সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

CBI

উৎকোচৰ লেনদেন : চি বি আইৰ জালত পাৱাৰ গ্ৰীড, টাটাৰ বিষয়া

চি বি আইৰ জালত পৰিছে পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক বি এছ ঝাৰ লগতে টাটা প্ৰজেক্টছৰ ৫ গৰাকী বিষয়া ৷ উৎকোচৰ বিনিময়ত টাটা প্ৰজেক্টছক কামৰ আৱন্টন দিয়া এক গোচৰ সংক্ৰান্তত পাৱাৰ গ্ৰীডৰ লগতে টাটাৰ বিষয়াকেইজনক গ্ৰেপ্তাৰ কৰা…

মেঘালয়ত নিষিদ্ধ চি বি আই তদন্ত !

ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে চি বি আয়ে মেঘালয়ত কোনো অনুসন্ধান চলাব নোৱাৰিব ৷ এন পি পি নেতৃত্বাধীন মেঘালয় চৰকাৰে শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে মেঘালয় চৰকাৰ এতিয়াও এন ডি এ মিত্ৰজোটৰ অংশীদাৰ ৷ চি বি আই তদন্ত বাধা আৰোপ কৰা…

৭ বছৰত চিবিআই,ইডি,আয়কৰৰ ৰোষত পৰিছে ৫৭০ গৰাকীকৈ বিজেপিৰ ৰাজনৈতিক প্ৰতিদ্বন্দী

এন ডি টি ভিৰ সমীক্ষাত প্ৰকাশ পাইছে এটা বিস্ফোৰক তথ্য৷তথ্য অনুসৰি বিজেপি শাসনলৈ অহাৰ পিছত দলটোৰ ৫৭০ গৰাকী ৰাজনৈতিক প্ৰতিদন্দি ৰোষত পৰিছে কেন্দ্ৰীয় সংস্থাৰ৷কেন্দ্ৰীয় সংস্থা যেনে চিবিআই ,ইডি অথবা আয়কৰ বিভাগ আদিয়ে এই সাতটা বছৰত আক্ৰমণৰ লক্ষ্য…

শিশু পৰ্ণগ্ৰাফী : চি বি আইৰ অভিযান ক’ত চলিল ?

ইন্টাৰনেটত শিশু পৰ্ণগ্ৰাফী বন্ধ কৰিবলৈ তৎপৰ হৈ উঠিছে চি বি আই ৷ মঙলবাৰে দেশৰ ৭৬ টা স্থানত একেলগে অভিযান চলাই চি বি আইৰ তদন্তকাৰী দলে ৷ কেন্দ্ৰীয় শাসিত অঞ্চলসহ দেশৰ মুঠ ১৪ খন ৰাজ্যত এই অভিযান চলোৱা হৈছিল ৷ ইন্টাৰনেটত শিশু পৰ্ণগ্ৰাফী…

দেশৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে কিমান বিচাৰাধীন গোচৰ আছে ন্যায়ালয়ত?

বিগত মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ'ল এখন বিশেষ প্ৰতিবেদন। CBI আৰু Directorate of Enforcementৰ দ্বাৰা দাখিল কৰা সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে থকা অমীমাংসিত গোচৰৰ বহু বিস্ফোৰক তথ্য উন্মোচন কৰিছে এই প্ৰতিবেদনখনে। উচ্চতম…

লাফিকুলক কোনে হত্যা কৰিছিল ?

এবিএমছুৰ প্ৰাক্তণ সভাপতি লাফিকুল ইছলামৰ তিনিজন হত্যাকাৰীৰ  নাম ৰাজহুৱা কৰিছে চি বি আয়ে । চি বি আয়ে সদৰী কৰা মতে লাফিকুল হত্যাত জড়িত থকা হত্যাকাৰী তিনিজন হ'ল - ৰূপা ব্রহ্ম, দিংকুৰ মুছাহাৰী আৰু ভদ্রেশ্বৰ বসুমতাৰী। এই তিনিওজন…

পেগাছাছ : টাৰ্গেটত অনিল আম্বানী  আৰু কোন কোন ?

দিন যোৱাৰ লগে লগে পেগাছাছৰ টাৰ্গেট লিষ্ট দীঘলীয়া হৈ গৈ আছে ৷ এইবাৰ পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা গৈছে অনিল আম্বানীৰ ফোন নম্বৰ ৷ তেওৰ বাহিৰেও ৰিলায়েন্স গোষ্ঠীৰ অন্যতম কৰ্ণধাৰ টোনি জেচুদাছন , ৰাফাল নিৰ্মাতা ফৰাচী সংস্থা দাসোৰ ভাৰতীয় বিষয়া…

সুশান্ত সিঙ ৰাজপুতৰ মৃত্যুৰ তদন্তৰ আওঁতাত বিজেপিকো আনিবলৈ আহ্বান কংগ্ৰেছৰ, পিছে কি এই বিজেপি…

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত বৰ্তমান CBI ৰ হাতত। যিমানে দিন বাগৰিছে জনপ্ৰিয় অভিনেতা জনৰ মৃত্যুক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ৰাজনীতিৰ বোকা ছটিওয়া খেল। এইবাৰ সুশান্ত সিঙৰ মৃত্যুৰ তদন্তৰ আওঁতালৈ বিজেপিকো আনিবলৈ আহ্বান মহাৰাষ্ট্ৰ কংগ্ৰেছৰ।…

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত CBI ক কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

অভিনেতা সুশান্ত সিং ৰাজপুৰত মৃত্যুৰ গোচৰক লৈ উচ্চতম ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰি কয় যে এই গোচৰৰ তদন্ত চিবিআয়ে কৰিব। সুশান্তৰ প্ৰেমিকা আৰু এই গোচৰত সাঙোৰ খাই পৰা ৰিয়া চক্ৰৱৰ্তীয়ে নিজৰ বিৰুদ্ধে পাটনাত দাখিল কৰা এফ আই আৰ মুম্বাইলৈ ট্ৰান্সফাৰ…