সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

bihar

নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা কোম্পেনীক অসমত প্ৰায় ৪ হাজাৰ কৌটিৰ ঠিকা কিয়?

বিহাৰত বতাহত ভাঙি পৰিছিল এছ পি চিংলা কনষ্ট্রাকশ্যনে নিৰ্মান কৰা দলঙ ৷ একেটা কোম্পেনীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ আগবঢ়াইছে ১ কৌটি টকা ৷সেই কোম্পেনীটোয়ে অসমতো লাভ কৰিছে প্ৰায় ৪ হাজাৰ কৌটিৰ ঠিকা ৷ ক’ত, কি কাম কৰি আছে এছ পি চিংলা…

পুনৰ গ্ৰেপ্তাৰ হ’ব লালু প্ৰসাদ যাদৱ….

ৰাষ্ট্ৰীয় জনতা দলৰ সৰ্বোচ্চ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্রী লালু প্ৰসাদ যাদৱ পুনৰ গ্ৰেপ্তাৰ হ'ব বহুচৰ্চিত পশুখাদ্য কেলেংকাৰীৰ বাবে। মঙলবাৰে বিহাৰৰ চিবিআইৰ এখন বিশেষ আদালতে ১৩৯.৩৫ কোটি টকাৰ দৰন্দা কোষাগাৰ আত্মসাৎ কৰাৰ অভিযোগত দোষী…

ভুৱা ক্লিনিকৰ বিৰুদ্ধে বাতৰি : সাংবাদিকক অপহৰণ কৰি হত্যা

ভাৰতত সাংবাদিকতা যে মুঠেও নিৰাপদ বৃত্তি নহয় , সেয়া আকৌ এবাৰ প্ৰমান হ’ল ৷ বিহাৰৰ মধুবনীত উদ্ধাৰ হৈছে এগৰাকী সাংবাদিকৰ অগ্নিদগ্ধ মৃতদেহ ৷ মৃত সাংবাদিকজনৰ নাম অবিনাশ ঝা ৷ তেও স্থানীয় এটা সংবাদ মাধ্যমৰ লগত জড়িত ৷ মঙলবাৰে নিশাৰ পৰা নিখোজ হৈ থকা…

কেনেকৈ বাৰে বাৰে জী উঠে লালুপ্ৰসাদ যাদৱ ?

অৰূপ কলিতা বিতৰ্কিত , জনপ্ৰিয় , বিবাদিত – যি বুলিয়েই কোৱা নহওক কিয় লালুপ্ৰদসাদ যাদৱ ভাৰতীয় ৰাজনীতিৰ এক অনস্বীকাৰ্য ব্যক্তিত্ব ৷ বাৰে বাৰে লালুপ্ৰসাদ যাদৱৰ ৰাজনৈতিক শ্ৰদ্ধাঞ্জলি লিখা হয় কিন্তু  ফিনিক্স পখীৰ দৰে তেও আকৌ উভতি আহে…

চলন্ত ৰেলৰ ভিতৰত অন্তৰ্বাস পিন্ধি ঘূৰি ফুৰা কোন এই বিধায়ক ?

বিহাৰৰ শাসনাধিষ্ঠ জনতা দল অৰ্থাৎ জেডি(ইউ)ৰ বিধায়ক গোপাল মণ্ডলৰ ৰেলৰ ভিতৰত অন্তৰ্বাস পৰিহিত এখন ফটোয়ে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। তেজস ৰাজধানী এক্সপ্ৰেছে এচি প্ৰথম শ্ৰেণীৰ কম্পাৰ্টমেণ্টত মণ্ডলৰ অন্তৰ্বাসত ঘূৰি ফুৰা এখন ফটো ছচিয়েল…

এখন ফটো,এজন মানুহ আৰু এটা কাহিনী…

ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এখন ফটো৷ কালি পিটিআইৰ জড়িয়তে আহিল সংবাদ মাধ্যমৰ কাৰ্যালয়লৈ৷ সকলোৰে চকু থৰ হৈ ৰ’ল৷ ফোনত কাৰোবাৰ সৈতে কথা পাতি থকা এজন মজদুৰ,ক্ৰন্দনৰত মুখায়ব৷ কি কথা পাতিছে তেওঁ ?ফোনৰ সিপাৰত কোন আছে? আৰম্ভ হ’ল…