সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Bangladesh

জন্ম হ’ব নেকি আৰু এখন নতুন দেশৰ?

১৯৭১ যুদ্ধত পাকিস্তান দুটুকুৰা হৈছিল৷ জন্ম হৈছিল নতুন এখন দেশৰ৷ নাম–বাংলাদেশ। এইবাৰো প্ৰশ্ন উঠিছে–যদি পাকিস্তান ভাৰতৰ সৈতে পূৰ্ণ পৰ্যায়ৰ যুদ্ধত লিপ্ত হয়, তেনেহ’লে ১৯৭১ৰ পাছত আকৌ এবাৰ খণ্ড বিখণ্ড হ’ব নেকি পাকিস্তান? জন্ম হ’ব নেকি আৰু এখন…

১৯৭১ত কেনেকৈ পাকিস্তানক দুফাল কৰিছিল ভাৰতে?

আৰম্ভ হ’ল ভাৰত পাকিস্তানৰ সমুখ সমৰ৷ পহলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিলে ভাৰতে। https://twitter.com/adgpi/status/1920033786571481439 ইয়াৰ লগে লগে প্ৰশ্ন উঠিছে-পুনৰাবৃত্তি হ’ব নেকি ১৯৭১ৰ? কি ঘটিছিল ১৯৭১ত? কেনেকৈ আমেৰিকা আৰু চীনৰ প্ৰবল…

পৰেশ বৰুৱাৰ চৰম শাস্তি ৰেহাই ভাল খবৰ নে বেয়া খবৰ?

১ এপ্ৰিল, ২০০৪৷ চিটাগং ইউৰিয়া ফাৰ্টিলাইজাৰ লিমিটেডৰ গুডামৰ পৰা ১০ খন ট্ৰাকত অস্ত্ৰ বোজাই কৰা হৈ গৈছিল৷ ৪ হাজাৰ ৯৩০ বিধ অস্ত্ৰৰ এই বিপুল ভণ্ডাৰত আছিল গ্ৰেণেড, ৰকেট লাঞ্চাৰ, চাব মেছিনগান, গুলী আৰু বিভিন্ন বিস্ফোৰক সামগ্ৰী৷ সেই সময়তে পুলিচ আৰু…

চট্টগ্ৰামৰ পৰা চলিব নেকি অসম অস্থিৰ কৰাৰ চক্ৰান্ত?

বাংলাদেশৰ শেহতীয়া পৰিস্থিতি ভাৰতৰ বাবে বিশেষকৈ অসমৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে৷ এটাৰ পাছত আন এটা বেয়া খবৰ আহিছে বাংলাদেশৰ পৰা৷ এহাতে বাংলাদেশ মৌলবাদীৰ গ্ৰাসত সোমাই পৰিবলৈ লৈছে, আনহাতে বাংলাদেশৰ লগত আৰম্ভ হৈছে পাকিস্তানৰ পোনপটীয়া…

ধৰ্মীয় গোড়ামিৰ ৰম্যভূমিত পৰিণত নেকি বাংলাদেশ?

২০২৪ বৰ্ষত দক্ষিণ এছিয়াৰ এখন গুৰুত্বপূৰ্ণ দেশ বাংলাদেশত সৃষ্টি হয় ৰাজনৈতিক অস্থিৰতাৰ। পৰিবেশ পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণহীন হৈ পৰে যে দেশ এৰি পলাবলগীয়া হয় খোদ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। তাৰ পাছৰ পৰাই বাংলাদেশত বৃদ্ধি পাইছে ধৰ্মীয় গোড়ামি।…

দুৰ্গা পূজাক কেন্দ্ৰ কৰি উত্তপ্ত বাংলাদেশঃ ইস্কন মন্দিৰ লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই

দুৰ্গা পূজাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত হৈ পৰিছে বাংলাদেশ। আমাৰ হাতত আহি পৰা খবৰ অনুসৰি বাংলাদেশত বুধবাৰে দুৰ্গা পূজাৰ মণ্ডপত আক্ৰমণ কৰিছিল দুৰ্বৃত্তই। কিন্তু ইয়াৰ মাজতে খবৰ আহিছে যে বাংলাদেশৰ নোৱাখালিৰ ইস্কন মন্দিৰ লণ্ডভণ্ড কৰিছে…

মোডীৰ বাংলাদেশ ভ্ৰমণৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰোৱা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ ঢাকা আৰক্ষীৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ ঢাকা ভ্ৰমণৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰোৱা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ কৰিছে ঢাকা মেট্ৰ'পলিটান আৰক্ষীয়ে। ঢাকা মেট্ৰ'পলিটান আৰক্ষীৰ চোৰাংচোৱা শাখাই সন্ত্ৰাসবাদী সংগঠন হেফাজত-ই-ইছলামৰ সদস্য ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ…

অনুপ্ৰৱেশকাৰী বাংলাদেশী মহিলাৰ লগত কি কৰিলে বিএছএফে ?

সাধাৰণতে  অবৈধভাৱে যদি কোনো লোকে আন দেশৰ সীমা পাৰ কৰিব খোজে তেন্তে অনুপ্ৰৱেশকাৰী লোকজনৰ ওপৰত দেশখনে গোচৰ ৰুজু কৰিব পাৰে।  জেইল হোৱাৰো সম্ভাৱনা থাকে। কিন্তু এই ক্ষেত্ৰত সৌভাগ্যশালী আছিল বাংলাদেশৰ এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম পলিয়াৰা বেগম।…

তালিবানক লৈ বাংলাদেশত উৎসাহিত জেহাদী , ভাৰতলৈ কিহৰ ভাবুকি ?

তালিবানৰ উত্থানে বিভিন্ন দিশৰ পৰা ভাৰতলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ কিয়নো আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে বাংলাদেশৰ মৌলবাদী , জেহাদী শক্তিসমুহো উৎসাহিত হৈ উঠিছে ৷ বাংলাদেশৰ আৰক্ষীয়ে নিজে এই কথা ব্যক্ত কৰিছে ৷ ঢাকা মেট্ৰ’পলিটান…

বাংলাদেশত মন্দিৰত লুটপাত চলাই গ্ৰেপ্তাৰ হ’ল কোন ?

বাংলাদেশৰ খুলনা জিলাৰ ৰূপসা অঞ্চলত কেবাটাও মন্দিৰত লুটপাত  আৰু হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত আক্ৰমণ চলোৱা ১০ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ অভিযোগ অনুসৰি এই লোককেইজনে শণিবাৰে ৰূপসা অঞ্চলৰ শিয়ালী গাঁৱত চাৰিটাকৈ মন্দিৰত লুট পাত চলোৱাৰ…