সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিশ্ব স্বাস্থ্য সংস্থালৈ লিখিত পত্ৰত আকৌ ভাবুকি ড’নাল্ড ট্ৰাম্পৰ!

ক’ৰোণাৰ উত্স সম্পৰ্কে সোমবাৰে বিশ্বৰ ৩৫খন দেশে প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰা পৰিলক্ষিত হয়। ইয়াৰোপৰি একেই প্ৰশ্নৰ অৱতাৰণা কৰিছে ইউৰোপৰ ২৭খন সদস্য ৰাষ্ট্ৰই । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৪খন স্থায়ী সদস্য ৰাষ্ট্ৰ-…

১৩৫ : অসমত আকৌ ১৪ জনৰ দেহত ক’ৰোনা

ভয়ংকৰ হাৰত অসমত বৃদ্ধি পাইছে ক'ৰোনাৰ সংক্ৰমণ ৷ আকৌ ১৪ জনকৈ লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰে ৭ জন কামৰূপৰ ,২ জন হোজাইৰ ,২ জন বিশ্বনাথৰ ,২ জন নলবাৰীৰ আৰু আনজন নগাৱৰ ৷ অসমত…

১২১: অসমত আৰু ৬ জনৰ দেহত ক’ৰোনা

ৰাজ্যত পুনৰ ৬ জন লোক নতুনকৈ ক'ৰোনাত আক্ৰান্ত হৈছে ৷যোৰহাট , গোলাঘাটৰ ২ জনকৈ আৰু কোকৰাঝাৰ ,নগাৱৰ ১ জনকৈ লোক ক'ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ যোৰহাটৰ এজন চেন্নাইৰ পৰা আৰু আনজন দাৰ্জিলিঙৰ পৰা উভতি আহিছিল ৷ ৰাজ্যত এতিয়া মুঠ ক'ৰোনা আক্ৰান্তৰ…

ভাৰতত ক’ৰোনা : ১ লাখৰো অধিক আক্ৰান্ত

এক লাখৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৷ যোৱা ২৪ ঘন্টাত ৪,৯৭০ গৰাকী লোকৰ দেহলৈ নতুনকৈ ক’ৰোনা সংক্ৰমিত হয়৷ দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ১,০১,১৩৯ গৰাকী৷ ইফালে, কালিৰ দিনটোত পুণৰ ১৩৪ গৰাকী ক’ৰোনা ৰোগী মৃত্যুমুখত…

বিবাহিতা প্ৰেমিকাক সাক্ষাৎ: লকডাউনৰ জনক ফাৰগুছনে উলংঘা কৰিলে সামাজিক দূৰত্ব

লকডাউনৰ জনক , ব্ৰিটিছ অধ্যাপক নেইল ফাৰগুছনে নিজেই লকডাউন উলংঘা কৰি পদত্যগ কৰিবলগীয়া হ’ল৷ ব্ৰিটেইনৰ চৰকাৰৰ মুখ্য মহামাৰী বিষয়ক উপদেষ্টা এইগৰাকী অধ্যাপকৰ পৰামৰ্শমতেই যোৱা ১৬ মাৰ্চত দেশখনত ঘোষণা কৰা হৈছিল লকডাউন৷ তাৰ পিছৰে পৰা ইখনৰ পিছত সিখন…

ড’নাল্ড ট্ৰাম্পে কিয় সেৱন কৰিছে মেলেৰিয়াৰ দৰৱ?

সমগ্ৰ বিশ্ব ক’ৰোনা মহামাৰীৰ আতংকত ত্ৰস্তমান ৷ কিন্তু অৰ্থব্যৱস্থা চলাই নিবলৈ পুনৰ দৈনন্দিন জীৱনযাত্ৰা আৰম্ভ কৰাৰ সময় আহি পৰিছে৷ বিশ্বৰ সকলো দেশেই পৰ্যায়ক্ৰমে লকডাউন খুলিবলৈ আৰম্ভ কৰিছে৷ শংকাৰ মাজতে কামকাজ আৰম্ভ কৰিলেও সকলোৱে আশাৰে এটা…

আজি ১৯ মে’ : ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব কি?

১৭৪৩ : পিয়েৰ ক্ৰিষ্টিনে আজিৰ দিনটোতে উদ্ভাৱন কৰিছিল ‘চেন্টিগ্ৰেড’ মানকৰ৷ ১৮৯২: বহুচৰ্চিত নাট্যকাৰ অস্কাৰ ৱাইল্ডক দুবছৰীয়া কাৰাবাসৰ পিছত জেলৰ পৰা মুকলি৷ সমকামিতাৰ অপৰাধত তেওঁক এই শাস্তি দিয়া হৈছিল৷ সেই সময়ত ব্ৰিটেইনত সমকামিতা শাস্তিযোগ্য…

গুৱাহাটীত আৰু ৭ গৰাকী ক’ৰোনা ৰোগী, এজনৰ মৃত্যু

গুৱাহাটীত আজি নতুনকৈ ক'ৰোনাত সংক্ৰমিত হ'ল ৭ জনকৈ লোক৷ ইয়াৰে ৩ জন সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত আছে আৰু ৩ গৰাকী ফাচীবজাৰৰ আলু গুডামৰ সংক্ৰমণৰ লগত জড়িত৷ সৰুসজাইত থকা লোককেইজন বহি:ৰাজ্যৰ পৰা অহা ৷ আন এগৰাকী ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত…

নিয়া আৰু কেতবোৰ প্ৰশ্ন

নিয়াৰ সম্পৰ্কত এনেকৈ চালিজাৰি চাই থাকোতে আৰু কেইটামান বিশেষ তথ্য চকুত পৰিল৷ নিয়াৰ মষ্ট ৱান্টেড এখন তালিকা আছে৷ ‘ৱিকিপেডিয়া’ত প্ৰাপ্ত ৮৩ জনীয়া সেই তালিকাখন ভালদৰে মন কৰোতে দেখিলো তেওঁলোকৰ তালিকাত ইন্টাৰপলে  ৰেড কৰ্ণাৰ নটিছ জাৰি কৰা…

তৈলক্ষেত্ৰ,দিহিং-পাটকাইকলৈ গৰজি উঠিল এজেৱাইচিপি

শেহতীয়া ভাৱে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে অসমৰ বহু কেইখন তৈল ক্ষেত্ৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া আৰু অসম শক্তি বিতৰণ কৰ্পোৰেচন চমুকৈ APDCL ক ব্যক্তিগত কৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক তীব্ৰ গৰিহণা দি বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী…