সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰত -চীনৰ বিবাদৰ মাজত আমেৰিকাই কি কৰিব বিচাৰিছে?

চীনৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতে ৷ ইয়াৰ অংশ হিচাপে লাডাখ সীমান্তলৈ অতিৰিক্ত সেনা প্ৰেৰণ কৰা হৈছে ৷ চীনেও ইতিমধ্যে সীমান্তত ৫ হাজাৰ সেনা নিয়োগ কৰিছে ৷ দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোণাল্ড ট্ৰাম্পে ভাৰত আৰু চীনৰ মাজত মধ্যস্থতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এক টুইটত উল্লেখ কৰে যে ভাৰত আৰু চীনৰ মাজত উদ্ভৱ হোৱা সীমা বিবাদ মিমাংসাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা ল’বলৈ আমেৰিকা আগ্ৰহী আৰু সক্ষম ৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.