষণা

দ্য ক্ৰছকাৰে্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৃহৎ ভূমি কেলেংকাৰি ৷ এই কেলেংকাৰিৰ সঠিক তদন্ত বিচাৰি এতিয়া ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ…

হিন্দুৰ বিষয়ে কি কথা লিখি ৰোষত পৰিছে ছলমান খুৰছিদ ?

কিতাপ লিখি হিন্দুত্ববাদীৰ ৰোষত পৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰছিদ৷ খুৰছিদে তেওৰ শেহতীয়া গ্ৰন্থ ‘ছানৰাইজ অভাৰ অযোধ্যা : নেচনহুদ ইন আৱাৰটাইমছ’ গ্ৰন্থত বৰ্তমানৰ হিন্দুত্বক বকো হাৰাম আৰু আইছিছৰে তুলনা কৰিছে ৷ গ্ৰন্থখন প্ৰকাশ পোৱাৰ পাছতে…

গোসাঁইগাঁও, তামুলপুৰ আৰু থাওৰা সমষ্টিত উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছে

ৰাজ্যত সমাগত বিধানসভাৰ উপ নিৰ্বাচন। প্ৰাৰ্থী নিৰ্বাচন তথা প্ৰচাৰক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকল। ইয়াৰ মাজতে আজি ৰাজ্যৰ গোসাঁইগাঁও, তামুলপুৰ আৰু থাওৰা সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে। ছোনিয়া…

অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বন কৰা হ’ল বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদক

শ্বহীদৰ বিৰুদ্ধে বিতৰ্কিত অশালীন মন্তব্য কৰি ইতিমধ্যেই গ্ৰেপ্তাৰ হৈছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী। শ্বেৰমানৰ দায়িত্বজ্ঞানহীন মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজ্যৰ বহু দল-সংগঠন আৰু প্ৰতিষ্ঠানে। আনকি কংগ্ৰেছেও শ্বেৰমান আলীক…

লখিমপুৰলৈ আহোতে আটক হ’ল প্ৰিয়ংকা গান্ধীঃ কিন্তু কিয়?

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক সকলে। এই প্ৰতিবাদৰ সময়তে কৃষক আৰু বিজেপি কৰ্মীৰ মাজত হোৱা হতাহতিৰ ফলস্বৰূপে মৃত্যু হৈছিল প্ৰায় ৮ জনকৈ লোকৰ আৰু এই হিংসাত্মক ঘটনাৰ পিছতে…

শ্বেৰমান আলীক তিনি দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী কংগ্ৰেছৰ

শ্বহীদ সম্পৰ্কে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে কৰা বিৰূপ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যত। শ্বেৰমান আলীৰ দায়িত্বজ্ঞানহীন অবিবেচক মন্তব্যই এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যৰ ফলস্বৰূপে…