সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰত -চীনৰ বিবাদৰ মাজত আমেৰিকাই কি কৰিব বিচাৰিছে?

চীনৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতে ৷ ইয়াৰ অংশ হিচাপে লাডাখ সীমান্তলৈ অতিৰিক্ত সেনা প্ৰেৰণ কৰা হৈছে ৷ চীনেও ইতিমধ্যে সীমান্তত ৫ হাজাৰ সেনা নিয়োগ কৰিছে ৷ দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোণাল্ড…

আমেৰিকাত ক’ৰোনাত মৃত্যু ১ লক্ষাধিকৰ

আমেৰিকাত ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যাই ১ লাখৰ সীমা অতিক্ৰম কৰিছে ৷ যোৱা ২১ জানুৱাৰীত দেশখনৰ ৱাশ্বিঙটনত প্ৰথমটো ক’ৰোনা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল ৷ তাৰ পাছত আজিৰ দিনটোলৈ আমেৰিকাৰ ১৬.৯ লাখ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,০০,২৭৬…

১ মে’ৰ পৰা ৯১লাখ প্ৰবাসীক প্ৰত্যাৱৰ্তন নিজ নিজ ৰাজ্যলৈ

দেশত শ্ৰমিকৰ বাবে স্পেছিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰাৰ পাছত এতিয়ালৈকে প্ৰায় ৯১লাখ প্ৰব্ৰজিত শ্ৰমিকক নিজ নিজ গৃহলৈ ওভতাই নিয়া হৈছে। ছুপ্ৰীম কৰ্টক এই কথা জনাইছে কেন্দ্ৰীয় চৰকাৰে। লগতে এজনো শ্ৰমিক ৰৈ নোযোৱাকৈ শেষৰ পৰ্যন্ত এই বিশেষ সেৱাৰ ব্যৱস্থা…

অসম চৰকাৰৰ কৰ্মচাৰীয়ে মে’ মাহৰ সম্পূৰ্ণ দৰমহা পাবনে?

ক'ৰোনা মহামাৰী প্ৰতিৰোধৰ বাবে বলবৎ হৈ থকা লকডাউনৰ বাবে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখন একপ্ৰকাৰ স্থবিৰ হৈ পৰিছে ৷ ৰাজহ সংগ্ৰহ দ্ৰুতগতিত হ্ৰাস পাইছে ৷ এনে পৰিস্থিতিত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাৰ এটা অংশ কৰ্তনকলৈও চিন্তা চৰ্চা চলিছে ৷ কিন্তু…

পুলৱামাত কিদৰে ব্যৰ্থ হ’ল হিজবুলৰ ষড়যন্ত্ৰ?

জন্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ এক বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ ব্যৰ্থ হ’ল ৷ আজি নিৰাপত্তাবাহিনীৰ এক অভিযানত এখন গাড়ীত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ আই ই ডি৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ,ভুৱা পঞ্জীয়ন নম্বৰৰ এখন গাড়ীত বিস্ফোৰক সামগ্ৰী পৰিবহন কৰাৰ কথা…

অনলাইন শিক্ষাব্যৱস্থা বনাম প্ৰগতিশীলতা

প্ৰতিবাদ হব লাগে বেচৰকাৰী কৰন, শিক্ষা সংকোচন , শিক্ষাৰ bureaucratisation শেষ কৰাৰ বাবে ৷ এইবোৰ নকৰি কিছুমানক ফুচুলাই propoganda চলাইছে ৷ সিহতে বুজা উচিত online class শেষ কৰিলেই স্কুল বেছি নহয়, বেছি শি্ক্ষক নিযুক্ত নহয়, হোষ্টেলো নাবাঢ়ে ৷…

দুৰ্নীতিৰ অধিকাৰ

"কিন্তু প্ৰকৃতাৰ্থত দুৰ্নীতি হ'ল ৰাষ্ট্ৰ-পৰিচালনাৰ এক জৈৱিক অংশ - যুগ যুগ ধৰি গঢ় লৈ উঠা প্ৰশাসনিক পৰম্পৰাৰ সি এটা ভিতৰুৱা বস্তু। অপৰাধ জগত, ক'লা বজাৰ আদিয়ে ৰাজনীতি নষ্ট কৰিলে বুলি কোৱাটো ভুল - এইবোৰ সকলোবোৰ মিলাই লৈয়েই ৰাজনীতি, এই…

অনলাইন শিক্ষাব্যৱস্থা বনাম প্ৰগতিশীলতা

প্ৰতিবাদ হব লাগে বেচৰকাৰী কৰন, শিক্ষা সংকোচন , শিক্ষাৰ bureaucratisation শেষ কৰাৰ বাবে ৷ এইবোৰ নকৰি কিছুমানক ফুচুলাই propoganda চলাইছে ৷ সিহতে বুজা উচিত online class শেষ কৰিলেই স্কুল বেছি নহয় বেছি শি্ক্ষক নিযুক্ত নহয় হোষ্টেল নাবাঢ়ে ৷…

পুনৰ আক্ৰান্ত ৬০ জন , সৰ্বমুঠ ৭৭৪

৭৭৪ হ’ল অসমত এতিয়ালৈকে সৰ্বমুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰে ৬২ গৰাকী এতিয়ালৈকে আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৷ মন্ত্ৰী হিমন্তবিশ্বৰ শেহতীয়া টুইট অনুসৰি একেবাৰে শেহতীয়াকৈ চিনাক্ত হোৱা ৬০ গৰাকীৰ ভিতৰত *কামৰুপ মেট্ৰোৰ ৪১ জন…

লাডাখৰ পৰিস্থিতি আচলতে কি ?

লাডাখৰ সীমান্তত চীনৰে সৈতে ভাৰতৰ সেনাৰ সংঘাতপূ্ৰ্ণ পৰিস্থিতিকলৈ চৰকাৰক স্থিতি স্পষ্ট কৰাৰ বাবে এইবাৰ দাবী জনাইছে ৰাহুল গান্ধীয়ে ৷ মঙলবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কয় যে "লাডাখ সীমান্তৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে অবিলম্বে…