টেগ assam

দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে

‘আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’ মাত্ৰ দুহাজাৰ টকাৰ বিনিময়ত…

লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ সামৰণি

বিগত ২ অক্টোবৰৰ পৰা নগাঁৱৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে । পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত চকলাঘাট ফুটবল ক্লাবে কাছমাৰীৰ মেজাংকৰি ফুটবল…

নগাঁৱত সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ উন্মোচন

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ বৃহস্পতিবাৰে বিয়লি নগাঁৱত উন্মোচন কৰা হয় । নগাঁও চহৰৰ কেঞাপট্টিৰ ‘বুক নুক কেফে’ত সাহিত্যিক গৰাকীয়ে নিজেই উন্মোচন কৰে অসমৰ বৈষ্ণৱ আন্দোলনৰ ধৰ্মীয় ইতিহাস সমৃদ্ধ…

ওদালগুৰিত স্বাস্থ্য সেৱা অভিযান

ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা ওদালগুৰি আৰু ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ‘স্বাস্থ্য সেৱা অভিযান’ শীৰ্ষক স্বাস্থ্য পৰীক্ষা শিবিৰ শনিবাৰে অনুষ্ঠিত হয়। ওদালগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কুন্দৰবিল মজলীয়া বিদ্যালয় আৰু ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নেপালী…

ভিক্টৰ দাস কোন?

আজিৰ দিনটোত খবৰৰ শিৰোনাম ভিক্টৰ দাস। আজিৰ দিনটোত ৰাজ্যজুৰি সঘন উচ্চাৰিত এটা নাম ভিক্টৰ দাস। দেশৰ এজন সাধাৰণ নাগৰিক ভিক্টৰ দাস। অন্য দহজনৰ দৰেই পেছাগত বৃত্তিৰে পৰিয়াল পোহপাল দিব বিচৰা এজন ব্যক্তি ভিক্টৰ দাস। কোচিং চেণ্টাৰৰ টিউটৰ হিচাপে জীৱন নিৰ্বাহ…

চৰকাৰী স্কুল ধ্বংসৰ মুখলৈ ঠেলি ব্যক্তিগত বিদ্যালয় প্ৰতিষ্ঠা কৰাটো মুখ্যমন্ত্ৰীৰ অপৰাধ নহ’ব কিয় ?

এখন চিঠি আৰু এটা বিজ্ঞাপন ৷ এই চিঠি আৰু বিজ্ঞাপনেই উন্মোচন কৰিছে অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ দুৰাৱস্থাৰ কাৰণ ৷ অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুয়ে বিধায়কসকলক দিয়া এখন চিঠিৰ পৰাই উন্মোচিত হৈছে যে অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্ত:গাঁথনি নিৰ্মান কৰিবলৈ অসম চৰকাৰৰ ওচৰত…

‘জনগণৰ আচৰণ সলনি দেশৰ আটাইতকৈ ভয়াৱহ পৰিস্থিতি’

(ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে  ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে  অসম বিধান সভাৰ বিশেষ অধিবেশনত আগবঢ়োৱা ভাষণৰ সুবহু লিখিত ৰূপ )   অসম বিধান সভাৰ বিশেষ অধিবেশন ভাৰতবৰ্ষৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত মোৰ অনুভৱঃ মাননীয় অধ্যক্ষ…

নুমলীগড়ত একেদিনাই ১৬ খন প্ৰাচীৰ পত্ৰিকা উন্মোচন

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধবাৰে ১৬ খন ভিন্নধৰ্মী প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে নিজা প্ৰচেষ্টাৰে এই প্ৰাচীৰ পত্ৰিকাকেইখন প্ৰস্তুত কৰি উলিয়াইছে। আনুষ্ঠানিকভাৱে এই প্ৰাচীৰ পত্ৰিকাকেইখন উন্মোচন…

বিহু কৃষ্টি পৰিষদ, অসম-ৰ সৰ্বোচ্চ সন্মান ‘বিহু প্ৰজ্ঞা বঁটা লোক-সংস্কৃতিৰ গৱেষক ডাঃ অমৰেন্দ্ৰ গগৈলৈ আৰু ‘বিহু মহীয়ান’ বঁটা শিক্ষাবিদ তথা লোক সংস্কৃতিৰ সাধক ড° অনিল শ‌ইকীয়ালৈ

বিহু কৃষ্টি পৰিষদ,অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এখন সাপেখাতী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৭ আগষ্টত অনুষ্ঠিত হয়। পৰিষদৰ উপ-সভাপতি তথা নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাই গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰিষদৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট লোক সংস্কৃতিৰ…

স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব?

স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব? সিদ্ধান্ত গ্ৰহণ কেবিনেট বৈঠকত। ৰঞ্জিত কুমাৰ দাস- বঙাইগাওঁ অতুল বৰা- ডিব্ৰুগড় উৰ্খাও গৌৰা ব্ৰহ্ম- বিশ্বনাথ চন্দ্ৰমোহন পাটোৱাৰী- কামৰূপ পৰিমল শুক্লবৈদ্য- কাছাৰ কেশৱ মহন্ত- গোলাঘাট ডাঃ ৰণোজ পেগু- ধুবুৰী অশোক সিংঘাল- শোণিতপুৰ যোগেন…