সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

AASU

আছু আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কি গোপন কথা চলিল?

আছুৰ ৰাভা দিৱসৰ মঞ্চত বিজেপি মন্ত্ৰী-সাংসদ উপস্থিত।তাৰপাছত ৰাইজৰ অগোচৰে কইনাধৰাত মুখ্যমন্ত্ৰী আৰু আছু নেতৃত্বৰ বৈঠক।কিয় অধিক সন্দেহৰ আৱৰ্তত সোমাই পৰিছে সদৌ অসম ছাত্ৰ সন্থা? https://youtu.be/i2vPzewrCnM

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

◆ আজি ঘোষণা কৰা হ'ল উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ◆ শিক্ষাৰ্থী সমাজে নিৰ্বাচন কৰিলে প্ৰতিনিধি গোট ◆ এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক…

দিছপুৰত আছু…

বুধবাৰে দিছপুৰত অনুষ্ঠিত হয় অসম চুক্তি ৰূপায়ণ সন্দর্ভত গঠন হোৱা উপ সমিতিৰ দ্বিতীয়খন বৈঠক ৷ বৈঠকত অংশগ্ৰহণ কৰে উপসমিতিখনৰ অধ্যক্ষ অতুল বৰা, মন্ত্ৰী পীয়ুষ হাজৰীকা, অজন্তা নেওগ , আছুৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভটাচার্য , সভাপতি দিপাংক কুমাৰ…

‘কা’ আন্দোলন পুনৰ জোৰদাৰকৈ চলাব আছুৱে: দীপাংক নাথ

◆ পুনৰ 'কা' আন্দোলন জোৰদাৰকৈ চলাব আছুৱে ◆শোণিতপুৰত এই মন্তব্য কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে ◆ ক'ভিডৰ জটিল সময়ৰ বাবে স্তিমিত হৈ আছিল আন্দোলন

গঠন হ’ল অসম চুক্তি ৰূপায়নৰ বাবে ৮ জনীয়া উপ সমিতি

অসম আৰু অসমীয়াৰ ৰূপৰেখা স্বৰূপ অসম চুক্তি ৰূপায়নৰ বাবে গঠন হল ৮ জনীয়া উপ সমিতি। এই উপ সমিতিৰ অধ্যক্ষ অসম চুক্তি ৰূপায়ন আৰু কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা। সমিতিৰ অন্যান্য সদস্য সকল ক্ৰমে, জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা, লোক নিৰ্মাণ আৰু সমাজ…

শ্বেৰমান আলীৰ বিৰুদ্ধে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

শ্বহীদক লৈ বিধায়ক শ্বেৰমান আলীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। শ্বেৰমান আলীৰ বিৰুদ্ধে কলাইগাঁৱত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আছুয়ে। শ্বেৰমান আলীৰ বিতৰ্কিত…

এন এইচ পিচিৰ বিৰুদ্ধে গুৱাহাটীত যুৱ-ছাত্ৰ পৰিষদৰ ৰাইজ মেল,আছুকে ধৰি ২২টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ…

বিশিষ্ট ব্যক্তি, বিশেষজ্ঞ আৰু আছুকে ধৰি 22 টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অংশ গ্ৰহণ 20 ছেপ্তেম্বৰৰ পৰা NHPC ৰ বিৰুদ্ধে সৰ্বাত্মক বন্ধ গুৱাহাটী 11 ছেপ্তেম্বৰ: নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আজি গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত অসম…

আজি অসম চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

আজি অনুষ্ঠিত হব অসম চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক। মহানগৰীৰ কইনাধৰাত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা এই বিশেষ গুৰুত্বপূৰ্ণ বৈঠকখন। ২০০৫ চনৰ ২ মে'ত শেষবাৰৰ বাবে অসম চুক্তি সন্দৰ্ভত অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক।…

এন আৰ চিৰ দুটা বছৰ : কি ক’লে আছুয়ে ?

এন আৰ  চি প্ৰকাশৰ দুটা বছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু আজিও এখন ত্ৰুটিমুক্ত নাগৰিকপঞ্জী অসমবাসীয়ে লাভ নকৰিলে ৷ এনে পৰিস্থিতিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই কয় যে ত্ৰুটিপূৰ্ণ নাগৰিকপঞ্জীৰ পৰা অবৈধ বিদেশীৰ নাম মুক্ত কৰিবলৈ পুংখানুপুংখ…

আছু -৩১ সংগঠনে কিমান দাবী উত্থাপণ কৰিলে শিক্ষামন্ত্ৰীৰ ওচৰত ?

সদৌ অসম ছাত্ৰ সন্থাসহ ৩১ টা সংগঠনে সোমবাৰে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷ আছু , এবছু , টি এম পি কে , ট্ৰইবেল সংঘকে ধৰি বহুসংখ্যক ছাত্ৰ সংগঠনে আলোচনাকালত ৰাজ্যৰ শিক্ষা বিভাগৰ সন্মুখত ১৮ টা বিষয়ত মুঠ ৬০ টা…