সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

assam

স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব?

স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক'ত পতাকা উত্তোলন কৰিব? সিদ্ধান্ত গ্ৰহণ কেবিনেট বৈঠকত। ৰঞ্জিত কুমাৰ দাস- বঙাইগাওঁ অতুল বৰা- ডিব্ৰুগড় উৰ্খাও গৌৰা ব্ৰহ্ম- বিশ্বনাথ চন্দ্ৰমোহন পাটোৱাৰী- কামৰূপ পৰিমল শুক্লবৈদ্য- কাছাৰ কেশৱ…

বৰ্ষাশ্ৰীৰ বাবে চকুলো নুটুকিবা

বৰ্ষাশ্ৰীয়ে আৱেগিকভাৱে কবিতা লিখাই নহয়, আৱেগিকভাৱে নিষিদ্ধঘোষিত সংগঠনলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে , আৱেগবশত: এই পৰিকল্পনা আনৰ লগত আলোচনাও কৰিব পাৰে ৷ কিন্তু অসম আৰক্ষীয়ে বৰ্ষাশ্ৰীক আৱেগিকভাৱে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা নাই ৷ আৱেগবশত: দুমাহ…

বিদ্ৰোহী কবিতা লিখি যোৱা দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী

ৰাভা দিৱস পাতিব, কিন্তু আৰু এজন ৰাভা জন্ম হ'বলৈ নিদিয়ে ৰজা ঘৰে। হীৰেন ভট্টাচাৰ্যৰ কবিতাও আওৰাব, কিন্তু আৰু এজন হীৰেন ভট্টাচাৰ্যৰ জন্ম হ'বলৈ নিদিয়ে ৰজাঘৰে। সেয়ে বিদ্ৰোহী কবিতা লিখি যোৱা দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী। কবি হীৰেন…

বানপীড়িতৰ ছাত্ৰ-ছাত্ৰীলৈ দুহাজাৰ টকাকৈ ক্ষতিপূৰণৰ দাবী ছাত্ৰ মুক্তিৰ

চলিত ২০২২ বৰ্ষৰ মে' আৰু জুন মাহৰ ভিতৰতে দুবাৰকৈ প্ৰলয়ংকাৰী বানৰ কবলত আক্ৰান্ত হৈছে অসমৰ সৰ্বসাধাৰণ ৰাইজ। নেৰানেপেৰা প্ৰৱল বৰষুণ আৰু একে সময়তে ভূটান আৰু চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচলত নিৰ্মিত জলবোমা সদৃশ বৃহৎ নদীবান্ধবোৰৰ পানী এৰাৰ…

বীমাৰ ধন লুণ্ঠন : বৰপেটাত ‘ফেক কিলিঙ’ৰ চাঞ্চল্যকৰ ঘটনা

অসম৷বিশ্বৰ মানচিত্ৰত এখন সৰু ঠাই৷এই সৰু ঠাইখনৰেই এখন জিলা বৰপেটা৷এতিয়া সেই বৰপেটাৰ কথাই  চর্চালৈ আহিছে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত৷কাৰণ ,ইয়াত অস্তিত্বহীন লোককো হত্যা কৰা হয় , মৃত ব্যক্তিও জী উঠে বাৰে বাৰে ৷ ব্লুমবাৰ্গত উন্মোচিত হৈছে , মৃত…

ফেক কিলিং : কাল্পনিক ব্যক্তিক হত্যা কৰি অসমত কেনেদৰে লুণ্ঠন কৰা হয় বীমাৰ ধন ?

ফেক এনকাউন্টাৰ নহয় , আন্ত:ৰাষ্ট্ৰীয় পর্যায়ত উন্মোচিত হৈছে অসমৰ ‘ফেক কিলিঙ’ৰ ঘটনা৷উন্মোচিত হৈছে ফেক কিলিঙৰ জৰিয়তে বীমাৰ ধন লুন্ঠনৰ চাঞ্চল্যকৰ তথ্য ৷ ‘ব্লুমবার্গ’ৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে অসমৰ বৰপেটা জিলাত সংঘটিত এই ফেক কিলিঙৰ ঘটনা৷…

বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ পাছত… : ০.০১ শতাংশৰ পৰা ১৭.২ শতাংশলৈ বাঢ়িল নিবনুৱাৰ হাৰ

২০২১ চনৰ মে’ মাহত অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সেই মাহটোত অসমত নিবনুৱাৰ হাৰ আছিল ০.০১ শতাংশ ৷ তাৰ পাছত ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অতিক্ৰম কৰিছে এবছৰ এটা মাহ৷ ড: শৰ্মা চৰকাৰে এই এটা বছৰৰ…

চেন্নাইত শেষ নিশ্বাস ত্যাগ অভিনেতা কিশোৰ দাসৰ

অভিনেতা কিশোৰ দাসে শনিবাৰে চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিলে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰ৷এমাহ দিন ধৰি আছিল গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকা কিশোৰ দাস শেহতীয়াকৈ উন্নত চিকিৎসাৰ বাবে গৈছিল…