‘ঋষি পত্নী’ক লৈ অসন্তুষ্ট ব্ৰিটেইন
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনকক লৈ বিতৰ্কৰ অন্ত নাই।শেহতীয়াকৈ দেশখনৰ আয়কৰ নীতিক লৈ অসন্তুষ্ট হৈ পৰিছে ব্ৰিটেইনৰ জনতা৷তাৰ মাজতে আকৌ তেওঁৰ পত্নীক লৈ শেহতীয়াকৈ সাঙোৰ খাইছে তেওঁ আন এক বিতৰ্কত৷তেওঁৰ পত্নী অক্ষতা মূৰ্তি অলপতে অৱসৰ কটাবলৈ গোৱালৈ…