সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৩৯ টা নিৰ্বাচনত পৰাজয়ৰ পাছত কি ক’লে কংগ্ৰেছ নেতাই ?

কংগ্ৰেছত সৃষ্টি হোৱা বিদ্ৰোহে ক্ৰমাৎ প্ৰবল ৰূপ ধাৰণ কৰিছে ৷ গ্ৰুপ ২৩ ৰ বৈঠকত গান্ধী পৰিয়ালৰ নেতৃত্বৰ ওপৰত মুকলি প্ৰশ্নৰ উত্থাপণ হোৱাৰ পাছত এইবাৰ ইজনৰ পাছত সিজন জ্যেষ্ঠ নেতাই মুখ খুলিবলৈ আৰম্ভ কৰিছে ৷ মণীষ তিৱাৰী , পি চিদাম্বৰমৰ দৰে নেতাই সংবাদমাধ্যমৰ আগত কংগ্ৰেছৰ ভৱিষ্যত সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ কি কৈছে কংগ্ৰেছৰ এইসকল জ্যেষ্ঠ নেতাই , চাওক আজিৰ পলিটিক্স অৱ দ্য ডেত –

 

- Donation -

Leave A Reply

Your email address will not be published.