সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপি সভাপতিৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ

বিজেপিৰ সভাপতিৰ পুত্ৰৰ বিৰুদ্ধে সহপাঠীক মাৰধৰৰ অভিযোগ।বিজেপিৰ মূৰব্বী বান্দী সঞ্জয় কুমাৰৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছি সহপাঠীক গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ।তেলেংগানা বিজেপিৰ সভাপতিৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ,ৰুজু হৈছে…

মুছলমান প্ৰীতি মানেই নিৰ্বাচন !

লোকসভা নিৰ্বাচন সমাগত ।হিন্দু -মুছলমানক লৈ ধৰ্মীয় বিভেদ সৃষ্টি কৰি অহা বিজেপিৰ মুছলমানৰ প্ৰতি জাগ্ৰত হ’ল প্ৰেম।মুছলমানক অস্পৃশ্যৰ দৰে জ্ঞান কৰা বিজেপিৰ নিৰ্বাচন অহাৰ লগে লগে বৃদ্ধি হয় মুছলমান প্ৰীতি। দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয়…

২৩লাখ বিল নিদিয়াকৈ পলায়ন হোটেলৰ পৰা

দিল্লীৰ কাহিনী এয়া।হোটেল লীলা পেলেচত সংঘটিত হৈছে এই ঘটনা।নিজকে ইউনাইটেড আৰৱ এমেৰিটাছৰ ৰাজ পৰিয়ালৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়া এজন ব্যক্তিক বিচাৰি হাবাথুৰি খাইছে দিল্লী আৰক্ষী।ব্যক্তিজনে সৰ্বমুঠ ২৩ লাখ টকা বিল পৰিশোধ নকৰাকৈ পলায়ন কৰে এখন…

ডিঙি কাটিব ৰাহুল গান্ধীয়ে !

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বাবে চকুৰ কূটা দাঁতৰ শাল RSS. কোনো কাৰণতে RSSক সহ্য নকৰে কংগ্ৰেছ নেতা গৰাকীয়ে।বিশ্বৰ কোনো শক্তিয়ে ৰাহুল গান্ধীক RSSৰ নতশিৰ কৰিব নোৱাৰে।RSSৰ কাৰ্যালয়লৈ যোৱাৰ পৰিবৰ্তে তেওঁ নিজৰ ডিঙি আগতে কাটি ল’ব।তেওঁৰ সমন্ধীয় ভাতৃ…

চে’ৰ কন্যা- নাতি চেন্নাইত

কিউবাৰ বিপ্লৱী সত্ত্বা চে গুৱেভেৰাৰ কন্যা দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছে চেন্নাইত।চিপিআই (এম)ৰ ৰাজ্যিক পৰ্যায়ৰ এক কাৰ্যসূচীত অংশ ল’বলৈ এলেইদা গুৱেভাৰা চেন্নাইলৈ আহিছে।চেন্নাই বিমানবন্দৰত চিপিআইএমৰ ৰাজ্যিক সম্পাদক জি বালাকৃষ্ণণ আৰু দলৰ…

বিজেপিৰ লক্ষ্য উত্তৰ পূবৰ ৪ ৰাজ্য

যিকোনো প্ৰকাৰে ৯ খন ৰাজ্য লাগে বিজেপিক।২০২৩ ৰ বাবে কৰ্মপন্থা সাজু বিজেপিৰ।২০২৪ চনত দেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন।একেলেথাৰিয়ে দুটা কাৰ্যকাল বিজেপিয়ে দেশৰ ক্ষমতা লাভ কৰাৰ পিছত তৃতীয়বাৰৰ বাবেও পুনৰ ক্ষমতা দখল কৰিব বিচাৰিছে দলটোৱে।তাৰবাবে…

মুখ একেই,পৰম্পৰা অক্ষত !

লোকসভা নিৰ্বাচনলৈ মাজত মাথো এটা বছৰ।ভাৰত জোড়ো যাত্ৰাৰ পিছত কংগ্ৰেছে ঘূৰাই পাইছে হেৰুৱা ছন্দ। দলটোৱে প্ৰস্তুত কৰিছে সাম্ভাৱ্য প্ৰাৰ্থীৰ এখন তালিকা।একো একোটা সমষ্টিত সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত আছে ৪/৫ জনকৈ প্ৰাৰ্থীৰ নাম নতুন প্ৰাৰ্থীক…

মুখ একেই,পৰম্পৰা অক্ষত !

লোকসভা নিৰ্বাচনলৈ মাজত মাথো এটা বছৰ।ভাৰত জোড়ো যাত্ৰাৰ পিছত কংগ্ৰেছে ঘূৰাই পাইছে হেৰুৱা ছন্দ। দলটোৱে প্ৰস্তুত কৰিছে সাম্ভাৱ্য প্ৰাৰ্থীৰ এখন তালিকা।একো একোটা সমষ্টিত সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত আছে ৪/৫ জনকৈ প্ৰাৰ্থীৰ নাম নতুন প্ৰাৰ্থীক…

সন্ত্ৰাসবাদীৰ লক্ষ্য ৰাহুল গান্ধী !

ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা 'ভাৰত জোড়ো' যাত্ৰা জানুৱাৰীৰ শেষৰ ফালে অৰ্থাৎ ৩০ জানুৱাৰীত অন্ত পৰিব কাশ্মীৰত।কাশ্মীৰত প্ৰৱেশ কৰাৰ পিছত ৰাহুল গান্ধীৰ নিৰাপত্তা ব্যৱস্থাক লৈ উদ্ভৱ হ’বলগীয়া সাম্ভাৱ্য পৰিস্থিতিক লৈ শংকিত নিৰাপত্তা…

শক্তিহীন চীন কিন্তু কিয়?

ক’ভিডৰ সমস্যাই জুৰুলা কৰা দেশ চীনত দেখা দিছে এক নতুন সমস্যা।বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ চীনত দেখা দিছে এক ভয়ংকৰ সমস্যাই।অভাৱনীয়ভাৱে হ্ৰাস পাইছে দেশখনৰ জনসংখ্যা।২০২২ চনৰ শেষৰ ভাগত বেইজিঙৰ জনসংখ্যা ১হেজাৰ ৪১১কোটি ৭৫ লাখ হৈছেগৈ।মঙলবাৰে…