সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

CONGRESS

হৰ্ছ ট্ৰেডিঙ আচলতে কি ?

উনৈশ  শতিকাৰ আৰম্ভণিত কেমব্ৰিজ অভিধানত অন্তৰ্ভুক্ত হৈছিল এটা শব্দ ৷ হৰ্ছ ট্ৰেডিঙ ৷ ঘোৰাৰ বেচা কিনা সংক্ৰান্ততে এই শব্দটো ব্যৱহাৰ কৰা হৈছিল ৷ কিন্তু লাহে লাহে হৰ্ছ ট্ৰেডিঙ হৈ পৰিল এটা ৰাজনৈতিক শব্দ ৷ উনৈশ শতিকাৰ আৰম্ভণিৰ দিনবোৰত ভাল প্ৰজাতিৰ…

ৰাজ্যসভা নির্বাচনত বিৰোধীৰ ভোটেৰে কেনেকৈ জিকিছিল শাসকীয় প্ৰার্থী?

পীয়ুষ হাজৰিকাই কৈছে,ৰিপুন বৰা নিজিকে৷কংগ্ৰেছৰেই বহুতে ৰিপুন বৰাক নিবিচাৰে৷ইয়াৰ অর্থ এয়াই,যে কংগ্ৰেছেও ৰিপুন বৰাক ভোট নিদিব পাৰে,কংগ্ৰেছেও ভোট দিব পাৰে বিজেপিক৷কিন্তু এয়া সম্ভবনে?ৰাজ্যসভাৰ নির্বাচনক লৈ ইতিমধ্যে গৰম হৈছে ৰাজনীতি৷চলিছে…

৩৯ টা নিৰ্বাচনত পৰাজয়ৰ পাছত কি ক’লে কংগ্ৰেছ নেতাই ?

কংগ্ৰেছত সৃষ্টি হোৱা বিদ্ৰোহে ক্ৰমাৎ প্ৰবল ৰূপ ধাৰণ কৰিছে ৷ গ্ৰুপ ২৩ ৰ বৈঠকত গান্ধী পৰিয়ালৰ নেতৃত্বৰ ওপৰত মুকলি প্ৰশ্নৰ উত্থাপণ হোৱাৰ পাছত এইবাৰ ইজনৰ পাছত সিজন জ্যেষ্ঠ নেতাই মুখ খুলিবলৈ আৰম্ভ কৰিছে ৷ মণীষ তিৱাৰী , পি চিদাম্বৰমৰ দৰে নেতাই…

গ্ৰুপ ২৩ ৰ বিদ্ৰোহত উফৰিব নেকি গান্ধী পৰিয়াল?

কংগ্ৰেছৰ নেতৃত্বত এফালে গান্ধী পৰিয়াল , আনফালে গ্ৰুপ ২৩ ৷ দুয়োটা শিবিৰৰ মাজত সৃষ্টি হৈছে ব্যাপক সংঘাত ৷ গ্ৰুপ ২৩ য়ে বিচাৰিছে কংগ্ৰেছ নেতৃত্বৰ আমূল পৰিৱৰ্তন ৷ আনটো শিবিৰে বিচাৰিছে নেতৃত্বত থাকক গান্ধী পৰিয়াল ৷ কংগ্ৰেছৰ ভিতৰচ’ৰাৰ এই শীতল…

ৰিপুন বৰা হ’ব কংগ্রেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী

৩১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ কংগ্রেছৰ প্ৰাৰ্থী নাম চূড়ান্ত হ'ল। ৰিপুন বৰা হ'ব কংগ্রেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী। ৫ প্ৰাৰ্থীৰ নাম কংগ্রেছ হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছিল APCC য়ে। হাইকামাণ্ডে ৰিপুন বৰাৰ নাম অনুমোদন জনাইছে।

পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি নৱজোট সিং সিদ্ধুৱে দাখিল কৰিলে পদত্যাগ পত্ৰ

ইতিমধ্যে সমাপ্ত হোৱা পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে চৰম বিফলতাৰ মুখ দেখে। বিগত মঙ্গলবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনীয়া গান্ধীয়ে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা পাঁচ ৰাজ্য ক্ৰমে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, গোৱা, পঞ্জাৱ আৰু…

শাসনলৈ অহাৰ ১০ দিনৰ ভিতৰতেই কৰিব কৃষকৰ ঋণ পৰিশোধ : প্ৰিয়ংকা গান্ধী

শেহতীয়াকৈ কংগ্ৰেছ দলৰ উন্নতি বিধান শীৰ্ষক ইস্তাহাৰ প্ৰকাশ কৰি দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সদৰী কৰে যে শাসনলৈ অহাৰ ১০ দিনৰ ভিতৰতেই উত্তৰ প্ৰদেশৰ সকলো কৃষকৰ ঋণ পৰিশোধ কৰিব দলটিয়ে। তাৰোপৰি অৰ্ধ বিদ্যুৎ মাচুল পৰিশোধ কৰাৰ লগতে কোভিড আক্ৰান্ত…

ত্ৰিপুৰাত ভাঙিব নেকি বিজেপি চৰকাৰ?

ত্ৰিপুৰা বিজেপিত আভ্যন্তৰীণ কন্দলে ভয়ানক ৰূপ লৈছে ৷ বিজেপিৰ দুই বিধায়ক সুদীপ ৰায় বৰ্মন আৰু আশীষ সাহাই বিধায়কৰ পদ অৰু বিজেপি দল একেলগে ত্যাগ কৰিছে ৷ তেওলোকে সম্প্ৰতি বাহৰ পাতিছে নতুন দিল্লীত ৷ চৰ্চা অনুসৰি দুয়োজন বিধায়কেই কংগ্ৰেছ দলত যোগদান…

আজি “বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে” নামৰ গ্ৰন্থ প্ৰকাশ কৰিব কংগ্ৰেছে

ক্ৰমাগত মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি পেলাইছে দেশৰ জনসাধাৰণক। আগন্তুক বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহটো উত্থাপিত হৈছে এই বিষয়। এই সন্দৰ্ভত আজি কংগ্ৰেছে মূল্যবৃদ্ধি বিষয়ক এক বৈঠকত মিলিত হ'ব। তাৰোপৰি "বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে"…

কংগ্রেছ ত্যাগ কৰিব পাৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে

আজি বিয়লি কংগ্রেছ ত্যাগ কৰিব পাৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে। গৰুখুটিৰ উচ্ছেদৰ সময়ত ছহিদক অপমান কৰা মন্তব্য কৰি জেললৈ যাবলগীয়া হৈছিল বিধায়কজন। লগতে বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছিল বিতৰ্কিত বিধায়কজনৰ বিৰুদ্ধে। ইয়াৰ…