টেগ assam

ক’ৰোনা বুলেটিন : এদিনত ১২২ গৰাকীৰ মৃত্যু

ভাৰতত ক’ৰোনাৰ দ্ৰুত সংক্ৰমন অব্যাহত আছে ৷ • মঙলবাৰৰ দিনটোত ৩৫২৫ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হয়৷ মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১২২৷ • ভাৰতত এতিয়ালৈকে মুঠ ৭৪,২৮১ গৰাকী ব্যক্তি ন’ভেল ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ২,৪১৫ গৰাকী ৰোগীৰ মৃত্যু…

গুৱাহাটীত নতুনকৈ দুজন ব্যক্তি ক’ৰোনাত আক্ৰান্ত

গুৱাহাটীত নতুনকৈ দুজন ব্যক্তি ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইয়াৰে এজনৰ আচল ঘৰ মৰিগাঁৱত৷ আনজন ব্যক্তি গুৱাহাটীৰ৷ টুইটযোগে এই খবৰ প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই Alert ~ 2 persons are tested #COVID19 + in Guwahati. One originally hails from Morigaon, while…

বিলাসীপাৰা- ঠেলাত উঠাই গৰ্ভৱতী মহিলাক নিব লগা হ’ল চিকিৎসালয়লৈ

লক্ ডাউনৰ সময়তেই ৰাজ্যত সংঘটিত হোৱা আন এক দুখলগা ঘটনাৰ খবৰ প্ৰকাশ পাইছে৷ এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত। এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত উঠাই কেইবা কিলোমিটাৰ দূৰত থকা চিকিৎসালয়লৈ নিব লগা হ’ল পৰিয়ালৰ লোকে। বিলাসীপাৰাৰ ১ নং হাতীপুটা গাঁৱৰ নিবাসী ছাহেনা…

বাৰত বিক্ৰী হ’ব সুৰা…

অৱশেষত সুৰা বিক্ৰীৰ বাবে খুলিল বাৰ আৰু ৰেষ্টুৰেন্ট৷ কৰ্ণাটক চৰকাৰে শেহতীয়া এক নিৰ্দেশনাযোগে ৰাজ্যখনৰ বাৰ আৰু ৰেষ্টুৰেন্টসমূত সুৰা বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে৷ কিন্তু বাৰত বহি কোনেও সুৰাপান কৰিব নোৱাৰিব৷ বাৰসমূহে খুচুৰা মূল্যত গ্ৰাহকক সুৰা বিক্ৰী কৰিব লাগিব৷ অহা ১৭ মে’…

ডেন্টেল কলেজতো ক’ৰোনা: আক্ৰান্ত হ’ল দ্বীপা

অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমন৷ শুক্ৰবাৰৰ দিনটোতে ৰাজ্যখনত নতুনকৈ ৬ জন লোক এই ভয়াৱহ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়৷ ইয়াৰে ৫ জন লোক কাছাৰৰ আৰু তেওলোক আটাইকেইজন ৰাজস্থান ফেৰৎ৷ আনগৰাকী ক’ৰোনা আক্ৰান্ত ৰোগী হৈছে গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা…

ক’ৰোনা:অসমত নতুনকৈ আক্ৰান্ত ৮ জন ৷কোন ৰাজ্যত সৰ্বাধিক ?

বিগত ২৪ ঘন্টাত দেশত ৩হাজাৰতকৈ অধিক লোকৰ দেহলৈ ক’ৰোনা ভাইৰাছ সংক্ৰমিত হৈছে৷ইয়াৰ ভিতৰত অসমত কালিৰ দিনটোত আক্ৰান্ত হোৱা ৮ জন লোকো আছে ৷বৰ্তমান ভাৰতত ক’ৰোনা আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৫৬,৩৪২ গৰাকী৷ইয়াৰে ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে…