সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আইৰ সমান হ’ব কোন? মাতৃ দিৱসৰ শুভেচ্ছা…

নৈৰ সমান বব কোন,আইৰ সমান হ’ব কোন? আজি আন্তৰ্জাতিক মাতৃ দিৱস৷ বিংশ শতিকাৰ আৰম্ভনিতে সংযুক্ত যুক্তৰাষ্ট্ৰত আন্না জাৰ্ভিছ নামৰ মহিলাগৰাকীয়ে নিজৰ মাতৃৰ স্মৃতিত এই দিৱস আৰম্ভ কৰিছিল ৷পৰৱৰ্তী সময়ত ১০ মে’ৰ দিনটোৱে আন্তৰ্জাতিক মাতৃদিৱস হিচাপে…

আজি ১০ মে’ৰ দিনটোত পানীপথ আৰু নেলচন মেণ্ডেলাৰ জীৱনত কি ঘটিল?

ইতিহাসত প্ৰতিটো দিনৰে থাকে পৃথক বৈশিষ্ট্য৷ কিন্তু আজি ১০ মে’ৰ দিনটো বছৰৰ আন দিন বিলাকতকৈ বহু পৃথক৷ আজিৰ এই দিনটোতে আৰম্ভ হৈছিল পৰাধীনতা আৰু স্বাধীনতাৰ দুখন পৃথক সংগ্ৰাম৷ জানি লওঁ আহক বিশেষ ঘটনা কেইটাৰ বিষয়ে- ১৫০৩: কলম্বাছে খোজ দিলে কায়মান…

যোৰহাটত হাজিৰ সৰ্বনাশী ক’ৰোনা

ৰাজ্যত আৰু তিনিজন কৰোনাত আক্ৰান্ত। মুম্বাইৰ পৰা এম্বুলেন্সত অহা দুজন ৰোগীৰ covid 19 পজিটিভ।দুয়োজন ব্যক্তিৰ ঘৰ যোৰহাটত। ব্যক্তি দুগৰাকীক লৈ অহা এম্বুলেন্সৰ চালকৰো covid 19 পজিটিভ।চালকজনক উভটাই পঠিওৱা হৈছে মুম্বাইলৈ। ৰাজ্যত এতিয়ালৈকে সৰ্বমুঠ…

মোৰ কোনো বেমাৰ হোৱা নাই- অমিত শ্বাহ

আজি এক টুইট কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনায় যে তেখেত সম্পূৰ্ণৰূপে সুস্থ আৰু তেখেত কোনো ৰোগত আক্ৰান্ত নহয়। কিন্তু কিয় অমিত শ্বাহে এই টুইট কৰিবলগীয়া হ'ল? বিগত দুদিনমান ধৰি অমিত শ্বাহৰ টুইটৰ এক স্ক্ৰীণশ্বট হোৱাটছ‌এপত ভাইৰেল হৈছে। সেই…

ঘৃণাৰ ছুনামি বন্ধ কৰকঃ আন্ত’নিও গুতেৰেছ

পৃথিৱীজুৰি চলিছে ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে প্ৰাণপণ যুজ ৷ আক্ৰান্ত প্ৰতিখন দেশেই মৰণপণ প্ৰতিৰোধ জাৰী ৰাখিছে ক’ভিড ১৯ৰ বিৰুদ্ধে ৷কিন্ত এই মহামাৰীৰ সুযোগ লৈয়েই বিশ্বজুৰি ঘৃণাৰ ছুনামি আৰম্ভ হৈছে বুলি মন্তব্য কৰি সাৱধানবাণী শুনালে ৰাষ্ট্ৰসংঘৰ…

আৰু এজন ক’ৰোনাত আক্ৰান্ত…

চুবুৰীয়া মেঘালয়ত আৰু এজন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটযোগে এই কথা সদৰী কৰিছে৷আক্ৰান্ত লোকজন শ্বিলঙৰ বাসিন্দা৷তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ৷মেঘালয়ত এতিয়ালৈকে দুজন ক’ৰোনা আক্ৰান্ত ৰোগীক চিনাক্ত…

ক’ৰোনাকলৈও ৰাজনীতি কৰিছে বিজেপিয়ে- বিৰোধী

লক্ডাউনৰ সন্দৰ্ভত দেশৰ ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ভিডিঅ কনফাৰেন্সিং অনুষ্ঠিত কৰিছিল।ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভিডিঅ কন্ফাৰেন্সিংঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে ক'ৰোলোৰ সংক্ৰমণ বেছি বা কম…

অসম চৰকাৰলৈ বিদেশৰ পৰা ২ হাজাৰ ই-মেইল

অসম চাৰকাৰলৈ ২ সহস্ৰাধিক বিদেশত আৱদ্ধ হৈ থকা লোকে ই- মেইল প্ৰেৰণ কৰি ৰাজ্যখনলৈ ঘূৰি অহাৰ ইচ্ছা ব্যক্ত কৰিছে৷আজি ৰাজ্য চৰাকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক টুইটযোগে এই কথা সদৰী কৰে৷ তেওঁ উল্লেখ কৰে যে ২ হাজাৰতকৈও অধিক লোকৰ পৰা চৰকাৰে…

বাৰত বিক্ৰী হ’ব সুৰা…

অৱশেষত সুৰা বিক্ৰীৰ বাবে খুলিল বাৰ আৰু ৰেষ্টুৰেন্ট৷ কৰ্ণাটক চৰকাৰে শেহতীয়া এক নিৰ্দেশনাযোগে ৰাজ্যখনৰ বাৰ আৰু ৰেষ্টুৰেন্টসমূত সুৰা বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে৷ কিন্তু বাৰত বহি কোনেও সুৰাপান কৰিব নোৱাৰিব৷ বাৰসমূহে খুচুৰা মূল্যত গ্ৰাহকক সুৰা…

ক’ৰোনা:ত্ৰিপুৰাত ভয়াৱহ হৈছে পৰিস্থিতি

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে৷কেৱল শুক্ৰবাৰৰ দিনটোতে ৰাজ্যখনত ৩০ গৰাকী লোক নতুনকৈ ক’ৰোণাত আক্ৰান্ত হয়৷ ইয়াৰে ২৫ গৰাকী লোক বি এছ এফ জোৱান৷ তেওঁলোক আম্বাছাত থকা ৮৬ নং বি এছ এফ কেম্পত কৰ্মৰত আছিল৷ ৪ গৰাকী ১৩৮নং…