সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

BJP

আৰু বহু আদিত্যনাথ আহি আছে

২০১৭ চন ৷উত্তৰ প্ৰদেশত অভাৱনীয় সফলতা লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিয়া হ’ল মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দায়িত্ব ৷ নৰেন্দ্ৰ মোদীৰ শেষ বিচাৰত উঠিল যোগী আদিত্যনাথৰ নাম ৷ চৰ্চা চলিল প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিছে নেকি…

সমাজবাদৰ ৰাজনীতিৰ দিন উকলিল নেকি ?

টিপু চুলতান বন গয়া ৷ টিপু যেতিয়া প্ৰথম স্কুললৈ যায় , তেতিয়া তাৰ কোনো আনুষ্ঠানিক নাম নাছিল ৷ পৰিয়ালৰ হিচাপ কিতাপ ৰাখোতা তিৱাৰীৰ হাতত ধৰি খোজ দিছিল ওচৰৰে এখন নাৰ্ছাৰী স্কুলত ৷ কিন্তু টিপু নামেৰে নামভৰ্তি কৰাত অসুবিধা হ’ল ৷ স্কুলৰ পৰা…

১৬ কৌটি টকাৰে মণিপুৰত উগ্ৰপন্থীৰ ভোট কিনিলে নেকি বিজেপিয়ে ?

মণিপুৰত আজি অনুষ্ঠিত হৈ আছে দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ কিন্তু তাৰ পূৰ্বে শাসনাধিষ্ঠিত বিজেপি দলৰ বিৰুদ্ধে উত্থাপণ হৈছে এক গুৰুতৰ অভিযোগ ৷ দলটোৰ বিৰুদ্ধে উত্থাপণ হৈছে কৌটি কৌটি টকা ধনৰ বিনিময়ত নিষিদ্ধঘোষিত উগ্ৰপন্থীৰ সমৰ্থন আদায়…

লাভ জিহাদেই হ’ব নেকি বিজেপিৰ মূল নিৰ্বাচনী ইছ্যু ?

ধৰ্মীয় মেৰুকৰণ আৰু সাম্প্ৰদায়িকতাই হ’ব উত্তৰ প্ৰদেশত বিজেপিৰ মূল নিৰ্বাচনী ইছ্যু ৷ মঙলবাৰে দলটোৱে মুকলি কৰা ইস্তাহাৰতো তাৰেই প্ৰতিফলন ঘটিল ৷ ‘লোক কল্যান সংকল্প পত্ৰ ‘ শীৰ্ষক ইস্তাহাৰত বিজেপিয়ে খেতিয়কক বিনামূলীয়া পানী আৰু বিজুলী যোগানৰ…

বিজেপিয়ে উত্তৰ প্ৰদেশত প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

আজি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিস্থানত ইস্তাহাৰ প্ৰকাশ কৰিলে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিজেপিৰ ৰাজ্যিক মুৰব্বী স্বতন্ত্ৰ…

উত্তৰ প্ৰদেশত বিজেপিয়ে মুকলি কৰিব ইস্তাহাৰ

উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত মাথোঁ ১ টা দিন। ১০ ফেব্রুৱাৰীত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা লগতে ১৪, ২০, ২৩ ২৭, ৩ আৰু ৭ মাৰ্চত সাতটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। কিন্তু বিজেপিয়ে মুকলি কৰা নাই ইস্তাহাৰ। আজিহে কেন্দ্ৰীয় গৃহমন্ত্ৰী…

কংগ্ৰেছ নাথাকিলে কি হ’লহেঁতেন :কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

কংগ্ৰেছক গণতন্ত্ৰ বিৰোধী দল বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৰাজ্যসভাত কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে পৰিয়ালতন্ত্ৰৰ বাহিৰে আন একো কথা চিন্তাই কৰা নাছিল ৷ ভাৰতৰ গণতন্ত্ৰৰ বাবে…

“ভোট কাক দিব নিজেই সিদ্ধান্ত লব,কিন্তু ভোট নিদিব বিজেপিক”

আপুনি যাক মন যায় তাকেই ভোট দিয়ক,কিন্তু ভোট নিদিব বিজেপিক৷ বিজেপি নেতাৰ বাবে তৈয়াৰ কৰা হৈছে কিছুমান প্ৰশ্ন৷ যেতিয়া বিজেপি প্ৰার্থীয়ে ভোট বিচাৰি আহিব,তেতিয়াই জনতাই সেই সমূহ প্ৰশ্নৰ উত্তৰ বিচৰা হব৷ আজি ফেব্ৰুৱাৰীৰ চাৰি তাৰিখ৷ ৬ টা দিন পিছতেই…