দিছপুৰত আছু…

Share This Article

বুধবাৰে দিছপুৰত অনুষ্ঠিত হয় অসম চুক্তি ৰূপায়ণ সন্দর্ভত গঠন হোৱা উপ সমিতিৰ দ্বিতীয়খন বৈঠক ৷ বৈঠকত অংশগ্ৰহণ কৰে উপসমিতিখনৰ অধ্যক্ষ অতুল বৰা, মন্ত্ৰী পীয়ুষ হাজৰীকা, অজন্তা নেওগ , আছুৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভটাচার্য , সভাপতি দিপাংক কুমাৰ নাথ , সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা , উপদেষ্টা প্ৰকাশ দাস আৰু উদ্দীপ্ত জ্যোতি গগৈয়ে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই সংবাদমাধ্যমক জনোৱা অনুসৰি অসম চুক্তি প্ৰতিটো দফা কার্যকৰী কৰিবলৈ সময় নিদ্ধাৰিত কার্যসূচী নিৰূপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷চৰকাৰ আৰু সদৌ অসম ছাত্ৰসন্থই জনোৱা অনুসৰি বৈঠকৰ মূল বিষয় আছিল অসম চুক্তি ৫ নং দফা ৰূপায়ন অথাৎ অসম চুক্তিৰ ৫ নং দফা ৰূপায়ন সন্দর্ভত সময় নিদ্ধাৰিত কার্যসূচীকলৈ সিদ্ধানত গ্ৰহণ কৰা হয় ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.