সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

assam

Toll Tax at Toll Gates: অসমৰ ৯ খন টোলগেটৰ পৰা সংগ্ৰহ ১,৯৯৭ কোটি

এফালে পথৰ দুৰৱস্থা , আনফালে Toll Gates ত জনতাক টোল কৰেৰে মাধমাৰ। তেনেকৈয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাক। অস্বাভাৱিক হাৰত অসমত বৃদ্ধি হৈছে টোল কৰ সংগ্ৰহ। মুঠতে কেৱল কৰ আৰু কৰৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে সাধাৰণ জনতা ৷ জি এছ টিৰ পৰা পেট্ৰ’লজাত…

একেদিনাই মন্ত্ৰী জয়ন্তৰ পত্নীয়ে তেজপুৰত কিনিলে ৩৬ বিঘা অনা কৃষিভূমি

তেজপুৰৰ হলেশ্বৰ মৌজাৰ পুনিয়নী গাঁৱত একেটা পৰিয়ালৰ পৰা একেদিনাই ৩৬ বিঘা ভূমি ক্ৰয় কৰি জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই অন্য এক অভিলেখৰ গৰাকী হয়৷ দিনটো আছিল ২০২৩ চনৰ ২৪ জুলাই৷

ৰাজহুৱা মাটি গোপনে নিজৰ কৰাৰ ষড়যন্ত্ৰ অশোক সিংঘালৰ পত্নীৰ

ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ পত্নীৰ কাণ্ডই স্তম্ভিত কৰি তুলিছে সমষ্টিবাসীক৷ ২০ বছৰে মহিলা সমিতিৰ সংৰক্ষণত থকা ভূমি গোপনে নিজৰ নামত ম্যাদী কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে অশোক সিংঘালৰ পত্নী শিল্পী…

মানৱ অধিকাৰ আয়োগত জবাবদিহি হ’ব লাগিব অসম আৰক্ষী

‘দ্য ক্ৰছকাৰেণ্ট’ৰ চীফ ৰিপ’ৰ্টাৰ দিলোৱাৰ হুছেইন মজুমদাৰক যড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰৰ উলংঘন কৰিছে অসম আৰক্ষীয়ে। এই অভিযোগত অসম আৰক্ষী আৰু অসম চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ।

প্ৰাথমিক শিক্ষাত মাতৃভাষাৰ প্ৰয়োজনীয়তা

প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰীত পালন কৰা আন্তৰ্জাতিক মাতৃভাষা দিৱসে ১৯৫২ চনত বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীসকলে বাংলা ভাষাক তেওঁলোকৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতিৰ বাবে যুঁজ দিয়াৰ বলিদানক স্মৰণ কৰে। তেওঁলোকৰ সংগ্ৰামে এজন মানুহৰ মাতৃভাষাত শিক্ষা গ্ৰহণ আৰু…

ড০ হিমন্ত বিশ্ব শৰ্মা যদি চাৰ্বিয়াৰ প্ৰধানমন্ত্ৰী হ’লহেঁতেন!

১ নৱেম্বৰ, ২০২৪ ৰ ঘটনা৷ চাৰ্বিয়া নামৰ দেশখনৰ নৱী চহৰৰ এটা ৰে’লৱে’ ষ্টেচনৰ ছাদ ভাঙি পৰে৷ এই দুৰ্ঘটনাত নিহত হয় ১৫ জন লোক৷ ভাৰতত হোৱা হ’লে এই ঘটনাক লৈ চাৰিদিন লাইভ সম্প্ৰচাৰ হ’লহেঁতেন, বিৰোধীয়ে বিভাগীয় মন্ত্ৰীৰ পদত্যাগ দাবী কৰিলেহেঁতেন, চৰকাৰে…

অসম সুখীনে?

সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ। সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে। -বলদেৱ মহন্তৰ এটা পুৰণি কবিতাৰ কেইটামান শাৰী মাত্ৰ এয়া৷ ৯০ দশকত ডাঙৰ হোৱা সকলো ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষা লৈয়ে…

চৰকাৰী শিক্ষা ধ্বংস কৰিবলৈ আৰু কিমান তললৈ নামিব অসম চৰকাৰ?

অসমৰ ৰাজহুৱা শিক্ষাখণ্ডক কবৰ দিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপেই লৈছে অসম চৰকাৰে৷ চৰকাৰী বিদ্যালয়সমূহলৈ ছাত্ৰ- ছাত্ৰীক আকৰ্ষণ কৰাৰ সলনি বিভিন্ন অজুহাতত বন্ধ কৰি দিয়া হৈছে ৬ হাজাৰৰো অধিক চৰকাৰী বিদ্যালয়৷ চৰকাৰৰ মূল যুক্তি চৰকাৰী বিদ্যালয়সমূহত…

কংগ্ৰেছে বাস্তৱতাক বুজিব কেতিয়া?

কংগ্ৰেছ এতিয়াও আত্মবিশ্বাসী যে সমগ্ৰ দেশৰ জনতাই বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিবলৈ উদগ্ৰীৱ হৈ আছে৷ কিন্তু কংগ্ৰেছৰ এই ভাৱনাক এটাৰ পাছত আন এটা নিৰ্বাচনৰ ফলাফলে বাৰম্বাৰ ভুল প্ৰমানিত কৰিছে৷ এইটো অনস্বীকাৰ্য যে ভাৰতৰ নিৰ্বাচনী…