সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

BJP

আজি “বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে” নামৰ গ্ৰন্থ প্ৰকাশ কৰিব কংগ্ৰেছে

ক্ৰমাগত মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি পেলাইছে দেশৰ জনসাধাৰণক। আগন্তুক বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহটো উত্থাপিত হৈছে এই বিষয়। এই সন্দৰ্ভত আজি কংগ্ৰেছে মূল্যবৃদ্ধি বিষয়ক এক বৈঠকত মিলিত হ'ব। তাৰোপৰি "বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে"…

অমিত শ্বাহে কিয় মনত পেলাইছে সাম্প্ৰদায়িক সংঘৰ্ষৰ স্মৃতি?

উত্তৰ প্ৰদেশৰ ৰাজনীতিত মুজাফ্ফৰনগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষক আকৌ এবাৰ জীৱন্ত কৰি তুলিবলৈ চেষ্টাৰ কাৰ্পন্য কৰা নাই বিজেপি দলে ৷ ২০১৩ ৰ আগষ্ট মাহত জাত আৰু মুছলমানৰ মাজত ভয়ানক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল ৷ তাৰ পাছৰে পৰা ক্ৰমাগতভাৱে জাতসকলে বিজেপি দলক…

মোদী চৰকাৰৰ বিৰুদ্ধে কিয় দেশদ্ৰোহৰ অভিযোগ আনিলে ৰাহুল গান্ধীয়ে ?

পেগাছাছ ছফটৱেৰ ব্যৱহাৰক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে আকৌ এবাৰ আক্ৰমনাত্মক হৈ পৰিছে কংগ্ৰেছ দল৷ ২০১৭ চনতে ইজৰাইলৰ পৰা ভাৰতে চোৰাংছোৱা ছফটৱেৰ পেগাছাছ ক্ৰয় ক্ৰয় কৰা বুলি নিউয়ৰ্ক টাইমছত বাতৰি প্ৰকাশ পোৱাৰ পাছতে সংবাদমেল সম্বোধন কৰে জ্যেষ্ঠ কংগ্ৰেছী…

চৰকাৰৰ বিৰুদ্ধে কিয় উচ্চতম ন্যায়ালয়লৈ যাব প্ৰদেশ কংগ্ৰেছ ?

মেঘালয়ক অসমৰ ভূমি এৰি দিয়াক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মেঘালয়ক অসমৰ ভূমি গতাই দিয়াৰ বিৰুদ্ধে আজি মহানগৰীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ হৈ সভাপতি ভূপেন বৰা…

শীৰ্ষস্থানত নে সপ্তম স্থানত আছে ড: হিমন্ত বিশ্ব শৰ্মা ?

অসম ৰাজ্যিক বিজেপিয়ে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱা অনুসৰি বিজেপি শাসিত ১৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ এই দাবীৰ সত্যাসত্য নিৰূপণৰ বাবে আমি মেলি চালো ইণ্ডিয়া টুডে আলোচনীখন ৷ ইণ্ডিয়া…

নিজৰ দখলত থকা উত্তৰাখণ্ড,গোৱা,মনিপুৰ আৰু উত্তৰ প্ৰদেশত সংকটাপন্ন কিয় বিজেপি?

সমাগত ৫ ৰাজ্যৰ বিধানসভা নির্বাচন৷উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,পঞ্জাৱ,গোৱা আৰু মনিপুৰত হব নির্বাচন৷ ইয়াৰে পঞ্জাৱক বাদ দি উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,গোৱা আৰু মনিপুৰ চাৰিখন ৰাজ্যৰে শাসনৰ গাদীত অধিষ্ঠিত বিজেপি৷ কিন্তু এই নির্বাচনত এই চাৰিখন ৰাজ্যতেই…

উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিৰ ৩০ জনীয়া নাম প্ৰকাশ

সমাগত উত্তৰ প্ৰদেশৰ বিধানসভা নির্বাচন। ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ টা পৰ্যায়ত অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশত বিধানসভা নির্বাচন। যাৰবাবে এতিয়া তুংগত উঠিছে প্ৰতিটো দলৰে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলেই আনটো দলক কৰিছে তীব্র সমালোচনা। শাসনাধিস্থ…

বিজেপিক প্ৰতিহত কৰিবলৈ  কৃষকৰ মিছন ইউপি অভিযান

বিপদে লগ এৰা উত্তৰ প্ৰদেশ বিজেপিক৷ইজনৰ পিছত সিজন বিজেপি মন্ত্ৰী আৰু বিধায়কৰ পদত্যাগে দলটোক সংকটৰ সন্মুখীন কৰাই আহিছে উত্তৰ প্ৰদেশত৷উত্তৰ প্ৰদেশৰ নির্বাচন প্ৰতিটো ৰাজনৈতিক দলৰ বাবেই গুৰুত্বপূর্ণ৷কাৰণ উত্তৰ প্ৰদেশতেই আছে সর্বাধিক লোকসভা…

উত্তৰাখণ্ডত বিজেপিৰ শ্লোগানঃ ‘আবকি বাৰ ৬০ পাৰ’

আগন্তক ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। আজি উত্তৰাখণ্ডৰ ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনৰ পূৰ্বে  দিল্লীৰ মুখ্য কাৰ্যালয়ত এখন বৈঠক বহিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰাখণ্ডৰ…

বিজেপি শিবিৰত ধুমুহা : আৰু এজন বিধায়কৰ দলত্যাগ

উত্তৰ প্ৰদেশবিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি শিবিৰত ধুমুহাৰ সৃষ্টি হৈছে ৷ দুজন কেবিনেট মন্ত্ৰী, তিনিজন বিধায়কে বিজেপিৰ পৰা পদত্যাগ কৰাৰ পাছত আজি আৰু এজন বিধায়কে পদত্যাগৰ কথা ঘোষণা কৰিছে ৷ বৃহস্পতিবাৰে শিকোহাবাদৰ বিধায়ক…