সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

china

মুছলমান সকলক অত্যাচাৰ নকৰিবঃ ৰাষ্ট্ৰসংঘত চীনৰ বিৰুদ্ধে গৰজি উঠিল ৪৩ দেশ

চীনত উইঘুৰ মুছলমানসকলক বিভিন্ন সময়ত হাৰাশাস্তি কৰি অহাৰ অভিযোগ উঠি আহিছে। কিন্তু এতিয়া চীনৰ এই দুৰ্ভগীয়া মুছলমান সকলৰ পক্ষত থিয় দিছে বিশ্বৰ ৪৩ খন দেশে। মুছলমান সকলক অত্যাচাৰ নকৰিব, মুছলমান সকলোৰো স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ…

বিশ্বত অচিৰেই উপলব্ধ হ’ব হুপি ল’ব পৰা ক’ভিড ভেকচিন

বিশ্বত অতি শীঘ্ৰেই উপলব্ধ হ'ব হুপি ল'ব পৰা ক'ভিড ভেকচিন। এই ভেকচিনৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব ৩০০ গুণ। চীন দেশে শেহতীয়াকৈ প্ৰস্তুত কৰিছে হুপি বা ইনহেল কৰি ল'ব পৰা কোভিড ভেকচিনৰ বুষ্টাৰ শ্বট। চীনৰ গ্লোবেল টাইমছত প্ৰকাশিত বাতৰি…

৪০ বছৰৰ ভিতৰত চীন কেনেকৈ ইমান ধনী দেশ হৈ পৰিল ?

১৪০ কৌটি জনসংখ্যাৰ পূৱ এছিয়াৰ সৰ্ববৃহৎ দেশ ৷পৃথিৱীৰ প্ৰথম সভ্যতাসমূহৰ ভিতৰত দেশখনৰ য়েল্ল’ নদীৰ পাৰত গঢ় লৈ উঠা সভ্যতাও অন্যতম ৷বিংশ শতিকাৰ আৰম্ভণিতে দেশখন এক বৃহৎ গণ বিদ্ৰোহে জোকাৰি যায়  ৷ পৰৱৰ্তী সময়ত মাও জে দঙৰ নেতৃত্বত চাইনিজ কমিউনিষ্ট…

তালিবানৰ লগত কোনকেইখন দেশ ?

আমেৰিকা সমৰ্থিত আফগান চৰকাৰৰ পতনৰ পাছত আফগানিস্তান এতিয়া তালিবানৰ দখলত ৷ তাৰ পাছতে বহু দেশে ইতিমধ্যে কাবুলত থকা নিজ নিজ দেশৰ দূতাবাস খালী কৰি তাত কৰ্মৰত লোকসকলক দেশলৈ ওভতাই নিছে ৷ কাবুলৰ লগত সম্পৰ্ক ত্যাগ কৰা দেশসমূহৰ ভিতৰত আছে আমেৰিকা ,…

তালিবানক সহযোগিতাৰ আশ্বাস দি কি ক’লে চীনে ?

আফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে ৷ চীনৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰবক্তা হুৱা চুনিয়াংগে কয় যে আফগানিস্তানৰ নাগৰিকৰ নিজৰ ভাগ্য আৰু ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ অধিকাৰক চীনে সন্মান কৰে ৷ তেও লগতে কয় যে…

বিনা যুদ্ধই আমেৰিকাই পাকিস্তানক গতালে নেকি আফগানিস্তান ?

জৰ্জ বুশ্বৰ পৰা ওচামা বিন লাডেনলৈ সকলোৱে আফগান যুদ্ধক দেশখনৰ মুক্তিৰ যুদ্ধ হিচাপে বিশ্বৰ সন্মুখত  তুলি ধৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু বাস্তৱ সত্যটো হ’ল – কোনো এজন ৰাষ্ট্ৰপতিৰ আমোলতে আফগানিস্তান ৰাষ্ট্ৰ গঠনৰ চেষ্টা কৰা নহ’ল ৷

অৰুণাচল দক্ষিণ তিব্বতৰ অংশ, আমি কোনো ‘অৰুণাচল প্ৰদেশক” স্বীকৃতি নিদিওঁ: চীন

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থকাৰ সময়তে এইবাৰ চীনৰ বিস্ফোৰণ অৰুণাচলক লৈ। যোৱা কিছুদিন পূৰ্বে ৫ জন অৰুণাচলৰ লোকক চীনা সৈন্য PLA য়ে অপহৰণ কৰা বুলি অভিযোগৰ উত্তৰত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে কয় যে চীনে কোনো…

লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে চীনা নাগৰিকক ভাৰতীয় সেনাৰ সহায়

লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন অব্যাহত থকাৰ সময়তে ভাৰত চীনৰ আন এক সীমান্ত উত্তৰ ছিক্কিমত ভাৰতীয় সেনাৰ মানৱীয়তাই হৃদয় জিনিছে সকলোৰে। জানিব পৰা মতে যোৱা ৩ ছেপ্টেম্বৰ তাৰিখে সাগৰ পৃষ্ঠৰ পৰা ১৭৫০০ ফুট উচ্চতাত থকা উত্তৰ ছিক্কিমত তিনি জন চীনা…

লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে অৰুণাচলৰ ৫ জন লোকক অপহৰণ চীনা সৈন্যৰ

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থাকোতেই ৫ জন ভাৰতীয় লোকক অপহৰণ কৰাৰ অভিযোগ উঠিছে চীনা সৈন্যৰ বিৰুদ্ধে। জানিব পৰা মতে উজনি সোৱণশিৰী জিলাৰ ভাৰত চীন সীমান্তৰ এখন জংঘলত চিকাৰ কৰি থকা অৱস্থাত অপহৰণ কৰিছে চীনা সৈন্যই। ঘটনাটো সংঘটিত…

লাডাখ সীমান্তত পুনৰ উত্তেজনা, এইবাৰ পংগঙ হ্ৰদত চীনা সৈন্যৰ স্থিতাৱস্থা ভংগৰ প্ৰচেষ্টা

যোৱা ২৯/৩০ আগষ্টৰ নিশা চীনৰ PLA সৈন্যই পুনৰ লাডাখ সীমান্তৰ পংগঙ হ্ৰদ অঞ্চলত স্থিতাৱস্হা ভংগৰ প্ৰচেষ্টা কৰে। এই কথা আজি ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তি যুগে জনাইছে। উক্ত প্ৰেছ বিজ্ঞপ্তি অনুসৰি চীনা সৈন্যৰ এই শেহতীয়া…