নগাঁৱত কীৰ্তিকমল বৰাৰ ন্যায় বিচাৰি অসম প্ৰদেশ যুৱ কংগ্রেছৰ প্ৰতিবাদ

Share This Article

শনিবাৰে আৰক্ষী এনকাউণ্টাৰত আহত হোৱা প্ৰাক্তন ছাত্র নেতা কীৰ্তি কমল বৰাৰ ন্যায় বিচাৰি নগাঁৱত আজি অসম প্ৰদেশ যুৱ কংগ্রেছৰ প্ৰতিবাদ। নগাঁৱ যুৱ কংগ্রেছৰ সহযোগত প্ৰতিবাদ কৰা প্ৰতিবাদী সমদলটোৱে নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা নগাঁও উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদ কৰে। আৰক্ষীৰ এনকাউণ্টাৰত আহত হোৱা কীৰ্তি কমল বৰাক ন্যায়ৰ দাবীত উপায়ুক্তক এখন স্মাৰকপত্ৰ জাৰি কৰে প্ৰতিবাদী দলটোৱে। প্ৰতিবাদত যুৱ কংগ্ৰেছৰ নেতা অংকিতা দত্ত, বিৰোধী উপ-সভাপতি ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুডা, শিৱামনী বৰাকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাই অংশ গ্ৰহণ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.